• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 3, 2025 6:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন (CBFC)-ৰ আঞ্চলিক কাৰ্য্যালয়, গুৱাহাটীয়ে দ্য চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ আৰু ইয়াৰে সম্পৰ্কীয় নিয়মাৱলীৰ অধীনত মূল বিধান আৰু অপৰাধ সম্পৰ্কে জনসাধাৰণক সজাগ কৰিবলৈ এলানি গুৰুত্বপূৰ্ণ পৰামৰ্শ জাৰি কৰিছে।
এই পৰামৰ্শৱলীয়ে এটি দায়বদ্ধ চিনেমেটিক বাতাবৰণ নিশ্চিতকৰণ, চলচ্চিত্ৰ উদ্যোগৰ অখণ্ডতা অক্ষুণ্ণ ৰখা আৰু জনশৃংখলা তথা নৈতিকতা ৰক্ষাৰ ক্ষেত্ৰত এই আইনসমূহ মানি চলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে।

ভাৰতৰ ৰাজহুৱা প্ৰদৰ্শনৰ বাবে চলচ্চিত্ৰৰ প্ৰমাণীকৰণৰ বিধিগত কৰ্তৃপক্ষ হিচাপে চিবিএফচি-এ নিৰ্দেশ প্ৰদান কৰিছে যে ৰাজহুৱা দৰ্শনৰ বাবে উদ্দেশ্য কৰা সকলো চলচ্চিত্ৰ মুক্তিৰ পূৰ্বে প্ৰমাণিত হ’ব লাগিব। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে গুৱাহাটীস্থিত আঞ্চলিক কাৰ্য্যালয়ক ইয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

Apply Now

ইয়াত চিনেমেট’গ্ৰাফ আইনৰ উলংঘন কাৰ্য্যক গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয় বুলি উল্লেখ কৰা হৈছে। এইসমূহ হৈছে অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন, প্ৰমাণিত শিতানক উলংঘনেৰে বিষয়বস্তু প্ৰদৰ্শন, অকৰ্তৃত্বশীল ৰেকৰ্ডিং বা ট্ৰেন্সমিচনৰ জৰিয়তে পাইৰেচি আৰু বৈধ অনুজ্ঞাপত্ৰ অবিহনে চলচ্চিত্ৰৰ প্ৰদৰ্শন কাৰ্য্য। এনে অপৰাধসমূহ বহুলাংশে চিনাক্তকৰণযোগ্য আৰু জামিন-বিহীন, অৰ্থাৎ এনে উলংঘাকাৰীক ৱাৰেন্ট অবিহনে গ্ৰেপ্তাৰ কৰিব পাৰি আৰু আদালতৰ বিবেচনা অনুসৰি জামিন প্ৰদান কৰা হয়।

আইনখনৰ অধীনত কঠোৰ শাস্তিৰ ব্যৱস্থা আছে, যথাঃ তিনি বছৰ পৰ্য্যন্ত কাৰাদণ্ড, পাইৰেচিৰ ক্ষেত্ৰত ১ লাখ টকা পৰ্য্যন্ত বা নিৰ্দিষ্ট চলচ্চিত্ৰৰ অডিট কৰা মুঠ প্ৰডাকচন ব্যয়ৰ ​​৫% জৰিমনা ​​আৰু উলংঘন কাৰ্য্য অব্যাহত থকাৰ বেলিকা দৈনিক অতিৰিক্ত জৰিমনা আদি। তদুপৰি ব্যৱহৃত আহিলাৰ লগতে আপত্তিজনক চলচ্চিত্ৰ চৰকাৰীভাৱে জব্দ হ’ব পাৰে।চিবিএফচি-এ জনসাধাৰণক চলচ্চিত্ৰৰ প্ৰমাণীকৰণ— যেনেঃ ইউ, ইউ/এ, এ আৰু এছ— আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নাগৰিকসকলক এনে কোনো উলংঘন কাৰ্য্য সম্পৰ্কে স্থানীয় কৰ্তৃপক্ষক অৱগতকৰণৰ লগতে আইনীভাৱে প্ৰমাণিত বিষয়বস্তুৰ প্ৰদৰ্শনীলৈ সক্ৰিয়ভাৱে সমৰ্থন জনাবলৈ উৎসাহিত কৰা হৈছে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd