• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পদপিষ্টৰ ঘটনাত থানাত হাজিৰ আল্লু অৰ্জুন; বিপদে লগ এৰা নাই ‘পুষ্পা’ৰ! দাখিল হৈছে নতুন অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2024 12:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত পদপিষ্ট হৈ মহিলাৰ মৃত্যুৰ গোচৰত জেৰাৰ বাবে আৰক্ষী থানাত হাজিৰ হৈছে আল্লু অৰ্জুন। মঙলবাৰে পুৱা হায়দৰাবাদ আৰক্ষী থানাত হাজিৰ হয় অভিনেতাগৰাকী। ইফালে বাস্তৱ জীৱনৰ ‘পুষ্পা’ৰ বাবে বিপদ বাঢ়িয়ে গৈছে। এইবাৰ কংগ্ৰেছ নেতাৰ ৰোষত পৰিল অভিনেতাগৰাকী।

আল্লু অৰ্জুন অভিনীত ছবি ‘পুষ্পা ২: দ্য ৰুল’ৰ এটা দৃশ্যক লৈ আপত্তি কৰিছে তেলেংগানা কংগ্ৰেছ নেতা তিনমাৰ মাল্লানাৰে। অভিনেতাগৰাকীৰ এই ছুপাৰহিট ছবিখনত আৰক্ষী জোৱানক অপমান কৰা বুলি অভিযোগ কৰা হৈছে।

Apply Now

জানিব পৰা মতে, কংগ্ৰেছ নেতাগৰাকীয়ে হায়দৰাবাদৰ মেডিপল্লী আৰক্ষী থানাত পৰিচালক সুকুমাৰ, মুখ্য অভিনেতা আল্লু অৰ্জুন আৰু ‘পুষ্পা ২: দ্য ৰুল’ ছবিখনৰ প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তিনমাৰ মাল্লান্না হৈছে তেলেংগানা বিধান পৰিষদৰ সদস্য।

লগতে পঢ়কঃ মগজুত জমিছে তেজ, বিনামূলীয়া চিকিৎসা আগবঢ়াব হাস্পাতালে; চিকিৎসকৰ প্ৰতি কৃতজ্ঞ কাম্বলি

ছবিখনৰ এটা দৃশ্যত ‘পুষ্পা’ আল্লুৱে অভিনেতা ফাহাদ ফাজিলৰ চৰিত্ৰত অভিনয় কৰা এছ পি ‘ভৱৰ সিং শ্বেখাৱত’ক চুইমিং পুলত পেলাই দিয়ে। ইয়াৰ পিছত মাতাল অৱস্থাত ‘পুষ্পাই’ চুইমিং পুলত প্ৰস্ৰাৱ কৰি দিয়ে। এনে দৃশ্য আৰক্ষী বাহিনীৰ বাবে অতি অপমানজনক বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। ইয়াৰ বিৰুদ্ধে অনতিপলমে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে মাল্লান্নাই।

আল্লুৰ বিৰুদ্ধে সৰৱ হৈছে AIMIMৰ বিধায়ক আকবৰুদ্দিন ৱাইছিয়েও। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়েও আল্লুক ৰেহাই দিয়া নাই। ছুপাৰষ্টাৰগৰাকীৰ ঘৰতো আক্ৰমণ হৈছে। এই ঘটনাত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয় যদিও পিছত আটাইকেইজনক জামিনত মুকলি কৰি দিয়া হয়। বিজেপিৰ অভিযোগ যে আল্লুৰ ঘৰত আক্ৰমণৰ আঁৰত আছে ৰেৱন্ত ৰেড্ডী।

লগতে পঢ়কঃ শ্যাম বেনেগালৰ দেহাৱসান; ৯০ বছৰত স্তব্ধ হৈ পৰিল কিংবদন্তি পৰিচালকৰ জীৱন

সন্ধ্যা থিয়েটাৰত পদপিষ্ট হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ ৯ বছৰীয়া পুত্ৰ এতিয়াও চিকিৎসালয়ৰ আই চি ইউত আছে। আল্লুৰ পিতৃয়ে তেওঁক চাবলৈ গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd