• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৱাটাৰ ষ্ট্ৰাইক! ভাৰতে ঝিলাম নদীৰ পানী এৰি দিয়াৰ বাবে হাহাকাৰ পৰিস্থিতি; বানত ডুব যাব পাকিস্তান!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2025 12:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কথা মতেই কাম। এইবাৰ ঝিলাম নদীৰ পানীত ডুবিল পাকিস্তান। কাশ্মীৰৰ পেহেলগামত নিৰীহ পৰ্যটকৰ ওপৰত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি উত্তপ্ত হৈ পৰে। সময়ৰ লগে লগে দুয়োখন দেশৰ ৰাজনৈতিক সম্পৰ্ক অধিক জটিল হৈ পৰিছে।

পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰিছে। এইবাৰ ভাৰতে ঝিলাম নদীৰ পৰা পানী এৰি দিলে।

Apply Now

জানিব পৰা মতে, শনিবাৰে নিশাৰ পৰা বিটস্তা নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ফলত পাকিস্তান অধিকৃত কাশ্মীৰৰ এক বৃহৎ অঞ্চল ডুব গৈছে। পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰাবাদ আৰু চাকোটিত ঝিলাম নদীৰ পানী উফন্দি উঠাৰ বাবে বান পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইয়াৰ উপৰিও পাকিস্তান অধিকৃত কাশ্মীৰৰ হাট্টিয়ান বালা জিলাৰ বিস্তীৰ্ণ অঞ্চলও ডুব গৈছে। সেই অঞ্চলসমূহৰ বাসিন্দাসকলে কোনো ধৰণৰ পূৰ্বৰ সতৰ্কবাণী অবিহনে নিশাটোৰ ভিতৰতে পানী এৰি দিয়াৰ বাবে সমস্যাৰ সন্মুখীন হৈছে।

সূত্ৰ অনুসৰি, হঠাৎ ঝিলাম নদীৰ পানী এৰি দিয়াৰ ফলত পাকিস্তানত হাহাকাৰ লাগিছে। পাকিস্তান চৰকাৰে দাবী কৰিছে যে ভাৰতে অঘোষিতভাৱে পানী এৰি দিয়াটো জল সন্ত্ৰাসবাদ। ঝিলাম নদীৰ পাৰৰ অঞ্চলসমূহৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত হ’বলৈ জৰুৰীভাৱে সকীয়াই দিছে হাট্টিয়ান প্ৰশাসনে।

এই বিষয়ত স্থানীয় প্ৰশাসনৰ এক বিবৃতিত কোৱা হৈছে যে, “ভাৰতে বিতষ্টাত স্বাভাৱিকতকৈ অধিক পানী এৰি দিছে। ফলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে।” কেৱল সেয়াই নহয়, প্ৰশাসনে স্থানীয় বাসিন্দাসকলক নদীৰ পাৰৰ অঞ্চলৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছে।

BREAKING:

Flooding starts in Pakistan after India unexpectedly releases water in the Jhelum River without prior notification

🇮🇳🇵🇰 pic.twitter.com/Nc7nv0Sf25

— Visegrád 24 (@visegrad24) April 26, 2025

জানিব পৰা মতে, অতিৰিক্ত পানী এৰি দিয়াৰ বাবে পাকিস্তান অধিকৃত কাশ্মীৰৰ কোহালা, ঢালকোটৰ দৰে নিম্নভূমি অঞ্চলত বানৰ ফলত কৃষিভূমি আৰু শস্যৰ ক্ষতিসাধন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd