• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সতৰ্ক ৰে’ল চালকৰ দ্বাৰা এজাক হাতীৰ প্ৰাণ ৰক্ষা; কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত ব্যৱস্থাই কৰিলে সহায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2024 8:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বুধবাৰে সংঘটিত এক ঘটনাত, ৰে’ল নং. ১৫৯৫৯ কামৰূপ এক্সপ্ৰেছৰ লোকো পাইলট জে.ডি. দাস আৰু সহকাৰী লোকো পাইলট উমেশ কুমাৰে হাবাইপুৰ আৰু লামচাখাং ষ্টেচনৰ মাজৰ ১৬৬/৮– ১৬৭/০কিলোমিটাৰত ৰে’লপথ অতিক্ৰম কৰি থকা এটা হাতীৰ জাকক প্ৰত্যক্ষ কৰে। ৰে’লখন গুৱাহাটীৰ পৰা লামডিং অভিমুখে গৈ আছিল। ঘটনাটো প্ৰায় নিশা ৮:৩৭ বজাত সংঘটিত হয়।

সতৰ্ক লোকো পাইলট আৰু সহকাৰী লোকো পাইলটে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰাৰ ফলত প্ৰায় ৬০ টা বনৰীয়া হাতী ৰে’লখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা পৰে। উক্ত খণ্ডটোত কাৰ্যকৰী হৈ থকা কৃত্ৰিম বুদ্ধিমত্তা (এআই) আধাৰিত ইন্ট্ৰ’চন ডিটেকচন চিষ্টেম (আইডিএছ)ৰ দ্বাৰা পাইলটসকলক সতৰ্ক কৰা হৈছিল।

উত্তৰ পূব সীমান্ত ৰে’লৱেই এই ৰে’লৱেত বিস্তৃত হৈ থকা আন হাতী কৰিডৰসমূহত ক্ৰমান্বয়ে কৃত্ৰিম বুদ্ধিমত্তা (এআই) আধাৰিত ইন্ট্ৰ’চন ডিটেকচন চিষ্টেম (আইডিএছ) স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছে। ৰে’লপথৰ ওচৰলৈ অহা বহুতো হাতীৰ জীৱন ৰে’লৰ খুন্দাৰ পৰা ৰক্ষা কৰাত এই পদ্ধতি ইতিমধ্যে যথেষ্ট সফল হৈছে।

Apply Now

হাতী সুৰক্ষিত কৰিবলৈ আৰু ৰে’ল পৰিচালনৰ গতিশীলতা উন্নত কৰাৰ বাবে ইন্ট্ৰ’চন ডিটেকচন চিষ্টেম (আইডিএছ) হৈছে এক পৰিৱেশ-বহনক্ষম প্ৰণালী। প্ৰণালীটো কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) ওপৰত আধাৰিত।

বৰ্তমানৰ অপ্টিকেল ফাইবাৰসমূহ সংশ্লিষ্ট স্থানত বন্য জন্তুৰ চলাচল চিনাক্ত কৰিবলৈ চেন্সৰ হিচাপে ব্যৱহাৰ কৰা হ’ব আৰু নিয়ন্ত্ৰণ কাৰ্যালয়, ষ্টেচন মাষ্টৰ, গেটমেন আৰু লোকো পাইলটক সতৰ্ক কৰিবলৈ ব্যৱহাৰ কৰা হয়।

ই ট্ৰেকত প্ৰকৃত সময়ৰ ভিত্তিত হাতীৰ উপস্থিতি অনুধাৱন কৰিবলৈ ডায়েলাইচিছ কৰিবলগীয়া বিক্ষিপ্ত পৰিঘটনাৰ নীতিৰ ওপৰত কাম কৰা ফাইবাৰ অপটিক আধাৰিত ধ্বনিপ্ৰণালী ব্যৱহাৰ কৰে।

এ আই আধাৰিত ছফ্টৱেৰে মুখ্য গোটটোৰ উভয় দিশত ৪০ কিলোমিটাৰ পৰ্যন্ত অস্বাভাৱিক চলাচল নিৰীক্ষণ কৰিব পাৰে (অৰ্থাৎ মুঠ ৮০কিমি পৰ্যন্ত)। ইয়াৰ উপৰিও আইডিএছে ৰে’লৰ ফাঁট চিনাক্ত কৰণ, ৰে’লপথত অনধিকাৰ প্ৰৱেশ আৰু ৰে’লপথৰ ওচৰত অননুমোদিত খনন, ট্ৰেকৰ ওচৰত ভূমিস্খলন আদিৰ বাবে দুৰ্যোগ প্ৰশমনৰ বিষয়েও সতৰ্ক কৰাত সহায় কৰিব।

আইডিএছৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰে’লৱেই ডাঙৰ জোপোহা গছ আৰু জংঘল কাটি ৰে’ল পৰিচালনৰ সময়ত ৰে’লৰ চালকসকলে যাতে স্পষ্টকৈ সকলো চাব পাৰে, তাক নিশ্চিত কৰে।

উত্তৰ পূব সীমান্ত ৰেলৱেই বন্য জন্তু, বিশেষকৈ হাতী ৰে’লপথৰ সমীপলৈ অহাটো প্ৰতিৰোধ আৰু চিনাক্ত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ই বন বিভাগৰ সৈতে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে আৰু ৰে’ল ও বন বিভাগৰ দ্বাৰা এক যৌথ কাৰ্যকৰী বাহিনী গঠন কৰিছে।

বিগত ২০২৩-বৰ্ষৰ সময়চোৱাত উত্তৰ পূব সীমান্ত ৰে’লৱেই মুঠ ৪১৪ টা হাতী আৰু ১৬ অক্টোবৰ, ২০২৪ পৰ্যন্ত ৩৮৩ টা হাতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd