• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশু যৌন নিৰ্যাতনকাৰী চক্ৰ উৎখাতৰ লক্ষ্যৰে চিবিআইৰ-Operation Hawk 2025

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 11:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনে আমেৰিকাৰ তথ্যৰ ভিত্তিত অনলাইন শিশু যৌন নিৰ্যাতনকাৰী চক্ৰৰ ওপৰত অপাৰেচন হক-২০২৫ নামেৰে এক বৃহৎ দমন অভিযান আৰম্ভ কৰে। ছচিয়েল মিডিয়া প্লেটফৰ্ম ডিচকৰ্ডৰ জৰিয়তে আমেৰিকাৰ নাবালিকা ছোৱালীক শোষণ কৰাৰ অভিযোগত চিবিআইয়ে মঙলুৰীৰ শ্বেইখ মুইজ আহমেদ আৰু দিল্লীৰ মুকুল ছাইনী নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। সংস্থাটোৱে মুম্বাই, মংগালুৰু আৰু দিল্লীত তালাচী চলাই, শিশু যৌন নিৰ্যাতনৰ সামগ্ৰী (চি এছ এ এম) থকা মোবাইল ফোন আৰু লেপটপৰ উদ্ধাৰ কৰে।

প্ৰকাশিত তথ্য অনুসৰি ডিচকৰ্ডত “Heisenberg7343” নামেৰে কৰি শ্বেখ মুইজ আহমেদে ২০২৪ চনৰ মাৰ্চ মাহত এগৰাকী নাবালিকা ছোৱালীৰ সৈতে যৌনগন্ধী বাৰ্তালাপ কৰিছিল আৰু তেওঁক স্পষ্ট ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ জোৰ দিয়াৰ লগতে অশ্লীল বিষয়বস্তু শ্বেয়াৰ কৰিবলৈও ভাবুকি দিয়া বুলি বুলি অভিযোগ উত্থাপন হৈছে। একেদৰে ২০২৩-২০২৪ চনৰ ভিতৰত ডিচকৰ্ড আৰু আৰিছু প্লেটফৰ্মত সক্ৰিয় হৈ থকা মুকুল ছাইনীয়ে আন এগৰাকী নাবালিকা ছোৱালীক পৰ্ণগ্ৰাফিক কন্টেন্ট শ্বেয়াৰ কৰিবলৈ প্ৰৰোচিত কৰিছিল আৰু অস্বীকাৰ কৰিলে একেখিনিকে ৰাজহুৱা কৰাৰ ভাবুকি দিছিল।

Apply Now

দুয়োজন লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি, তথ্য প্ৰযুক্তি আইন আৰু POCSO আইনৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছিল, আহমেদক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় সংযোগৰ সৈতে অনলাইন শিশু শোষণৰ প্ৰতি লক্ষ্য ৰাখি চিবিআইৰ পূৰ্বৰ প্ৰচেষ্টা যেনে অপাৰেচন কাৰ্বন (২০২১) আৰু অপাৰেচন মেঘ চক্ৰ (২০২২)ৰ ওপৰত ভিত্তি কৰি অপাৰেচন হক-২০২৫ অভিযান আৰম্ভ কৰা হৈছে বুলি সদৰী কৰিছে।

চিবিআইৰ আন্তঃৰাষ্ট্ৰীয় অভিযান বিভাগে আমেৰিকাৰ কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এই নেটৱৰ্কসমূহ চিনাক্ত কৰি উৎখাত কৰে। এই অভিযানে শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বান আৰু অনলাইন শিকাৰুৰ পৰা দুৰ্বল নাবালকক সুৰক্ষা প্ৰদানৰ বাবে বিশ্বব্যাপী সহযোগিতাৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd