• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

৮.৮ প্ৰাবল্যৰ ভূমিকম্প আাৰু চুনামীৰ ঢৌৱে আতংকৰ সৃষ্টি কৰিছে প্ৰশান্ত মহাসাগৰীয় অঞ্চলত! সতৰ্কবাণী জাৰি কৰিছে প্ৰভাৱিত অঞ্চল সমূহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 3:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০ জুলাইত ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ ৰিখটাৰ স্কেলৰ এক বৃহৎ ভূমিকম্পই দক্ষিণে আলাস্কা, হাৱাই, জাপান আৰু নিউজিলেণ্ডকে ধৰি সমগ্ৰ উত্তৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চুনামীৰ ঢৌৱে প্ৰভাৱিত কৰে। ইয়াৰ পিছতে প্ৰভাৱিত অঞ্চলসমূহত সতৰ্কবাণী জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই। পেট্ৰ’পাভলভস্ক-কামচাটস্কিৰ পৰা ১১৯ কিলোমিটাৰ পূব-দক্ষিণ-পূব দিশত কেন্দ্ৰিত এই ভূমিকম্পটোৱে জাপানৰ সময় অনুসৰি পুৱা ৮:২৫ বজাত ২০.৭ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় আৰু ২০১১ চনত জাপানত ৯.০ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত ই অন্যতম শক্তিশালী ভূমিকম্প হিচাপে অভিহিত হৈছে।  অৱশ্যে কোনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই যদিও ভূমিকম্পই অট্টালিকাসমূহৰ বিস্তৰ ক্ষতিসাধন কৰে, বিদ্যুৎ সেৱা ব্যাহত হৈ পৰাৰ লগতে মোবাইল সেৱাতো ব্যাঘাত জন্মায়।

জানিব পৰা মতে চুনামীৰ ঢৌৱে কেইবাটাও অঞ্চলত আঘাত হানিছে, জাপানৰ ইছিনোমাকি বন্দৰ খালী কৰা হয়, য’ত ১.৫ মিটাৰ পৰ্যন্ত প্ৰথম ঢৌ প্ৰায় ৭ পি.এম. স্থানীয় সময় অনুসৰি, যাৰ ফলত কোনো তাৎক্ষণিক ক্ষতি নহয়। কেলিফৰ্ণিয়া, অৰেগন আৰু আলাস্কাৰ আলেউচিয়ান দ্বীপপুঞ্জত আসন্ন বিপদৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কবাণী জাৰি কৰিছে, য’ত কিছুমান অঞ্চলত ঢৌ ১ৰ পৰা ৩ মিটাৰ উচ্চতা হ’ব বুলি অনুমান কৰিছে আৰু জনসাধাৰণক উপকূলৰ পৰা আঁতৰি ওখ ঠাই বা উচ্চ অট্টালিকাত আশ্ৰয় ল’বলৈ আহ্বান জনাইছে।

Apply Now

ইফালে জাপানে ১৩৩খন পৌৰসভাৰ পৰা ১৯ লাখতকৈ অধিক লোকক প্ৰভাৱিত এলেকাৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছিল যদিও ঢৌবোৰ ভৱিষ্যদ্বাণী কৰা ৩ মিটাৰতকৈ সৰু আছিল। ফিলিপাইনছ, চীন আৰু নিউজিলেণ্ডেও সতৰ্কবাণী জাৰি কৰি কৰিছে।

উল্লেখ্য যে ৬.৯ আৰু ৬.৩ প্ৰাবল্যৰ ভূমিকম্পই অঞ্চলটো জোকাৰি যোৱাৰ ফলত আৰু অধিক চুনামীৰ আশংকা বৃদ্ধি পাইছিল। বিষয়াসকলে জোৰ দি কয় যে চুনামীৰ ভয়াবহতা দীঘলীয়া সময়লৈ থাকিব পাৰে, আৰু এই নিৰ্দেশনা প্ৰত্যাহাৰ নোহোৱালৈকে বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd