• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

USTM ৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আইনি ব্যৱস্থা গ্ৰহণৰ দাবী HITO ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 4:22 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে পি এইচ ডিকে ধৰি ভুৱা ডিগ্ৰী প্ৰদানৰ অভিযোগ উত্থাপন কৰা বিতৰ্কিত বক্তব্যৰ বাবে, হাইনিট্ৰেপ ইন্টিগ্ৰেটেড টেৰিটৰিয়েল অৰ্গেনাইজেশ্যনে (HITO) হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

অসমৰ মুখ্যমন্ত্রীৰ বক্তব্যক গৰিহণা দি HITOৰ সভাপতি ডনবক দখৰে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান ইদাশীষা নোংৰাঙক শৰ্মাৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

মেঘালয় চৰকাৰে ২০ আৰু ২৭ ফেব্ৰুৱাৰীত জাৰি কৰা চৰকাৰী প্ৰেছ বিবৃতিৰ জৰিয়তে এই অভিযোগসমূহ দৃঢ়তাৰে খণ্ডন কৰে। মুখ্য সচিব আৰু মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে ইউ এছ টি এমে সকলো প্ৰয়োজনীয় নিয়ম সম্পূৰ্ণৰূপে পালন কৰে৷ লগতে বিশ্ববিদ্যালয়খনৰ সঠিক অনুমোদন থকাৰ লগতে সকলো প্ৰতিষ্ঠিত নীতি-নিয়ম আৰু পদ্ধতি মানি চলে বুলি আশ্বাস প্ৰদান কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই ইউ এছ টি এমৰ বৰ্তমান আৰু সম্ভাৱ্য ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অপ্ৰয়োজনীয় উদ্বেগ সৃষ্টি কৰা বুলি উদ্বেগ প্ৰকাশ কৰি এইচ আই টি অ’ই বিশ্ববিদ্যালয়খনৰ সুনাম সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

Recent News

ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতিশোধ! আমেৰিকাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিমান ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত ভাৰতৰ

ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতিশোধ! আমেৰিকাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিমান ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত ভাৰতৰ

মোদীৰ ‘মন কি বাত’ৰ পৰা আয় ৩৪ কোটি টকা! ৰাজ্যসভাত জনালে চৰকাৰে

মোদীৰ ‘মন কি বাত’ৰ পৰা আয় ৩৪ কোটি টকা! ৰাজ্যসভাত জনালে চৰকাৰে

লাচিত সেনাৰ পৰা শৃংখল চলিহাক অব্যাহতি! দলীয় কাৰ্যসূচীৰ পৰা বিৰত থকাৰ লগতে সংবাদ মাধ্যমত মন্তব্য নকৰিবলৈও নির্দেশ

লাচিত সেনাৰ পৰা শৃংখল চলিহাক অব্যাহতি! দলীয় কাৰ্যসূচীৰ পৰা বিৰত থকাৰ লগতে সংবাদ মাধ্যমত মন্তব্য নকৰিবলৈও নির্দেশ

কেৱল তামিল আৰু ইংৰাজীৰ বাবে তামিল ভূমি! হিন্দী আধিপত্য ৰোধ কৰিবলৈ ষ্টেলিনৰ নতুন শিক্ষা নীতি

কেৱল তামিল আৰু ইংৰাজীৰ বাবে তামিল ভূমি! হিন্দী আধিপত্য ৰোধ কৰিবলৈ ষ্টেলিনৰ নতুন শিক্ষা নীতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd