• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 10:26 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাৰিফ… টাৰিফ… টাৰিফ… এতিয়া সমগ্ৰ বিশ্বতে এই শব্দটোৰ চৰ্চা। কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। শুল্কৰ বাবে সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত অস্থিৰতাৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰভাৱ ভাৰতীয় বজাৰতো দেখা গৈছে।

শুকুৰবাৰে ট্ৰাম্পে দাবী কৰে যে যদি আদালতে শুল্ক আৰোপ কৰাৰ বিৰুদ্ধে ৰায় দিয়ে তেন্তে আমেৰিকাই পুনৰ মহান হোৱাৰ সুযোগ হেৰুৱাব। আমেৰিকাৰ বজাৰত এক বৃহৎ উত্থান ঘটিছে, শ শ কোটি ডলাৰ উপাৰ্জন হৈছে।

Apply Now

আমেৰিকাৰ আদালতৰ শুল্ক সিদ্ধান্তৰ পূৰ্বে কি ক’লে ড’নাল্ড ট্ৰাম্পে?

ড’নাল্ড ট্ৰাম্পে শুল্ক আদালতৰ এই সিদ্ধান্তৰ বিষয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত পোষ্ট কৰে। তেওঁ লিখিছে যে আমেৰিকাই নিজৰ শুল্ক নীতিৰ বাবে বিপুল অৰ্থনৈতিক সুবিধা লাভ কৰিছে। শ্বেয়াৰ বজাৰে নতুন উচ্চতা লাভ কৰিছে আৰু প্ৰতিদিনে শ শ ডলাৰ উপাৰ্জন হৈছে।

তেওঁ সকীয়াই দিয়ে যে যদি আদালতে তেওঁৰ পক্ষত ৰায় নিদিয়ে তেন্তে আমেৰিকা ‘১৯২৯ চনৰ দৰে মহামন্দা’ত পৰিব। ট্ৰাম্পে কয় যে এই শুল্কই আমেৰিকাৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাইছে। যদিহে উগ্ৰ বাওঁপন্থী আদালতে তেওঁৰ নীতিৰ বিৰুদ্ধে সিদ্ধান্ত লয় তেন্তে আমেৰিকাই কেতিয়াও ইয়াৰ পৰা ওলাই আহিব নোৱাৰিব।

ভাৰতৰ ওপৰত শুল্কৰ প্ৰভাৱ

ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হয়। ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে। বৰ্তমান ২৫ শতাংশ প্ৰযোজ্য। অতি সোনকালে ৫০ শতাংশ প্ৰযোজ্য হ’ব।

ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি এছ চি ৰালহানে কয় যে ভাৰতে ইতিমধ্যে বহু শুল্ক আৰোপ কৰিছে। এতিয়া অতিৰিক্ত শুল্ক আৰোপ কৰিলে ব্যৱসায়ত ক্ষতি হ’ব। ইতিমধ্যেই মাৰ্জিন অতি কম।

৬০খনতকৈও অধিক দেশৰ ওপৰত শুল্ক

আমেৰিকাই ৬০খনতকৈও অধিক দেশৰ ওপৰত শুল্ক আৰোপ কৰিছে। ইয়াৰ ভিতৰত ইউৰোপীয় ইউনিয়ন, জাপান আৰু দক্ষিণ কোৰিয়াৰ লগতে টাইৱান, ভিয়েটনাম আৰু বাংলাদেশৰ দৰে দেশ আছে। টাইৱান, ভিয়েটনাম আৰু বাংলাদেশত ২০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।

একে সময়তে ইউৰোপীয় ইউনিয়ন, জাপান আৰু কোৰিয়াৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত এতিয়া ১৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব। সেইদৰে কম্পিউটাৰ চিপৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্প প্ৰশাসনে। ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে এই শুল্কসমূহে আমেৰিকাত অভূতপূৰ্ব বিকাশৰ সূচনা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd