• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2025 1:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“টাৰ্বেনড টৰ্নেডো” নামেৰে পৰিচিত বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদ ফৌজা সিঙে ১৪ জুলাইত পঞ্জাৱৰ জলন্ধৰৰ ওচৰৰ নিজৰ গাঁও বিয়াছ পিণ্ডত খোজ কাঢ়ি গৈ থকা অৱস্থাত ১১৪ বছৰ বয়সত মৃত্যুবৰণ কৰে। জলন্ধৰ-পাথানকোট ঘাইপথত নিশা প্ৰায় ৩:৩০ বজাত খোজ কাঢ়িবলৈ ওলাই অহা সিঙক এখন বাহনে খুন্দা মাৰে। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ জলন্ধৰৰ ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু নিশা প্ৰায় ৮:০০ বজাত মৃত্যুক আঁকোৱালি লয়। তেওঁৰ পুত্ৰ হৰবিন্দৰ সিঙে এই কথা নিশ্চিত কৰিছে আৰু জলন্ধৰ আৰক্ষীয়ে অচিনাক্ত চালকজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে, চিচিটিভি ফুটেজ ব্যৱহাৰ কৰি গাড়ীখনৰ স্থান নিৰ্ণয়ৰ প্ৰচেষ্টা অব্যাহত আছে।

১৯১১ চনৰ ১ এপ্ৰিলত বিয়াছ পিণ্ডত জন্মগ্ৰহণ কৰা সিঙে ১৯৯২ চনত পত্নী জিয়ান কৌৰ আৰু ১৯৯৪ চনত পুত্ৰ কুলদীপক হেৰুৱাৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ ৮৯ বছৰ বয়সত দৌৰিবলৈ আৰম্ভ কৰে। ১০০ বছৰ বয়সত তেওঁ সম্পূৰ্ণ মাৰাথন টৰন্টো ৱাটাৰফ্ৰন্ট মাৰাথন ৮ ঘণ্টা ১১ মিনিট ৬ ছেকেণ্ডত সমাপ্ত কৰা প্ৰথমজন শতবৰ্ষীয় হিচাপে পৰিগণিত হয় যদিও জন্মৰ প্ৰমাণ পত্ৰৰ অভাৱৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে ইয়াক স্বীকৃতি দিয়াৰ পৰা বিৰত থাকে। সিঙে টৰন্টো, নিউয়ৰ্ক, মুম্বাইৰ ইভেণ্টকে ধৰি ৯টা মাৰাথন দৌৰ দৌৰিছিল আৰু ২০০৪ চনৰ এথেন্স আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকৰ বাবে অগ্নিশিখাধাৰী আছিল। খুশৱন্ত সিঙৰ জীৱনী The Turbaned Tornado ত তেওঁৰ প্ৰেৰণাদায়ক যাত্ৰাক অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

সিঙৰ নিৰামিষ খাদ্য, নিয়মীয়া ব্যায়াম, ইতিবাচক মানসিকতা, মদ আৰু ধঁপাত পৰিহাৰ আদিয়ে তেওঁৰ দীৰ্ঘায়ুৰ মূল স্তম্ভ আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd