• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অতিৰিক্ত জিলা দণ্ডাধীশৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কেৰালাত গ্ৰেপ্তাৰ চিপিএম-ৰ নেতা!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 29, 2024 9:16 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

কান্নুৰৰ অতিৰিক্ত জিলা উপায়ুক্ত মোহন বাবুৰ মৃত্যুত মঙলবাৰে আৰক্ষীয়ে স্থানীয় চিপিএম নেতা পিপি দিবাইক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ বাবে কেৰালাত আৰম্ভ হৈছে ৰাজনৈতিক হেঁচা।

কান্নুৰৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশে মঙলবাৰে নাকচ কৰে দিব্যাৰ আগতীয়া জামিন আবেদন। ইয়াৰ পাছতে আৰক্ষীয়ে তেওঁক জিম্মাত লয়। কান্নুৰৰ আৰক্ষী আয়ুক্ত অজিত কুমাৰে কয় যে আমি আইনী প্ৰক্ৰিয়া অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম যদিও কেৰালাৰ বিৰোধী কংগ্ৰেছৰ অভিযোগ সত্ত্বেও আৰক্ষীয়ে শাসকীয় শিবিৰৰ প্ৰভাৱশালী নেতাজনক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছে।

১৪ অক্টোবৰত আৰম্ভ হৈছিল এই ঘটনা। কান্নুৰ পঞ্চায়ত সমিতিৰ সভাপতি দিব্যাই অতিৰিক্ত জিলা উপায়ুক্ত মোহনক বদলি সন্দৰ্ভত অভ্যৰ্থনাৰ আনুষ্ঠানিক অনুষ্ঠানত ৰাজহুৱাভাৱে ‘দুৰ্নীতিগ্ৰস্ত’ আখ্যা দিয়ে। পিছদিনা মোহনৰ মৃতদেহ উদ্ধাৰ হয়। অভিযোগ উত্থাপন হৈছিল যে সৎ বিষয়া মোহন নিৰপেক্ষভাৱে কাম কৰি থকাৰ সময়তে শাসকীয় দল চি পি এমৰ চকুত পৰিছিল। দিব্যাৰ অপমান আৰু হেঁচাত পৰি তেওঁ আত্মহত্যা কৰে। মানৱ অধিকাৰ আয়োগৰ ওচৰতো এজাহাৰ দাখিল কৰে পৰিয়ালটোৱে।

এজাহাৰ লাভ কৰাৰ পাছত মানৱ অধিকাৰ আয়োগে আৰক্ষীৰ প্ৰতিবেদন চমন কৰে যদিও আৰক্ষীয়ে কয় যে মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই। ইয়াৰ পাছতে বিষয়টোৰ ওপৰত বিতৰ্ক আৰম্ভ হ’ল। মোহনৰ পত্নী মঞ্জুশা আদালতৰ কাষ চাপিল। তাৎপৰ্যপূৰ্ণভাৱে মোহনৰ নিজৰ জিলা পাঠনামথিটাৰ চিপিএমৰ নেতাসকলেও দিব্যাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। দিব্যাই অগ্ৰিম জামিন বিচাৰি আদালতৰ কাষ চাপিছিল যদিও মঙলবাৰে জামিন নাকচ কৰা হয়। ইয়াৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd