• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2025 9:48 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ মেয়ৰ মৃগেন শৰনীয়াই শুকুৰবাৰে ঘোষণা কৰে যে ১ জুনৰ পৰা মহানগৰীৰ নিৰ্দিষ্ট পাৰ্কিং স্থানত পাৰ্কিং কৰা দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পৰা কোনো ধৰণৰ পাৰ্কিং মাচুল সংগ্ৰহ কৰা নহ’ব।

উজান বজাৰৰ গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলৰ সময়ত এই ঘোষণা কৰা হৈছে৷

Apply Now

মেয়ৰগৰাকীয়ে কয়, ‘আমি ১ জুনৰ পৰা দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পৰা কোনো ধৰণৰ পাৰ্কিং মাচুল নোলোৱাৰ সিদ্ধান্ত লৈছো। অৱশ্যে চাৰিচকীয়া বাহনে এতিয়াও পাৰ্কিং মাচুল দিব লাগিব।’

গুৱাহাটী পৌৰ নিগমে বাণিজ্যিক অনুজ্ঞাপত্ৰৰ শ্ৰেণীৰ সংখ্যাও ৭ হাজাৰৰ পৰা মাত্ৰ ১২০টালৈ হ্ৰাস কৰিছে। প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত বোজা হ্ৰাস কৰাৰ লক্ষ্যৰে নতুন অনুজ্ঞাপত্ৰ ব্যৱস্থা শুকুৰবাৰৰ পৰা কাৰ্যকৰী হৈছে ।

সংশোধিত ব্যৱস্থাৰ অধীনত একাধিক ব্যৱসায় চলোৱা ব্যৱসায়ীক একক অনুজ্ঞাপত্ৰৰ অধীনত সামৰি লোৱা হ’ব।

মেয়ৰ মৃগেন শৰনীয়াই কয় যে, ‘জিএমচিৰ অধীনত আমাৰ ৭০০০ বাণিজ্যিক অনুজ্ঞাপত্ৰৰ ব্যৱস্থা আছিল, কিন্তু এতিয়া আমি ইয়াক ১২০লৈ হ্ৰাস কৰিছো। পূৰ্বতে ৭ৰ পৰা ৮টা ব্যৱসায়িক প্ৰতিষ্ঠান থকা লোকসকলে প্ৰতিটোৰ বাবে পৃথক অনুজ্ঞাপত্ৰ লাভ কৰিবলগীয়া হৈছিল। এতিয়া তেওঁলোকৰ সকলো ব্যৱসায়ৰ বাবে এখন অনুজ্ঞাপত্ৰ যথেষ্ট হ’ব।‘

তদুপৰি, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ নবীকৰণ মাচুল ১৭৫০ টকাৰ পৰা ১০০০ টকালৈ হ্ৰাস কৰা হৈছে। অৱশ্যে বাৰ্ষিক আয় ৫ লাখ টকাৰ তলৰ ব্যৱসায়ীসকলে এতিয়াও ১৭৫০ টকীয়া অনুজ্ঞাপত্ৰ দিব লাগিব।

তেওঁ জনায়, “যদি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ আয় ৫ লাখতকৈ কম হয়, তেন্তে তেওঁলোকে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ ১৭৫০ টকা দিব লাগিব। যিসকল লোকৰ আয় ৫ লাখৰ পৰা ১০ লাখ টকাৰ ভিতৰত হয় তেতিয়া তেওঁলোকে ২৭০০ টকা দিব লাগিব; ১০-২০ লাখ আয়ৰ স্কেলৰ ভিতৰত ৪৭৫০ টকাত অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰি, আৰু ২০ লাখ টকাৰ ওপৰৰ আয় থকা প্ৰতিষ্ঠানসমূহে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ ৮,৬৫০ টকা দিব লাগিব।’’

শৰনীয়াই কয় যে ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ অপব্যৱহাৰ আৰু কাৰ্য্যকলাপত যিকোনো অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আনহাতে, জিএমচিৰ লীজত থকা বজাৰত মহিলা আৰু খিলঞ্জীয়া সম্প্ৰদায়ৰ বিক্ৰেতাসকলক কোনো ধৰণৰ মাচুল আদায় দিয়াৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিগমে। শৰনীয়াই জানিবলৈ দিয়ে যে ‘’আমি এই মহিলা বিক্ৰেতাসকলক পৰিচয় পত্ৰ প্ৰদান কৰিম, আৰু সেইবোৰ দেখুৱালে তেওঁলোকক কোনো ধৰণৰ মাচুল দিয়াৰ পৰা ৰেহাই দিয়া হ’ব।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd