• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 9:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ সাহিত্য জগতত গভীৰ শোকৰ ছাঁ নামি আহিছে। ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে ২৩ বছৰীয়া যুৱ কবি পাৰ্নিয়া আব্বাছি।

এই আক্ৰমণত তেওঁৰ পিতৃ, মাতৃ আৰু ১৫ বছৰীয়া ভাতৃ পৰহামকে ধৰি পৰিয়ালৰ সকলো সদস্য নিহত হয়। তেহৰাণৰ সত্তাখান ষ্ট্ৰীটৰ অৰ্কিড কমপ্লেক্সত সংঘটিত হৈছে এই ঘটনা। আক্ৰমণৰ মাত্ৰ কেইদিনমান পিছতেই পাৰ্নিয়াৰ জন্মদিন আছিল।

Apply Now

ইংৰাজী অনুবাদত স্নাতক পাৰ্নিয়া বেংক মেল্লিৰ কৰ্মচাৰী আৰু ইংৰাজী শিক্ষয়ত্ৰী আছিল। শেহতীয়াকৈ তেওঁ মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তি কৰিছিল যদিও কামৰ বাবে স্থগিত ৰাখিছিল। ইৰাণৰ শীৰ্ষস্থানীয় সাহিত্য আলোচনীসমূহত তেওঁৰ কবিতা ‘ছাইলেণ্ট ষ্টাৰ’কে ধৰি তেওঁৰ বহু লেখা প্ৰকাশ পাইছে।

বান্ধৱী মৰিয়ামে কৈছিল যে তেওঁ সেইদিনা ৰাতিপুৱা পাৰ্নিয়াক লগ পোৱাৰ কথা আছিল। কিন্তু গৈ পোৱাৰ লগে লগে দেখিলে যে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে প্ৰিয় কবি আৰু ভায়েকৰ নিৰ্জীৱ দেহ।

ইজৰাইলৰ এই আক্ৰমণত বহু নিৰীহ সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৰিহণা লাভ কৰিছে। বহুতে আমেৰিকা সমৰ্থিত এই আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰিছে।

পাৰ্নিয়া আৰু তেওঁৰ ভাতৃৰ মৃত্যুক এতিয়া ইৰাণত যুদ্ধবিধ্বস্ত সাধাৰণ নাগৰিকৰ দুৰ্দশাৰ প্ৰতীক হিচাপে দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am
“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd