• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হংকঙত ৪৫ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক ৪ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2024 3:00 pm
হংকঙৰ উচ্চ ন্যায়ালয়ে ৪৫ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক চাৰিৰ পৰা দহ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

হংকঙৰ উচ্চ ন্যায়ালয়ে ৪৫ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক চাৰিৰ পৰা দহ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হংকঙৰ উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত চলি থকা বিচাৰত ৪৫ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক চাৰিৰ পৰা দহ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

২০২১ চনত মুঠ ৪৭ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীক কূটাঘাতৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে বেইজিঙে জাপি দিয়া ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অনুসৰি অভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰ ভিতৰত প্ৰাক্তন অধিবক্তা বেনি টাইক আন্দোলনৰ ‘সংগঠক’ হিচাপে চিনাক্ত কৰা হৈছিল।

লগতে পঢ়কঃ বিনামূলীয়া ৰেচনৰ হৰলুকি! প্ৰায় ৭০ হাজাৰ কোটি টকাৰ ক্ষতি, দেশজুৰি কেন্দ্ৰীয় প্ৰকল্পত দুৰ্নীতি

Apply Now

পশ্চিম ক’লুন দণ্ডাধীশ আদালতত ১১৮ দিনীয়া বিচাৰৰ অন্তত মে’ মাহত গণতন্ত্ৰপন্থী ১৪ গৰাকী কৰ্মীক দোষী সাব্যস্ত কৰা হৈছিল। ইয়াৰ ভিতৰত আছে অষ্ট্ৰেলিয়াৰ নাগৰিক গৰ্ডন এন জি আৰু আন্দোলন কৰ্মী ৱেন চাও।

বিচাৰৰ সন্মুখীন হোৱা ৪৭ গৰাকী প্ৰতিবাদকাৰীৰ ভিতৰত ৩১ গৰাকীয়েই দোষ স্বীকাৰ কৰিছিল। আৰু বাকী দুগৰাকীক দোষমুক্ত কৰা হয়।

বাতৰি অনুসৰি, শাস্তি লাভ কৰা এই প্ৰতিবাদকাৰীসকলৰ একাংশই চাৰে তিনি বছৰ ধৰি কাৰাবন্দী হৈ আছে। তেওঁলোকৰ বন্দীত্বৰ এই সময়ছোৱা কাৰাদণ্ডৰ সময়সীমাৰ ভিতৰত গণ্য হ’ব নে নহয় সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই।

লগতে পঢ়কঃ অবৈধ অস্ত্ৰৰ অবাধ ব্যৱহাৰ বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ; কৰ্ম পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ

এই ৰায় ঘোষণাৰ পূর্বে পুৱাৰে পৰা আদালত চৌহদত সমবেত হৈছিল শ শ লোক৷ পাতলীয়া বৰষুণত বহুতে হাতত ছাতি লৈ আদালতৰ কোঠাত সোমাবলৈ শাৰী পাতি ৰৈ আছিল। ৰায় ঘোষণা কৰাৰ সময়ত আদালতৰ কক্ষ ভৰি পৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd