• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিষাক্ত ভেঁকুৰৰ বাবে ১০টা হাতীৰ মৃত্যু! ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদনত উজাগৰ তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 7, 2024 8:25 pm
357
VIEWS
Share on FacebookShare on Twitter

বান্ধৱগড়ত ১০টা হাতীৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিছে। বিষত নহয়, বাজৰাৰ ভেঁকুৰে বাবে হাতীকেইটাই মৃত্যুবৰণ কৰিছিল। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়ৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ ৭২ ঘন্টাত তাত ১০টা হাতীৰ মৃত্যু। হাতীটোৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কোনো কোনোৱে কৈ আছিল যে সেই হাতীবোৰক বিষ খুৱাই হত্যা কৰা হৈছিল। বন বিভাগৰ দুগৰাকী বিষয়াকো নিলম্বন কৰা হৈছে৷ এইবাৰ টক্সিক’লজীৰ প্ৰতিবেদনত কোৱা হৈছে যে হাতীবোৰৰ মৃত্যু হৈছে ‘ইচ্ছাকৃত’ বিষক্ৰিয়াৰ ফলত নহয়, কোডো বাজৰাত জন্ম হোৱা ভেঁকুৰৰ বাবে।

ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান বাৰেলীৰ প্ৰতিবেদনত কোৱা হৈছে যে মৃত হাতীকেইটাক ইচ্ছাকৃতভাৱে বিষক্ৰিয়া কৰা হোৱা নাছিল। ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত কোডো বাজৰা খাই মৃত্যুক সাৱটি লয় হাতী কেইটাই৷ মৰণোত্তৰ পৰীক্ষাত হাতীৰ পেটত বাজৰাৰ অতিমাত্ৰা ঔষধ পোৱা গৈছে। কোডো বাজৰাৰ বীজত থকা অন্যতম প্ৰধান মাইক্ৰ’টক্সিন বিষাক্ত চাইক্ল’পিয়াজ’নিক এচিড পোৱা গৈছিল। তাৰ পৰা বিষ বিয়পে।

হাতীৰ মৃত্যুৰ ঘটনাই বহু দূৰলৈ বিয়পি পৰিছে। এই ঘটনাৰ লগে লগে মধ্যপ্ৰদেশৰ বনমন্ত্ৰী ৰামনিবাস ৰাৱটে তদন্তৰ নিৰ্দেশ দিয়ে। দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়া হয়। মধ্যপ্ৰদেশ চৰকাৰেও ১০টা হাতীৰ মৃত্যুৰ কাৰণৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰে। একেদৰে দিল্লীৰ পৰা বিশেষজ্ঞ দলটোৱে বান্ধৱগড় পাইহি। ১৪ জন পশু চিকিৎসকৰ তত্বাৱধানত মৰণোত্তৰ পৰীক্ষা আৰম্ভ হয়। প্ৰথম অৱস্থাত বিষক্ৰিয়াৰ বাবে হাতী দুটাৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছিল। মৃত আটাইকেইটা হাতীৰ পেটত বৃহৎ পৰিমাণৰ বাজৰা থকা দেখা গৈছে। কিন্তু তদন্তকাৰীসকলে এই বিষক্ৰিয়াক লৈ সন্দেহ প্ৰকাশ কৰিছিল, বা ইয়াৰ আঁৰত ইয়াতকৈও বৃহৎ ষড়যন্ত্ৰ আছে নেকি? বন বিভাগৰ একাংশ বিষয়াৰো মতামত আছিল যে অতিমাত্ৰা কীটনাশকৰ ফলত হাতীবোৰৰ মৃত্যু হ’ব পাৰে। ছয়জন কৃষককো চিনাক্ত কৰা হৈছে, যাৰ পথাৰৰ পৰা হাতীয়ে বাজৰা খাইছিল। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা টক্সিক’লজী প্ৰতিবেদনে সকলো জল্পনা-কল্পনা সমাপ্ত কৰে।

Recent News

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd