• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2025 5:17 pm
514
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ দিল্লীত চলা এখন বিশাল বজাৰ। এই বজাৰখনৰ টাৰ্গেট অসমৰ যুৱতী আৰু কিশোৰী। দিল্লীৰ ৰেড লাইট এলেকাত বিক্ৰী কৰা হয় অসমৰ কিশোৰী।

অসমীয়া সহজ-সৰল কিশোৰী-যুৱতীক দুষ্ট চক্ৰই টাৰ্গেট কৰি বিক্ৰী কৰি আহিছে দেশৰ ভিন্ন প্ৰান্তৰ নিষিদ্ধ গ’লিত। ৰেড লাইট এলেকাত চাহিদা বেছি অসমৰ কিশোৰী-যুৱতীৰ। তাৰেই সুবাদতেই একাংশ দালালে জালত পেলাই আহিছে বহু সুন্দৰীক।

সেয়েহে ৰাজধানী দিল্লীৰ ১৪ নম্বৰ গলিত চলিল বশিষ্ঠ আৰক্ষীৰ অভিযান। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাৰ এলেকাৰ পৰা এগৰাকী নাবালিকাক অপহৰণ কৰি দুৰ্বৃত্তই দুষ্ট চক্ৰৰ হাতত গটোৱাৰ পৰিকল্পনা কৰিছিল। ১৪ মার্চত গুৱাহাটীৰ কইনাধৰাৰ পৰা দুৰ্বৃত্তই উঠাই নিছিল কিশোৰীগৰাকীক।

প্ৰায় দুমাহ পূৰ্বে বশিষ্ঠ আৰক্ষী থানাত ৰুজু হোৱা ১৫৮/২০২৫ নম্বৰ গোচৰৰ ভিত্তিত তদন্তকাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছিল অনুসন্ধান। দিল্লীৰ অপহৰণকাৰী ৰাজু দাস জড়িতৰ তথ্য পাইছিল আৰক্ষীয়ে।

দ্বিতীয় পক্ষৰে দৰদামৰ অন্তত ৩ লাখ টকাত দুষ্ট চক্ৰৰ হাতত গটোৱাৰ পূৰ্বেই ৰাজু দাসৰ কৱলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰীগৰাকীক। সু-স্বাস্থ্যই নাবালিকাগৰাকীক অভিযানকাৰী আৰক্ষীৰ দলে নিজৰ জিম্মাত লোৱাৰ বিপৰীতে দিল্লীৰ নিষিদ্ধ গলিতে আৰক্ষীয়ে গবা মাৰি ধৰিলে ৰাজু দাসক।

সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ জিন্মাত ৰাখিছে অভিযুক্ত ৰাজুক।

Recent News

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

উত্তৰ-পূব ভাৰতত আটাইতকৈ কম গালি-গালাজৰ ভাষা ব্যৱহাৰ কৰা হয়; সবাৰো আগত দিল্লী

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd