• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অ’বিচি প্ৰমাণপত্ৰ বাতিলৰ গোচৰ: মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 8:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্য পিছপৰা শ্ৰেণী (OBC)ৰ প্ৰমাণপত্ৰ বাতিলৰ গোচৰত অহা মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে। বাদীসকলে এই গোচৰত ৰাজ্য চৰকাৰে কৰা সমীক্ষা প্ৰক্ৰিয়াৰ ওপৰত আপত্তি দৰ্শাই কয় যে ৰাজহুৱা জনগাঁথনিগত তথ্যৰ অবিহনেই বিভিন্ন সম্প্ৰদায়ক OBC হিচাপে চিনাক্ত কৰা হৈছে।

গোচৰীয়া পক্ষৰ মতে, আদালতৰ পূৰ্বৰ নিৰ্দেশনা মতে সমগ্ৰ ৰাজ্যজুৰি সামাজিক, অৰ্থনৈতিক আৰু পেচাগতভাৱে বিভিন্নতা থকা সকলো সম্প্ৰদায়ৰ মাজত এক বিস্তৃত সমীক্ষা চলোৱা হ’ব। কিন্তু ৰাজ্যখনে এই সমীক্ষা কেৱল জিলা ভিত্তিত কিছুমান পৰিয়ালৰ মাজতে সীমাবদ্ধ ৰাখিছে বুলি অভিযোগ উঠিছে। লগতে, বৰ্তমান OBC তালিকা আৰু পূৰ্বৰ তালিকাৰ মাজত সামান্য পাৰ্থক্য পৰিলক্ষিত হোৱা বুলি তেওঁলোকে দাবী কৰিছে।

Apply Now

আনহাতে, ৰাজ্য চৰকাৰে আদালতক অৱগত কৰিছে যে এই গোচৰৰ ফলত মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা আৰম্ভ কৰি চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্থগিত হৈ আছে। সোমবাৰে ৰাজ্য চৰকাৰে এই তথ্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তপোব্ৰত চক্ৰৱৰ্তী আৰু ন্যায়াধীশ ৰাজশেখৰ মন্থাৰ গঠন কৰা দ্বৈত বিচাৰপীঠত দাখিল কৰে।

বাদীসকলৰ আন এটা গুৰুত্বপূর্ণ অভিযোগ হ’ল—তালিকাত অন্তৰ্ভুক্ত কৰা সম্প্ৰদায়বোৰক OBC হিচাপে ঘোষণা কৰিবলৈ কোনো সমীক্ষা নকৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁলোকে আদালতক কয় যে, নতুনকৈ কোনো সম্প্ৰদায়ক OBC হিচাপে স্বীকৃতি দিবলৈ হ’লে, বিধানসভাত এক বিধেয়ক দাখিল কৰি আইনী প্ৰক্ৰিয়া অনুসৰণ কৰা বাধ্যতামূলক। কিন্তু ৰাজ্যখনে এতিয়ালৈকে তেনে কোনো বিধেয়ক দাখিল কৰা নাই। সেয়ে, এই নতুন OBC তালিকাৰ অধিসূচনাক বাতিল কৰাৰ অনুৰোধ জনাইছে বাদী পক্ষই।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে আদালতক অৱগত কৰিছে যে, ৰাজ্য চৰকাৰে দিয়া তালিকাৰ পৰা ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগে ৩৫টা সম্প্ৰদায় বাদ দিছে। কেন্দ্ৰৰ মতে, লোকপিয়ল অবিহনে কোনবোৰ সম্প্ৰদায়ক OBC হিচাপে গণ্য কৰিব পাৰি, সেইটো নিৰ্ধাৰণ কৰা কঠিন। কেন্দ্ৰই লগতে জনাইছে যে অহা বছৰৰ পৰা লোকপিয়লৰ কাম আৰম্ভ হ’ব।

ৰাজ্য চৰকাৰে দাবী কৰিছে যে তেওঁলোকে বেঞ্চমাৰ্ক ভিত্তিত সমগ্ৰ ৰাজ্যজুৰি জৰীপ চলাইছে আৰু আদালতৰ নিৰ্দেশনাৰ আধাৰতেই প্ৰচাৰো কৰা হৈছে। কিন্তু এই গোচৰৰ ফলত শিক্ষা ক্ষেত্ৰত নামভৰ্তি আৰু নিযুক্তি সম্পূৰ্ণৰূপে থমকি পৰাৰ কথা চৰকাৰে আদালতত উত্থাপন কৰে। ন্যায়াধীশসকলে জাননী দিয়ে যে এই সমস্যা তেওঁলোকে বিবেচনাত লৈছে। তদুপৰি, নিম্ন আদালতসমূহত ন্যায়াধীশ নিযুক্তি দীঘলীয়া সময় ধৰি হোৱা নাই, অবসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ স্থানত নতুন নিযুক্তি নোহোৱাত কাম বন্ধ হৈ পৰিছে বুলি সদৰী কৰে।

উল্লেখযোগ্য যে, ২০২৪ চনৰ ২২ মে’ তাৰিখে আদালতে ৰায় দিছিল যে ২০১০ চনৰ পূৰ্বে যিসকল ৬৬টা সম্প্ৰদায় OBC তালিকাত আছিল, সেইসকলৰ প্ৰমাণপত্ৰহে বৈধ। ফলস্বৰূপে বাকী সকলো OBC প্ৰমাণপত্ৰ বাতিল কৰা হয়। এই ৰায়ক পুনৰীক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দিয়া হৈছিল যদিও, উচ্চতম ন্যায়ালয়ে সেই ৰায় স্থগিতাদেশ জাৰিকৰৰ্স হোৱা নাই। এতিয়া এই গোচৰ উচ্চ ন্যায়ালয়ত বিচাৰাধীন অৱস্থাত আছে আৰু অন্তৱৰ্তীকালীন আদেশ মঙলবাৰে ঘোষণা হ’ব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd