• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

General Knowledge : ভাৰতৰ ৰাজনীতি আৰু সংবিধান সম্পৰ্কে ৫০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 27, 2024 6:02 pm
806
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১/  ভাৰতীয় সংবিধান কেতিয়া বলবৎ হৈছিল?

 উ: ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

Apply Now

২/  ২৬ জানুৱাৰীৰ তাৎপৰ্য কি?

 উ: গণৰাজ্য দিৱস।

৩/  সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল?

 উ: ডাঃ বি.আৰ. আম্বেদকাৰ।

৪/ভাৰতীয় সংবিধানৰ মূল দৰ্শন ক’ত প্ৰতিফলিত হৈছে?

 উ: সংবিধানৰ প্ৰস্তাৱনাত।

৫/ ভাৰতীয় প্ৰেক্ষাপটত ‘ধৰ্মনিৰপেক্ষ’ শব্দটোৰ অৰ্থ কি?

 উ: ৰাষ্ট্ৰৰ কোনো ধৰ্ম নাই আৰু ৰাষ্ট্ৰই সকলো ধৰ্মকে সমানে চায়।

৬/  প্ৰস্তাৱনাত ‘সাৰ্বভৌম’ৰ অৰ্থ কি?

 উ: ভাৰত স্বাধীন আৰু কোনো বাহ্যিক নিয়ন্ত্ৰণৰ অধীন নহয়।

৭/ ‘গণৰাজ্য’ৰ অৰ্থ কি?

 উ: ৰাষ্ট্ৰৰ মুৰব্বী নিৰ্বাচিত হয়, বংশগত নহয়।

৮/  ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যক কি বুলি কোৱা হয়?

উ: মৌলিক গঠন।

৯/ সংবিধানৰ মৌলিক গাঁথনি সংশোধন কৰিব পাৰিনে?

উ: নোৱাৰি।

১০/ ভাৰতীয় সংবিধানত কিমান মৌলিক অধিকাৰ আছে?

 উ: ৬ টা

১১/ কোনটো অনুচ্ছেদে সমতাৰ অধিকাৰৰ নিশ্চয়তা দিয়ে?

উ: অনুচ্ছেদ ১৪-১৮।

১২/ কোনটো অনুচ্ছেদে বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ নিশ্চয়তা দিয়ে?

 উ: অনুচ্ছেদ ১৯।

১৩/কোনটো অনুচ্ছেদে শোষণৰ বিৰুদ্ধে অধিকাৰক সুৰক্ষা দিয়ে?

 উ: অনুচ্ছেদ ২৩-২৪।

১৪/ কোনটো অনুচ্ছেদত ধৰ্মৰ স্বাধীনতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে?

উ: অনুচ্ছেদ ২৫-২৮।

১৫/ কোনটো অনুচ্ছেদত সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে?

উ: অনুচ্ছেদ ২৯-৩০।

১৬/ কোনটো অনুচ্ছেদে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ নিশ্চয়তা দিয়ে?

 ক: অনুচ্ছেদ ৩২।

১৭/ ৰিট কি?

 উ: উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ দ্বাৰা জাৰি কৰা আইনী আদেশ।

১৮/ ভাৰতৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে?

 উ: ১১টা।

১৯/ মৌলিক কৰ্তব্যসমূহ আইনৰ দ্বাৰা বলবৎ কৰিব পৰা যায়নে?

২০)  ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি কি?

 উ: নাযায়। সেইবোৰ নৈতিক বাধ্যবাধকতা।

 উ: ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি হ’ল চৰকাৰৰ দ্বাৰা আইন প্ৰণয়নৰ নীতি-সংক্ৰান্তিয় নিৰ্দেশিকা। সংবিধানৰ চতুৰ্থ খণ্ডত বৰ্ণিত এই নীতিসমূহ আদালতত বিচাৰযোগ্য নহয়। তথাপিটো আশা কৰা হয়, চৰকাৰ পৰিচালনাৰ মৌলিক নিৰ্দেশিকাৰ যি আদৰ্শসমূহৰ ওপৰত এই নীতিসমূহ প্ৰতিষ্ঠিত, আইনৰ ৰূপদান আৰু প্ৰণয়নৰ সময়ত চৰকাৰে সেইসমূহ মানি চলিব।

২১/ সংবিধানত কোনটো খণ্ডত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ কথা উল্লেখ কৰা হৈছে?

 উ: চতুৰ্থ খণ্ড।

২২/ কোনটো অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা কৰা হৈছে?

 উ: অনুচ্ছেদ ৪৪।

২৩/ ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন?

 উ: ৰাষ্ট্ৰপতি।

২৪/ ভাৰতত চৰকাৰৰ মুৰব্বী কোন?

 উ: প্ৰধানমন্ত্ৰী।

২৫/ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?

 উ: ৰাষ্ট্ৰপতিয়ে।

২৭/ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?

 উ: পাঁচ বছৰ।

২৮/ কোনে ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰিব পাৰে?

 উ: সংসদে (অভিযোগৰ জৰিয়তে)।

২৯/ উপ-ৰাষ্ট্ৰপতিৰ ভূমিকা কি?

 উ: পদমৰ্মে ৰাজ্যসভাৰ অধ্যক্ষ।

৩০/ ৰাষ্ট্ৰপতিক কোনে পৰামৰ্শ দিয়ে?

উ: প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদে।

৩১/ ভাৰতৰ সংসদ কোনকেইটা উপাদানৰ দ্বাৰা গঠিত?

 উ: ৰাষ্ট্ৰপতি, লোকসভা, আৰু ৰাজ্যসভা।

৩২/ লোকসভাৰ আন এটা নাম কি?

 উ: নিম্ন সদন।

৩৩/ ৰাজ্যসভাৰ আন এটা নাম কি?

 উ: উচ্চ সদন।

৩৪/  লোকসভাৰ সৰ্বোচ্চ আসন কিমান?

 উ: ৫৫০ খন।

৩৫/ ৰাজ্যসভাৰ সৰ্বোচ্চ আসন কিমান?

 উ: ২৫০ খন।

৩৬) ধন বিল (Money Bill) কি?

উ: আৰ্থিক বিষয়ৰ সৈতে জড়িত এখন বিল।

৩৭/ ধন বিল (Money Bill) ক’ত উত্থাপন কৰা হয় ?

 উ: লোকসভাত।

৩৮/ অনাস্থাৰ ভোট কি?

 উ: চৰকাৰৰ ওপৰত আস্থাহীনতা প্ৰকাশ কৰা প্ৰস্তাৱ।

৩৯/ অধ্যাদেশ কি?

 উ: সংসদৰ অধিৱেশন নথকা সময়ত ৰাষ্ট্ৰপতিয়ে জাৰি কৰা আইন।

৪০) ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?

 উ: ৰাষ্ট্ৰপতি।

৪১)  ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?

 উ: ৰাষ্ট্ৰপতি।

৪২)  কোনে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি দিয়ে?

 উ: ৰাষ্ট্ৰপতি

৪৩) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান?

 উ: ৬২ বছৰ।

৪৪)   ৰাজ্য চৰকাৰৰ মুৰব্বী কোন?

 উ: ৰাজ্যপাল।

৪৫)   ৰাজ্যপালক কোনে নিযুক্তি দিয়ে?

 উ: ৰাষ্ট্ৰপতি।

৪৬)  মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?

 উ: ৰাজ্যপাল।

৪৭)  ৩৭০ নং অনুচ্ছেদ কোনখন ৰাজ্যৰ সৈতে জড়িত আছিল?

 উ: জম্মু-কাশ্মীৰ।

৪৮)  কোনটো সংশোধনীৰ দ্বাৰা শিক্ষাৰ অধিকাৰ প্ৰৱৰ্তন কৰা হৈছিল?

 উ: ৮৬ নং সংশোধনী।

৪৯)  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স কিমান?

 উ: ৬৫ বছৰ।

৫০)  কোনটো সংশোধনীক ‘ক্ষুদ্ৰ সংবিধান’ বুলি জনা যায়?

 উ: ৪২ নং সংশোধনী।

লগতে পঢ়কঃ General Knowledge : ক্ৰীড়া জগতৰ কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ General Knowledge: অতি সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কে কেইটামান প্ৰশ্নোত্তৰ

লগতে পঢ়কঃ Assam Govt Job GK Quiz 2022 : চৰকাৰী চাকৰি প্ৰাৰ্থীৰ বাবে কেইটামান প্ৰয়োজনীয় Quiz

লগতে পঢ়কঃ General Knowledge : চৰকাৰী নিযুক্তি পৰীক্ষাৰ বাবে  আধুনিক ভাৰতৰ ইতিহাস সম্পৰ্কীয় ৫০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd