• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2025 12:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম অৱস্থাত তেওঁ বেয়াৰ লেভাৰকুচেন এৰি ৰিয়েল মাদ্রিদলৈ যাব বুলি বাতৰি ওলাইছিল। বিশেষকৈ জাবি এল’নছ’ৱে ৰিয়েলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছত সেই সম্ভাৱনা বৃদ্ধি পাইছিল। ভবা হৈছিল যে গুৰু এল’নছ’ৰ শিষ্য ফ্ল’ৰিয়ান উইৰ্টজেও হয়তো লুকা মড্ৰিকৰ ঠাইত মাদ্ৰিদলৈ যাব।

কিন্তু ইউৰোপীয় ফুটবলত টীম সালসলনিত সন্দৰ্ভত কোনো চূড়ান্ত কথা নাই। চূড়ান্ত চুক্তিবদ্ধ হোৱালৈকে একো নিশ্চিত নহয়। উইৰ্টজৰ দল সলনিৰ ক্ষেত্ৰতো একেই কথা। যদিও প্ৰথমে মাদ্ৰিদলৈ যোৱাৰ পথত আছিল জাৰ্মান আক্ৰমণাত্মক মিডফিল্ডাৰগৰাকীয়ে এতিয়া দিশ সলনি কৰি লিভাৰপুলত যোগদান কৰিছে। বিবিচি, চিএনএন, দ্য টাইমছকে ধৰি ইউৰোপৰ কেইবাটাও সংবাদ মাধ্যমে উইৰ্টজে লিভাৰপুলত যোগদান কৰাটো নিশ্চিত কৰিছে।

Apply Now

কেৱল সেয়াই নহয়, সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে উইৰ্টজ ক্ৰয় কৰি ব্ৰিটিছ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে লিভাৰপুলৰ মূল্য হ’ব ১১৬ মিলিয়ন পাউণ্ড বা ভাৰতীয় মুদ্ৰাত প্ৰায় ১৪ হাজাৰ কোটি টকা। ইয়াৰে ১০ কোটি পাউণ্ড নিশ্চিতভাৱে লাভ কৰা হ’ব, আনহাতে বাকী ১ কোটি ৬০ লাখ পাউণ্ড ‘এড-অন’ হিচাপে অৰ্থাৎ কিছুমান চৰ্ত পূৰণৰ ওপৰত ভিত্তি কৰি দিয়া হ’ব।

এই ‘এড-অন’ লাভৰ বিষয়টো নিৰ্ভৰ কৰে প্ৰিমিয়াৰ লীগ আৰু চেম্পিয়নছ লীগৰ দৰে প্ৰতিযোগিতাত লিভাৰপুলৰ সফলতাৰ ওপৰত। আৰু তেতিয়াহে ভিৰ্টজৰ ট্ৰেন্সফাৰে ব্ৰিটিছ অভিলেখ ভংগ কৰিব পাৰিব।

প্ৰাৰম্ভিক মূল্যত বৰ্তমানৰ ব্ৰিটিছ অভিলেখ হৈছে চেলছী – ২০২৩ চনত তেওঁলোকে বেনফিকাৰ পৰা আৰ্জেণ্টিনাৰ মিডফিল্ডাৰ এনজো ফাৰ্নাণ্ডেজক ১০৭ মিলিয়ন পাউণ্ডত আনিছিল। চেলছীয়ে ব্ৰাইটনৰ মিডফিল্ডাৰ মইজেছ কাইচেডোকো আনিছিল, যিয়ে প্ৰথমে ১০ কোটি পাউণ্ডত আহিছিল যদিও এই সংখ্যা ১১.৫ কোটিলৈ বৃদ্ধি পাব পাৰে। ফলত ভিৰ্টজৰ ট্ৰেন্সফাৰ মাচুলে অৱশেষত ব্ৰিটিছ অভিলেখ ভংগ কৰিব নেকি সেয়া চাবলৈ আমি অপেক্ষা কৰিব লাগিব। মূলতঃ এই মাচুলে এড-অন বা বোনাছৰ সংখ্যা কাৰ্যকৰী হ’লেহে ব্ৰিটিছ অভিলেখ ভংগ কৰিব।

ব্ৰিটিছ অভিলেখ এতিয়াও ভংগ হোৱা নাই যদিও এই ট্ৰেন্সফাৰে নিশ্চিতভাৱে লিভাৰপুলৰ ক্লাবৰ অভিলেখ ভংগ কৰিব। ইয়াৰ পূৰ্বে লিভাৰপুলে বেনফিকাৰ পৰা উৰুগুৱেৰ ফৰৱাৰ্ড ডাৰউইন নুনেজক ৬৪ মিলিয়ন পাউণ্ডত ক্ৰয় কৰিছিল, যিটো ৮৫ মিলিয়ন পাউণ্ডলৈ বৃদ্ধি পাব পাৰে। ২০১৮ চনত লিভাৰপুলে চাউথমপটনৰ পৰা ভাৰ্জিল ভান ডাইকক ৭৫ মিলিয়ন পাউণ্ডত ক্ৰয় কৰিছিল। ফলত লিভাৰপুলৰ সৈতে আনুষ্ঠানিকভাৱে চুক্তিবদ্ধ হোৱাৰ পিছত উইৰ্টজে ক্লাবৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হ’ব।

উইৰ্টজ এই সময়ৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰ। মাত্ৰ ১৭ বছৰ বয়সতে লেভাৰকুচেনৰ হৈ যাত্ৰা আৰম্ভ কৰিছিল। উইৰ্টজে প্ৰশিক্ষক এল’নছ’ৰ অধীনত নিজকে বিকশিত কৰিছিল।

লেভাৰকুচেনৰ হৈ ১৯৭খন খেলত তেওঁ ৫৭টা গ’ল দিছে। ২০২৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে ক্লাবৰ হৈ বুণ্ডেছলিগা জয় কৰি ইতিহাস ৰচনা কৰে। ২০২১ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱাৰ পিছত জাৰ্মান জাতীয় দলৰ হৈ ৩১খন খেলত ৭টা গ’ল দিছে উইৰ্টজে।

যদিও তেওঁ সাধাৰণতে আক্ৰমণাত্মক মিডফিল্ডাৰ হিচাপে খেলে, ভিৰ্টজে ইনভাৰ্টেড উইংগাৰ হিচাপেও অতি ফলপ্ৰসূ। পাছ দিয়া আৰু শ্বট লোৱাৰ ক্ষেত্ৰতো তেওঁৰ বহুমুখী দক্ষতা আছে। তেওঁৰ আগমনে লিভাৰপুলৰ মিডফিল্ডতো সৃষ্টিশীলতা বৃদ্ধি কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd