• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনেকৈ? ট্ৰাম্পৰ হাতত পৰাস্ত হৈও আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ব পাৰে কমলা হেৰিছ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2024 10:24 am
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত ডেমক্ৰেট প্ৰাৰ্থী কমলা হেৰিছ। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত ডেমক্ৰেট প্ৰাৰ্থী কমলা হেৰিছ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ সপোন পূৰণ হোৱা নাই যদিও এইবাৰ কমলা হেৰিছলৈ অপেক্ষা কৰি আছে নেকি আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ? ডেম’ক্ৰেট সদস্য বাকাৰী চেলাৰ্ছে এনে সম্ভাৱনাৰ কথাকে উদঙাই দিছে।

আনহাতে, জানুৱাৰী মাহত ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে পদত্যাগ কৰি কমলাক সেই পদ দিব লাগে বুলি দাবী কৰিছে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ এগৰাকী প্ৰাক্তন সহযোগীয়ে!

যোৱা ৫ নৱেম্বৰৰ নিৰ্বাচনত ট্ৰাম্পৰ বিৰুদ্ধে জয়ী হ’ব নোৱাৰিলে কমলা হেৰিছে। অৱশ্যে তেওঁ চৰ্চাৰ কেন্দ্ৰবিন্দুৰ পৰা আঁতৰি যোৱা নাই। তেওঁৰ ভৱিষ্যতক লৈ এতিয়া জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

Apply Now

লগতে পঢ়কঃ ১০ বছৰত দেশত পথ দুৰ্ঘটনাত মৃত্যু হৈছে ১৫.৩ লাখ লোকৰ; পূৰ্বৰ দশকৰ তুলনাত ৩ লাখ অধিক

দক্ষিণ কেৰ’লিনা হাউছৰ আঠটা কাৰ্যকালৰ ডেম’ক্ৰেট সদস্য চেলাৰ্ছে ভাবে যে বাইডেনে ৭০ বছৰীয়া উদাৰবাদী ন্যায়াধীশ ছোনিয়া ছ’ট’মেয়ৰক অৱসৰ ল’বলৈ বাধ্য কৰি তেওঁৰ ঠাইত হেৰিছক উচ্চতম ন্যায়ালয়ত মনোনীত কৰিব পাৰে আৰু সেয়া ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ আগতেই কৰিব লাগিব। ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ত উদাৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি পাব।

উল্লেখ্য যে চিনেটৰ হিচাপে নিৰ্বাচিত হোৱাৰ আগতে হেৰিছ ছান ফ্ৰান্সিস্কোৰ জিলা এটৰ্নী আছিল, তাৰ পিছত কেলিফৰ্ণিয়াৰ এটৰ্নী জেনেৰেল হৈছিল। পিছলৈ চিনেটৰ আৰু তাৰ পিছত উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।

ন্যায়িক অভিজ্ঞতা নথকা এজন এটৰ্নীক আদালতলৈ মনোনীত কৰা ঘটনা সচৰাচৰ নঘটিলেও, ই বিৰল নহয়। চেলাৰ্ছে আশা কৰিছে যে হেৰিছৰ ক্ষেত্ৰতো এনেকুৱা হ’ব পাৰে। আৰু এবাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিৰ্বাচিত হোৱাৰ পিছত অৱসৰ নোলোৱালৈকে ৰাষ্ট্ৰপতিয়ে তেওঁক অপসাৰণ কৰিব নোৱাৰে।

লগতে পঢ়কঃ ৰাতিপুৱা-সন্ধিয়া খোজ কাঢ়িও ক্ষীণাব পৰা নাই? তেন্তে ৬-৬-৬ পদ্ধতিৰে খোজকঢ়া আৰম্ভ কৰক

অৱশ্যে হেৰিছৰ বাবে আন বিকল্পৰো উন্মেষ ঘটিছে। হেৰিছৰ প্ৰাক্তন সহায়ক জামাল ছিমনছে শেহতীয়াকৈ এটা টক শ্ব’ত কয় যে, “ৰাষ্ট্ৰপতি হিচাপে জো বাইডেন মহান, কিন্তু তেওঁ পদত্যাগ কৰি অহা কেইদিনমানৰ বাবে দায়িত্ব কমলাৰ হাতত তুলি দিব লাগে। তেতিয়া কমলাই ৬ জানুৱাৰীলৈকে ৰাষ্ট্ৰপতিৰ দায়িত্ব চম্ভালিব পাৰিব। মহিলা ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব চম্ভালিব পৰা অভিজ্ঞতাও আহিব। মানুহৰ আশাও পূৰণ হ’ব।”

তাৎপৰ্যপূৰ্ণভাৱে ছিমনছৰ প্ৰস্তাৱ ওলোৱাৰ দিনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ (পৰীক্ষা কৰা হোৱা নাই) এটা ভিডিঅ’ও ওলাইছিল।

দেওবাৰৰ সেই ভিডিঅ’টোত দেখা গৈছে যে ৰাষ্ট্ৰপতিগৰাকীয়ে ডেলাৱেৰৰ ওচৰৰ সমূদ্ৰ তীৰত ফাৰ্ষ্ট লেডী জিল বাইডেনৰ সৈতে খোজ কাঢ়িছে যদিও ৮১ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে বালিত বাৰে বাৰে উজুটি খাইছে। সিমানখিনি খোজ কাঢ়িবলৈও তেওঁ দুৰ্বল যেন দেখা গৈছে।

লগতে পঢ়কঃ অশান্ত মণিপুৰ! চি আৰ পি এফৰ গুলীত প্ৰাণ গ’ল ১১ কুকি উগ্ৰপন্থীৰ

সেই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তেওঁৰ পদত্যাগৰ দাবী অধিক তীব্ৰতৰ হৈ পৰিছে। হেৰিছৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বাইডেনে সঁচাকৈয়ে এই দাবীত সঁহাৰি দিবনে? প্ৰশ্ন অৱশ্যেই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd