• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একেলগে পাৰিব পঢ়িব দুটা বিষয়! উচ্চ শিক্ষাৰ ক্ষেত্ৰত এলানি পৰিৱৰ্তন আনিছে ইউ জি চিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2024 11:36 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অংক বৰ জংক পংক! মাধ্যমিক উত্তীৰ্ণৰ পাছত সেয়ে গণিত বিষয়টোকে বিদায় দিছে। ধৰি লওক আপুনি উচ্চ শিক্ষাত ইতিহাস পঢ়িবলৈ বাছি লৈছে। আপুনি আকৌ জীৱবিজ্ঞানো বৰ ভাল পায়। জীৱ আৰু জীৱবিজ্ঞানৰ বিষয়ে নতুন তথ্যৰ প্ৰতি আকৰ্ষণ আছে। কিন্তু উচ্চ শিক্ষাত দুটা বিষয়টো একেলগে পঢ়িব নোৱাৰি।

এতিয়া বিশ্ববিদ্যালয় অনুদান আয়োগে এই অসুবিধা দূৰ কৰিবলৈ নিয়মৰ এলানি পৰিৱৰ্তন আনিবলৈ ওলাইছে। কাৰ্যকৰী হ’লে ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাত নিজৰ পছন্দৰ একাধিক বিষয় অধ্যয়ন কৰিব পাৰিব। আৰু ই কেৰিয়াৰ অৰিয়েণ্টেড হ’ব। এই পৰিৱৰ্তন সন্দৰ্ভত ইউজিচিৰ প্ৰস্তাৱক শিক্ষক সমাজে সমৰ্থন কৰিছে। ছাত্ৰ-ছাত্ৰীসকলো সুখী। অৱশ্যে কাৰ্যকৰীকৰণৰ বাবেহে এতিয়া অপেক্ষা।

Apply Now

ইউজিচিৰ নতুন খচৰা প্ৰস্তাৱ অনুসৰি স্নাতকৰ লগতে স্নাতকোত্তৰ পৰ্যায়তো দুটা বেলেগ বেলেগ বিষয় অধ্যয়ন কৰিবলৈ সুযোগ থাকিব। আনকি বছৰত দুবাৰকৈ নামভৰ্তি লোৱাৰ ক্ষমতা থকা বিশ্ববিদ্যালয়সমূহেও জুলাই-আগষ্ট আৰু জানুৱাৰী-ফেব্ৰুৱাৰী ছেছনতত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰিও একাধিক এন্ট্ৰি আৰু এক্সিট পইণ্ট থাকিব। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে যিকোনো সময়তে পাঠ্যক্ৰম এৰি প্ৰমাণ পত্ৰ লাভ কৰিব পাৰে। পিছত আকৌ ঘূৰি অহাৰ সুযোগ থাকিব।

লগতে পঢ়কঃ দুমাহো নিটিকিল পূৰ্বৰ বিশ্ব অভিলেখ! টি-২০ ক্ৰিকেটত ৩৪৯ ৰান কৰি নতুন অভিলেখ ভাৰতত

বৃহস্পতিবাৰে ইউজিচিৰ অধ্যক্ষই এই সন্দৰ্ভত এখন বিজ্ঞপ্তি জাৰি কৰিছে। এইটো স্পষ্ট যে কেৱল অসমীয়া বা সমতুল্য বিষয় নহয়, কাৰিকৰী পাঠ্যক্ৰমো এজন ছাত্ৰই কৰিব পাৰে। অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম যিয়েই নহওক কিয়, কোনো ছাত্ৰই যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হ’লে যিকোনো বিষয়তে উচ্চ শিক্ষাত নামভৰ্তি কৰিব পাৰিব।

ডিগ্ৰীৰ বাবে ‘ফ্লেক্সিবল এটেণ্ডেন্স পলিচি’ আৰু ‘ক্ৰেডিট ডিষ্ট্ৰিবিউশ্যন’ও আছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি ইউজিচিয়ে ইতিমধ্যে নতুন পাঠ্যক্ৰমৰ খচৰা প্ৰস্তুত কৰিছে। কোৱা হৈছে যে ছাত্ৰ-ছাত্ৰীসকলে স্নাতক আৰু স্নাতকোত্তৰত দুটা বিষয় লৈ অধ্যয়ন কৰিব পাৰিব।

ইউজিচিৰ তথ্য অনুসৰি এতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত ব্যাপক পৰিৱৰ্তন ঘটিছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাত এটাতকৈ অধিক বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। দুটা বিষয় সমান্তৰালকৈ অধ্যয়ন কৰিলে ছাত্ৰজনৰ ক্ৰেডিট পইণ্ট বৃদ্ধি পাব, যিয়ে ভৱিষ্যতে তেওঁক আগবাঢ়ি যোৱাত সহায় কৰিব।

লগতে পঢ়কঃ চিবিআইৰ বেশ ধৰি ‘ডিজিটেল এৰেষ্ট’ প্ৰাক্তন ‘মিছ ইণ্ডিয়া’ক! ৯৯ হাজাৰ টকা লুটি নিলে মডেলৰ

যদি কোনো ছাত্ৰই স্নাতক পৰ্যায়ত এটা বিষয়ত ৫০ শতাংশ ক্ৰেডিট পইণ্ট লাভ কৰে, তেন্তে বাকী ৫০ শতাংশ ক্ৰেডিট পইণ্ট দক্ষতাভিত্তিক আৰু মাল্টিডিছিপ্লিনেৰী বিষয়ত অধ্যয়ন কৰিও লাভ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd