• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2025 6:31 am
এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি
78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কম সময়ৰ ভিতৰতে খাদ্য ৰান্ধিবলৈ প্ৰেচাৰ কুকাৰ একমাত্ৰ নিৰ্ভৰযোগ্য সংগী। এই পাত্ৰটো বহুদিনৰ পৰা ঘৰে ঘৰে ব্যৱহাৰ কৰি আহিছে। কিন্তু শেহতীয়াকৈ এক অধ্যয়নত এক নতুন তথ্য পোহৰলৈ আহিছে। জনা যায় যে এলুমিনিয়াম কুকাৰৰ খাদ্যত অজানিতে সীহ মিহলি হয়। তামিলনাডুৰ পাছত এইবাৰ মুম্বাইত এনে এক ঘটনা পোহৰলৈ আহিছে। বিশ বছৰ ধৰি পুৰণি মডেলৰ প্ৰেচাৰ কুকাৰত ৰন্ধা খাদ্য খাই অসুস্থ হৈ পৰিছে মুম্বাইৰ এজন ব্যক্তি। এই অধ্যয়নত প্ৰকাশ পাইছে যে পুৰণি এলুমিনিয়ামৰ প্ৰেচাৰ কুকাৰত ৰন্ধা সময়ত খাদ্যত সীহৰ দৰে বিষ অজানিতে মিহলি হয়!

বিশুদ্ধ এলুমিনিয়ামত কেতিয়াও সীহ নাথাকে। কিন্তু পুনঃব্যৱহৃত এলুমিনিয়ামত সীহ থাকিব পাৰে। ফলত ডাঙৰ প্ৰশ্নটো হ’ল কোনটো এলুমিনিয়ামৰ পৰা প্ৰেচাৰ কুকাৰ কেনেকৈ তৈয়াৰ কৰা হয়! যদিও এলুমিনিয়াম ক্ষতিকাৰক নহয়, মিশ্ৰণৰ লগত মিহলি কৰা এলুমিনিয়াম যথেষ্ট ক্ষতিকাৰক। গতিকে সকলো কুকাৰ নিৰাপদ নহয়। নিম্নমানৰ প্ৰেচাৰ কুকাৰ দীৰ্ঘদিন ব্যৱহাৰ কৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। টেঙা বা অম্লযুক্ত খাদ্য বহু সময় ৰান্ধিলেও কুকাৰত থকা ক্ষতিকাৰক ধাতুবোৰ খাদ্যৰ লগত সহজেই মিহলি হৈ যায়। আৰু এনেকৈয়ে খাদ্যত থকা সীহ শৰীৰত জমা হয়।

সীহৰ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ

(১) দীৰ্ঘদিন ধৰি সীহৰ বিষক্ৰিয়াৰ ফলত মূৰৰ বিষ, স্মৃতিশক্তি হেৰুৱা, শাৰীৰিক ক্লান্তিৰ সৃষ্টি হয়।

(২) সীহে মগজুৰ বিকাশত গুৰুতৰ প্ৰভাৱ পেলায়। বিশেষকৈ শিশুৰ ক্ষেত্ৰত।

(৩) শৰীৰত সীহৰ উপস্থিতিয়ে পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰে।

(৪) সীহৰ প্ৰভাৱত বৃক্ককে ধৰি অন্যান্য অংগসমূহো ক্ষতিগ্ৰস্ত হ’ব পাৰে।

(৫) হাড় দুৰ্বল হৈ পৰে।

ইয়াৰ পৰা কেনেকৈ মুক্তি পাব?

(১) পুৰণি কুকাৰটো পাকঘৰৰ পৰা উলিয়াই দিব। এই ধৰণৰ কুকাৰত ৰান্ধিব নালাগে।

(২) ঘৰত বিশ্বাসযোগ্য ব্ৰেণ্ডৰ প্ৰেচাৰ কুকাৰ ৰাখক।

(৩) কুকাৰত টেঙা বা অম্লযুক্ত খাদ্য ৰান্ধি নোলোৱা ভাল। আৰু ৰান্ধিব লগা হ’লে বেছি সময় কুকাৰত নাৰাখিব। আন এটা পাত্ৰত ঢালি দিব।

(৪) ভাল মানৰ এলুমিনিয়াম কুকাৰ আটাইতকৈ নিৰাপদ। গতিকে কুকাৰ এটা সাৱধানে কিনি লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

August 27, 2025 12:56 pm
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত অসম আৰক্ষীৰ FIRৰ বিৰুদ্ধে সাংবাদিক অভিষাৰ শৰ্মাৰ আবেদনৰ শুনানি

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত অসম আৰক্ষীৰ FIRৰ বিৰুদ্ধে সাংবাদিক অভিষাৰ শৰ্মাৰ আবেদনৰ শুনানি

August 27, 2025 12:44 pm
একেটা গোচৰ ৪৩ বাৰ স্থগিত! উচ্চতম ন্যায়ালয়ৰ ধমক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

একেটা গোচৰ ৪৩ বাৰ স্থগিত! উচ্চতম ন্যায়ালয়ৰ ধমক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

August 27, 2025 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

August 27, 2025 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd