• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰত-পাকিস্তান সীমান্ত ভ্ৰমণত সতৰ্কতামূলক পৰামৰ্শ আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 1:06 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাই এক ভ্ৰমণ উপদেশ জাৰি কৰি ভাৰত-পাকিস্তান সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ (LoC) ওচৰত সন্ত্ৰাসবাদৰ ভাবুকি আৰু সশস্ত্ৰ সংঘাতৰ সম্ভাৱনাৰ বাবে যাত্ৰা নকৰিবলৈ সকীয়াই দিছে। একেটা কাৰণতে আমেৰিকাই পাকিস্তানৰ বেলুচিস্তান আৰু খেবাৰ পখতুনখোৱা প্ৰদেশ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ৭ মাৰ্চ  শুকুৰবাৰে জাৰি কৰা এই পৰামৰ্শাৱলিত সন্ত্ৰাসবাদ আৰু সশস্ত্ৰ সংঘাতৰ আশংকাৰ বাবে মানুহে পাকিস্তান ভ্ৰমণৰ বিষয়ে পুনৰ বিবেচনা কৰিব লাগে বুলি উল্লেখ কৰিছে।

Apply Now

পৰামৰ্শৱালী উল্লেখ কৰা মতে হিংসাত্মক উগ্ৰপন্থী গোটসমূহে পাকিস্তানত সক্ৰিয়ভাৱে আক্ৰমণৰ পৰিকল্পনা কৰিছে। বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱাত সঘনাই সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, য’ত পূৰ্বৰ ফাটাকো(FATA) অন্তৰ্ভুক্ত আছে। এই আক্ৰমণৰ ফলত বহু লোকৰ মৃত্যু হৈছে আৰু সৰু সৰু আক্ৰমণ নিয়মিতভাৱে সংঘটিত হৈ থকে।

সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থী গোটসমূহে প্ৰায়ে সাধাৰণ নাগৰিক, সামৰিক আৰু আৰক্ষীৰ বিৰুদ্ধে নিৰ্বিচাৰ আক্ৰমণ  কৰে। তেওঁলোকে সতৰ্কবাণী অবিহনে আক্ৰমণ কৰিব পাৰে, পৰিবহণ স্থল, বজাৰ, শ্বপিং মল, বিমানবন্দৰ, বিদ্যালয়, চিকিৎসালয়, পূজাস্থলী  আৰু চৰকাৰী ভৱন আদি ঠাইক লক্ষ্য কৰি লয়। বিগত সময়ত আমেৰিকাৰ কূটনীতিবিদ আৰু তেওঁলোকৰ সুবিধাসমূহকো লক্ষ্য কৰি লোৱা হৈছে পৰামৰ্শাৱলীত উল্লেখ কৰিছে।

নিৰ্দেশনাত আৰু কোৱা হৈছে যে পাকিস্তানৰ নিৰাপত্তা পৰিস্থিতি অপূৰ্বানুমান কৰিব নোৱাৰি ই দ্ৰুতগতিত সলনি হ’ব পাৰে। ইছলামবাদৰ দৰে ডাঙৰ চহৰত নিৰাপত্তাৰ আন্তঃগাঁথনি উন্নত হ’লেও দেশৰ আন অঞ্চলবোৰ ইমান নিৰাপদ নহ’বও পাৰে বুলিও উল্লেখ কৰিছে।

বেলুচিস্তানতো বিচ্ছিন্নতাবাদীকে ধৰি সন্ত্ৰাসবাদী সংগঠনে  নাগৰিক, ধৰ্মীয় সংখ্যালঘু, চৰকাৰী কাৰ্যালয় আৰু নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে মাৰাত্মক আক্ৰমণ চলাইছে। সেয়ে বেলুচিস্তান ভ্ৰমণৰ পৰাও বিৰত থাকিবলৈ সকীয়াই দিছে।

সন্ত্ৰাসবাদ আৰু হিংসাৰ আশংকা অধিক হোৱাৰ বাবে আমেৰিকাই এই অঞ্চলসমূহলৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ প্ৰন কৰা বুলি সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd