• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগোত লোমহৰ্ষক ঘটনা! ১৬৭ গৰাকী মহিলা কয়দীক ধৰ্ষণ কৰি জ্বলাই দিলে পুৰুষ কয়দীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 12:12 pm
606
VIEWS
Share on FacebookShare on Twitter

মধ্য আফ্ৰিকাৰ দেশ কংগোৰ উত্তৰ কিভু প্ৰদেশৰ ৰাজধানী গোমাৰ এখন কাৰাগাৰত ধৰ্ষণ কৰি ১৬৫ৰ পৰা ১৬৭গৰাকী মহিলা কয়দীক জুই লগাই দিয়ে পুৰুষ কয়দীসকলে। ইতিমধ্যে জ্বলি যোৱা মহিলা বন্দীসকলৰ অধিকাংশই প্ৰাণ হেৰুৱাইছে।

যোৱা ৩ ফেব্ৰুৱাৰী সোমবাৰে মুনজেঞ্জে কাৰাগাৰত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। সেইদিনা চৰকাৰ বিৰোধী বিদ্ৰোহী সংগঠন M23 য়ে গোমা দখল কৰে। গোমাৰ পতনৰ পিছত মুনজেঞ্জে কাৰাগাৰৰ পৰা বন্দীসকলে ওলাই আহিবলৈ ধৰিলে।

অৱশ্যে এই কাৰাবন্দীসকলৰ একাংশই কাৰাগাৰৰ মহিলা কোঠালৈ গৈ মহিলা কয়দীসকলৰ ওপৰত জপিয়াই পৰে।

এই তথ্য ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ নথিত উল্লেখ কৰা হৈছে। সেই নথিখনৰ প্ৰতিলিপি বিবিচিৰ সংগ্ৰহত আছে। কিন্তু বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি এই তথ্যৰ সত্যাসত্য নিৰূপণৰ বাবে ঘটনাস্থলীলৈ প্ৰতিনিধি প্ৰেৰণ কৰাটো ৰাষ্ট্ৰসংঘৰ বাবে সম্ভৱ নহয়।

উল্লেখ্য যে, কংগোৰ অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ চহৰ গোমা। এম ২৩ বিদ্ৰোহী গোটৰ যোদ্ধাসকলে ৩ ফেব্ৰুৱাৰীত এক আচৰিত অভিযানত এক মিলিয়নতকৈ অধিক লোকৰ বাসস্থান এই চহৰখন দখল কৰে।

তেতিয়াৰ পৰাই গোমাত চৰম বিশৃংখলতা আৰম্ভ হৈছে। সেনা আৰু বিদ্ৰোহী যোদ্ধাৰ মাজত প্ৰায় অহৰহ যুদ্ধ চলি থাকে, আৰু ইয়াৰ ভুক্তভোগী মূলতঃ সাধাৰণ নাগৰিক। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফুটেজত কংগোৰ ৰাজপথত পৰি থকা মৃতদেহ দেখা গৈছে।

Recent News

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd