• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আগদিনা জাৰি কৰা সামৰিক শাসন পিছদিনাই উঠাই ল’লে দক্ষিণ কোৰিয়াই… কিন্তু কিয়?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 4, 2024 9:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক-য়েওলে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি সামৰিক আইন জাৰি কৰে। মঙলবাৰে দেশবাসীক টেলিভিছনযোগে দিয়া ভাষণত তেওঁ এই কথা ঘোষণা কৰে।

তেওঁ কয়, “উদাৰবাদী দক্ষিণ কোৰিয়াক উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শক্তিৰ ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰ বিৰোধী উপাদানক নিৰ্মূল কৰিবলৈ মই জৰুৰীকালীন সামৰিক আইন ঘোষণা কৰিছো।”

দেশবাসীক তেওঁ কয় যে, জনতাৰ স্বাৰ্থৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া বিৰোধী শক্তিসমূহে কেৱল নিজৰ নেতাসকলক অভিযোগনামা, বিশেষ তদন্ত আৰু গোচৰৰ পৰা ৰক্ষা কৰিবলৈ শাসন ব্যৱস্থাক পংগু কৰি পেলাইছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে আমাৰ সংসদ এতিয়া অপৰাধীৰ আশ্ৰয়স্থল হৈ পৰিছে। আমাৰ উদাৰ গণতান্ত্ৰিক ব্যৱস্থাটোক উফৰাই পেলাবলৈ চেষ্টা কৰাৰ ফলত দেশখন স্বৈৰাচাৰী ৰাষ্ট্ৰত পৰিণত হৈছে। ড্ৰাগছ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া, জনসাধাৰণৰ সুৰক্ষা বজাই ৰখাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বাজেট কৰ্তন কৰি দেশখনক ড্ৰাগছ অভয়াৰণ্য আৰু জনসাধাৰণৰ নিৰাপত্তাহীনতাৰ অৱস্থালৈ ৰূপান্তৰিত কৰা হৈছে।

ইউনে বিৰোধীক “ৰাষ্ট্ৰ বিৰোধী শক্তি” বুলি অভিহিত কৰি তেওঁলোকৰ লক্ষ্যক “শাসন ব্যৱস্থাৰ পৰিৱৰ্তন” বুলি অভিহিত কৰে। তেওঁ কয়, ৰাষ্ট্ৰবিৰোধী শক্তিক অতি সোনকালে নিৰ্মূল কৰি দেশক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিম।

কিন্তু ইয়াৰ এদিনৰ পিছত বুধবাৰে এই আইন উঠাই লোৱাৰ কথা ঘোষণা কৰে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। দেশখনৰ গণতান্ত্ৰিক কাঠামোৰ প্ৰতি লক্ষ্য ৰাখি এই আইন উঠাই লোৱা বুল ঘোষণা কৰে দেশখনৰ প্ৰশাসনে।

উল্লেখ্য যে দেশখনত সামৰিক শাসন বলৱৎ কৰাৰ পিছতেই আতংকিত হৈ পৰিছিল আমেৰিকাকে ধৰি দেশখনৰ মিত্ৰশক্তিসমূহ। বহুতেই এই সিদ্ধান্তক সমালোচনা কৰাৰ পিছত এই আইন উঠাই লয় ৰাষ্ট্ৰপতি ইউন ছুক-য়েওলে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd