• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ হাজাৰ কোটিৰ দুৰ্নীতিৰ অভিযোগ, কংগ্ৰেছৰ আক্ৰমণৰ সন্মুখীন মহাৰাষ্ট্ৰৰ মিত্ৰজোঁট চৰকাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 19, 2024 10:01 am
এআইচিচিৰ মুখপাত্ৰ পৱন খেৰাই হাতলৈ অহা নথি-পত্ৰ লৈ আনিছে অভিযোগ।

এআইচিচিৰ মুখপাত্ৰ পৱন খেৰাই হাতলৈ অহা নথি-পত্ৰ লৈ আনিছে অভিযোগ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুৰংগ আৰু পথ নিৰ্মাণৰ বাবে দুটা কোম্পানীক কাম অবৈধভাৱে আৱন্টন দি সাধাৰণ জনতাৰ ১০ হাজাৰ কোটি টকা লুটি নিলে মহাৰাষ্ট্ৰ চৰকাৰে। শুকুৰবাৰে কংগ্ৰেছে এনে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে।

অহা ২০ নৱেম্বৰত মহাৰাষ্ট্ৰত নিৰ্বাচন। এআইচিচিৰ মুখপাত্ৰ পৱন খেৰাই হাতলৈ অহা নথি-পত্ৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি বিজেপিৰ ওপৰত চাপ প্ৰয়োগ কৰে। আনকি তেওঁ বিজেপিক ‘বি’ কোম্পানী বুলিও কটাক্ষ কৰে।

তেওঁ কয়, ‘মুম্বাইত এবাৰ আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ ডি কোম্পানীৰ কথা শুনিছিলো। এতিয়া সেইটো হৈছে বি কোম্পানী। সেয়া হ’ল বিজেপি।

Apply Now

লগতে পঢ়কঃ চেন্নাইত হিন্দী মাহ উদযাপনত আপত্তি ষ্টেলিনৰ : কঠোৰ ভাষাৰে চিঠি লিখিলে মোদীলৈ

মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগমে পুনে চহৰৰ ভিতৰত ৬৪.৪১ কিলোমিটাৰ সুৰংগ আৰু পথ নিৰ্মাণ কৰি আছে। প্ৰথম অৱস্থাত এই প্ৰকল্পৰ ব্যয় ১০ হাজাৰ ৮৭ কোটি বুলি অনুমান কৰা হৈছিল। পিছত ২০ হাজাৰ ৯৯০ কোটিলৈ বৃদ্ধি কৰা হয়। এই সন্দৰ্ভত ৰাহুল গান্ধীৰ দলে প্ৰশ্ন উত্থাপন কৰে।

তেওঁলোকে লগতে দাবী কৰে, য’ত একেটা কামৰ বাবে কোম্পানী এটাক দুটাতকৈ অধিক আৱন্টন দিয়াৰ নিয়ম নাই, তাত দুটা কোম্পানীক কিয় চাৰিটা আৱন্টন দিয়া হৈছে?

পৱন খেৰাই অভিযোগ কৰে যে ১৩ শতাংশ ধন নিৰ্বাচনী বণ্ডৰ জৰিয়তে মহাৰাষ্ট্ৰৰ পৰা আহিছিল। সেই বণ্ডৰ পৰা বিজেপিয়ে চাবস্ক্ৰিপচন সংগ্ৰহ কৰিছিল। কোম্পানীটোক কামৰ পৰা অধিক ধন সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া হৈছিল। আৰু চৰকাৰী প্ৰকল্পত কামৰ খৰছ ৰাইজৰ কৰৰ ধনেৰে যোগান ধৰে। তেওঁ লগতে কয়, ‘সকলো জানিও প্ৰধানমন্ত্ৰী কিয় মৌন? কিয় কেগে অডিট কৰা নাছিল?

লগতে পঢ়কঃ সতৰ্ক ৰে’ল চালকৰ দ্বাৰা এজাক হাতীৰ প্ৰাণ ৰক্ষা; কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত ব্যৱস্থাই কৰিলে সহায়

আনহাতে, কংগ্ৰেছে ঝাৰখণ্ডতো চৰকাৰ গঠনৰ বাবে জপিয়াই পৰিছে। সেই উদ্দেশ্যে  শনিবাৰে ৰাহুল গান্ধী ৰাঁচীত এখন সন্মিলনলৈ গৈ আছে। এতিয়া ঝাৰখণ্ডত চলি আছে জেএমএম-কংগ্ৰেছ-আৰজেডিৰ চৰকাৰ। এইবাৰো তেওঁলোকৰ লক্ষ্য বিজেপিক প্ৰতিহত কৰা। সেয়ে কংগ্ৰেছে আসনৰ আপোচত ঠেহ নপতাৰ সিদ্ধান্ত লৈছে। কংগ্ৰেছে সকলোৰে মন-মগজু বুজি ভোট লাভৰ কৌশল থিৰাং কৰিব বিচাৰিছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd