• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হংকঙত ৪৫ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক ৪ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2024 3:00 pm
হংকঙৰ উচ্চ ন্যায়ালয়ে ৪৫ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক চাৰিৰ পৰা দহ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

হংকঙৰ উচ্চ ন্যায়ালয়ে ৪৫ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক চাৰিৰ পৰা দহ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

64
VIEWS
Share on FacebookShare on Twitter

হংকঙৰ উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত চলি থকা বিচাৰত ৪৫ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক চাৰিৰ পৰা দহ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

২০২১ চনত মুঠ ৪৭ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক কূটাঘাতৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে বেইজিঙে জাপি দিয়া ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অনুসৰি অভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰ ভিতৰত প্ৰাক্তন অধিবক্তা বেনি টাইক আন্দোলনৰ ‘সংগঠক’ হিচাপে চিনাক্ত কৰা হৈছিল।

লগতে পঢ়কঃ বিনামূলীয়া ৰেচনৰ হৰলুকি! প্ৰায় ৭০ হাজাৰ কোটি টকাৰ ক্ষতি, দেশজুৰি কেন্দ্ৰীয় প্ৰকল্পত দুৰ্নীতি

পশ্চিম ক’লুন দণ্ডাধীশ আদালতত ১১৮ দিনীয়া বিচাৰৰ অন্তত মে’ মাহত গণতন্ত্ৰপন্থী ১৪ গৰাকী কৰ্মীক দোষী সাব্যস্ত কৰা হৈছিল। ইয়াৰ ভিতৰত আছে অষ্ট্ৰেলিয়াৰ নাগৰিক গৰ্ডন এন জি আৰু আন্দোলন কৰ্মী ৱেন চাও।

বিচাৰৰ সন্মুখীন হোৱা ৪৭ গৰাকী প্ৰতিবাদকাৰীৰ ভিতৰত ৩১ গৰাকীয়েই দোষ স্বীকাৰ কৰিছিল। আৰু বাকী দুগৰাকীক দোষমুক্ত কৰা হয়।

বাতৰি অনুসৰি, শাস্তি লাভ কৰা এই প্ৰতিবাদকাৰীসকলৰ একাংশই চাৰে তিনি বছৰ ধৰি কাৰাবন্দী হৈ আছে। তেওঁলোকৰ বন্দীত্বৰ এই সময়ছোৱা কাৰাদণ্ডৰ সময়সীমাৰ ভিতৰত গণ্য হ’ব নে নহয় সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই।

লগতে পঢ়কঃ অবৈধ অস্ত্ৰৰ অবাধ ব্যৱহাৰ বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ; কৰ্ম পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ

এই ৰায় ঘোষণাৰ পূর্বে পুৱাৰে পৰা আদালত চৌহদত সমবেত হৈছিল শ শ লোক৷ পাতলীয়া বৰষুণত বহুতে হাতত ছাতি লৈ আদালতৰ কোঠাত সোমাবলৈ শাৰী পাতি ৰৈ আছিল। ৰায় ঘোষণা কৰাৰ সময়ত আদালতৰ কক্ষ ভৰি পৰিছিল। 

Recent News

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd