• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমুদ্ৰাকৰণেও বন্ধ কৰিব পৰা নাই জালিয়াতি; পাঁচ বছৰত ৩০০ শতাংশ বৃদ্ধি পালে জাল নোট

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 28, 2024 2:06 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্রীয় চৰকাৰ আৰু ৰিজার্ভ বেংকে দেশত জাল নোট প্রতিৰোধৰ বাবে যিমানেই ব্যৱস্থা গ্রহণ নকৰক কিয়, বাস্তৱ পৰিস্থিতিৰ পৰা অনুমান কৰিব পাৰি যে এইক্ষেত্ৰত কোনো কাম হোৱা নাই। ২০১৮-১৯ৰ পৰা ২০২৩-২৪ চনৰ ভিতৰত পাঁচ বছৰত দেশত ৫০০ টকীয়া জাল নোটৰ সংখ্যা চাৰিগুণ বৃদ্ধি পাইছে।

ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকে যিমানেই ২০০০ টকীয়া নোট ওভতাই নিনিয়ক কিয়, পৰিসংখ্যা অনুসৰি ২০২০-২১ চনৰ পৰা পৰৱৰ্তী ৩ বছৰত প্ৰচলনত ২০০০ টকীয়া জাল নোটৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে।

শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰচাৰ কৰা এক টোকাত এনে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই পৰিসংখ্যা দাখিল কৰে।

মন্ত্ৰীগৰাকীয়ে ২০১৮-১৯ চনত দেশত ২১,৮৬৫ মিলিয়ন খন ৫০০ টকীয়া নোট প্ৰচলিত প্ৰচলন হৈ থকা বুলি দাবী কৰাৰ বিপৰীতে ২০২২-২৩ চনত ই সৰ্বাধিক ৯১,১১১ মিলিয়ন খনত উপনীত হয়। যদিও ২০২৩-২৪ বিত্তীয় বৰ্ষত ই সামান্য হ্ৰাস পাইছে, তথাপিও দৈনিক ব্যৱহাৰ, খুচুৰা লেনদেনত ২০১৮-১৯ চনৰ তুলনাত ই চাৰিগুণতকৈ অধিক (৮৫,৭১১) হৈছে।

যদিও দুহাজাৰ নোটৰ ক্ষেত্ৰত এই সংখ্যা ইমান বেছি নহয়, তথাপিও মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত ই বহু পিছ পৰি থকা নাই। যদিও ২০১৮-১৯ চনৰ তুলনাত ২০২২-২৩ চনত ইয়াৰ প্ৰচলনৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছিল, পিছৰ বছৰত ই পুনৰ প্ৰায় ৩ গুণ বৃদ্ধি পৰিছিল। ফলত বুজা যায় যে বিমুদ্ৰাকৰণৰ পিছত দেশত জাল নোটৰ বিস্তাৰ হ্ৰাস কৰিবলৈ বজাৰত দুহাজাৰ নোটৰ প্ৰচলন হ’লেও ই ডাঙৰ ফলপ্ৰসূ ভূমিকা ল’বলৈ সক্ষম হৈছিল বুলি দাবী কৰিব নোৱাৰি।

ফলস্বৰূপে, ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষই ২০১৮-১৯ চনৰ পৰা দুহাজাৰ টকীয়া নোটৰ ছপা হ্ৰাস কৰাৰ বা মে’-২০২৩ চনৰ পৰা প্ৰত্যাহাৰ কথা ঘোষণা কৰে। এতিয়া ২০২৪-২৫ চনৰ তথ্য প্ৰকাশ পালে বুজিব পৰা যাব যে শীৰ্ষ বেংকটোৰ কৰ্তৃপক্ষই কিমান পৰিমাণৰ নোট প্ৰচলনৰ পৰা আঁতৰাই নিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd