• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত এৰিলে ৫৩৭জন পাকিস্তানী নাগৰিকে; পাকিস্তানৰ পৰা উভতিল ৮৫০জন ভাৰতীয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2025 12:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৪ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈকে চাৰিটা দিনত পঞ্জাৱৰ অমৃতসৰৰ আটাৰী-ৱাঘা সীমান্তৰে ৯জন কূটনীতিবিদ আৰু চৰকাৰী বিষয়াসহ ৫৩৭জন পাকিস্তানী নাগৰিকে ভাৰতৰ পৰা ওলাই গৈছে। একে সময়তে ১৪ জন কূটনীতিবিদ আৰু বিষয়াকে ধৰি ৮৫০ জন ভাৰতীয় পাকিস্তানৰ পৰা উভতি আহিছে বুলি চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

যোৱা ২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যু হোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে ১২ জন হ্ৰস্বম্যাদী ভিছাধাৰীক ‘ভাৰত ত্যাগ’ৰ জাননী জাৰি কৰে।

Apply Now

চৰকাৰী তথ্য অনুসৰি ২৭ এপ্ৰিল দেওবাৰে ভাৰতৰ পৰা ২৩৭ জন পাকিস্তানী নাগৰিক পাকিস্তানলৈ উভতি গৈছে। ইয়াৰ আগতে ২৬ এপ্ৰিলত ৮১ জন, ২৫ এপ্ৰিলত ১৯১ জন আৰু ২৪ এপ্ৰিলত ২৮ জন পাকিস্তানী নাগৰিকে দেশ এৰিছে।

একেদৰে, এই সময়তভাৰতীয় নাগৰিকসকলৰ মাজত ২৭ এপ্ৰিলত ১১৬জন, ২৬ এপ্ৰিলত ৩৪২জন, ২৫ এপ্ৰিলত ২৮৭জন আৰু ২৪ এপ্ৰিলত ১০৫জনে পাকিস্তানৰ পৰা ভাৰতলৈ উভতি আহিছে।

ভাৰত আৰু পাকিস্তানৰ মাজত পোনপটীয়া বিমান সংযোগ নাই যদিও এই সময়ত একাংশ পাকিস্তানী নাগৰিকে বিমানযোগেও ভাৰত এৰি যাব পাৰে বুলি আটাৰী সীমান্তৰ প্ৰট’কল বিষয়া অৰুণ মহলে জানিবলৈ দিয়ে। তেনে ক্ষেত্ৰত তেওঁলোকে আন এখন দেশৰ মাজেৰে গন্তব্যস্থান পাব পাৰে।

চৰকাৰী নিৰ্দেশনা অনুসৰি ছাৰ্ক ভিছাধাৰীৰ বাবে প্ৰস্থানৰ সময়সীমা আছিল ২৬ এপ্ৰিল। মেডিকেল ভিছাধাৰীৰ বাবে এয়া ২৯ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে। ভিছাৰ ১২টা কেটেগুৰিত আছে —ভিছা অন এৰাইভেল, ব্যৱসায়, চলচ্চিত্ৰ, সাংবাদিক, ট্ৰেনজিট, সন্মিলন, পৰ্বতাৰোহণ, ছাত্ৰ, দৰ্শক, পৰ্যটক দল, তীৰ্থযাত্ৰী আৰু দলীয় তীৰ্থযাত্ৰী ভিছা।

ইয়াৰ উপৰিও ২৩ এপ্ৰিলত ভাৰতে পাকিস্তানী প্ৰতিৰক্ষা সম্পৰ্কীয় তিনিজন বিষয়া-সেনা, নৌসেনা আৰু বিমান উপদেষ্টাক ‘পাৰ্ছনা নন গ্ৰেটা’ বুলি ঘোষণা কৰি এসপ্তাহৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে। তেওঁলোকক সমৰ্থন কৰা পাঁচজন কৰ্মচাৰীকো ভাৰত এৰি যাবলৈ কোৱা হয়।

অৱশ্যে দীৰ্ঘম্যাদী আৰু কূটনৈতিক বা চৰকাৰী ভিছাধাৰীসকলক এই ‘ভাৰত ত্যাগ’ আদেশৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm
অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd