• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী বিধানসভা নিৰ্বাচনঃ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰৱেশ বাৰ্মা আৰু আতিশীৰ বিৰুদ্ধে ৰমেশ বিধুৰীক প্ৰক্ষেপ বিজেপিৰ

নৰ্থ ইষ্ট নাও অসমীয়া, গুৱাহাটী by নৰ্থ ইষ্ট নাও অসমীয়া, গুৱাহাটী
January 4, 2025 5:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী বিধানসভাৰ নির্বাচনত প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিৰ প্রার্থী পশ্চিম দিল্লীৰ প্রাক্তন সাংসদ প্রৱেশ বার্মাক প্ৰক্ষেপ কৰা হৈছে৷ আম আদমী পাৰ্টিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লীৰ পৰা তেওঁক প্ৰক্ষেপ কৰিছে বিজেপিয়ে। শনিবাৰে দলটোৱে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।

প্ৰৱেশৰ উপৰিও দক্ষিণ দিল্লীৰ প্ৰাক্তন সাংসদ ৰমেশ বিধুৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী। কলকাজী কেন্দ্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইউ পিৰ প্ৰাক্তন মন্ত্ৰী কৈলাস গেহলটক তেওঁৰ খাষ্টালুক নাজাফগড়ৰ পৰিৱৰ্তে বিজৱাছানৰ পৰা প্ৰক্ষেপ কৰা হৈছে। গান্ধীনগৰৰ বিধায়ক অনিল বাজপেয়ীক এইবাৰ দলে দিয়া নাই টিকট। তেওঁৰ ঠাইত মনোনীত হৈছে দিল্লী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলীক।

Apply Now

ইয়াৰ পূৰ্বে আম আদমী পাৰ্টিয়ে কেউখন ৭০খন আসনত প্ৰাৰ্থী ঘোষণা কৰিছিল। কংগ্ৰেছে এতিয়াও ২১খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। এইবাৰ বিজেপিয়ে আন দল এৰি যোৱা নেতাক মনোনীত কৰিছে। উদাহৰণ স্বৰূপে কৈলাস গেহলটৰ বাহিৰে ইউ পিৰ প্ৰাক্তন মন্ত্ৰী ৰাজকুমাৰ আনন্দক টিকট দিয়া হৈছে। নতুন দিল্লীৰ আসনত এই নিৰ্বাচনত কটকটীয়া যুঁজৰ সম্ভাৱনা। কাৰণ কংগ্ৰেছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতক মনোনীত কৰিছে।

ইয়াৰ পূৰ্বে প্ৰৱেশ বাৰ্মাৰ বিৰুদ্ধে ইউ পিৰ ভোটাৰক ধন বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহাব সিং বাৰ্মাৰ পুত্ৰৰ বিৰুদ্ধে ইডিত এজাহাৰ দাখিল কৰিছে। ধন বিতৰণৰ অভিযোগ অৱশ্যে স্পষ্টভাৱে প্ৰৱেশে অস্বীকাৰ কৰিছে। ইউ পিৰ প্ৰাক্তন মন্ত্ৰী ৰাজকুমাৰ আনন্দক পেটেল নগৰৰ পৰা বিজেপিয়ে টিকট দিছে। মন কৰিবলগীয়া যে গেহলটে আগতে নিজকে কেজৰিৱালৰ হনুমান বুলি প্ৰচাৰ কৰিছিল।ইপিনে তেওঁ দল এৰি যোৱা নৱেম্বৰ মাহত বিজেপিত যোগদান কৰে।

নৰ্থ ইষ্ট নাও অসমীয়া, গুৱাহাটী

নৰ্থ ইষ্ট নাও অসমীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd