• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভু নাথ সিঙৰ পদত্যাগৰ দাবী অসম ৰাজ্যিক এছএফআই-ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2025 9:23 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনসাধাৰণৰ হৃদস্পন্দন সদৃশ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ইমান দিনৰ পিছতো আৰু ৰাইজৰ ব্যাপক প্ৰতিবাদৰ পাছতো  শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি অভিযুক্ত সকলক আটক নকৰাৰ কাৰণে এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে গভীৰ দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছে। এক নিখুঁত তদন্তৰ বাবে অভিযুক্ত সকলক আটক কৰাটো অতীৱ প্ৰয়োজনীয়। অথচ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা ৰাইজক লাঠী চালনা কৰি আঘাতপ্ৰাপ্ত কৰা চৰকাৰখনে এতিয়ালৈকে কিয় শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহতঁক আটক কৰা নাই, এয়া এক ডাঙৰ সাথঁৰ। কাৰ আশীৰ্বাদত এতিয়ালৈকে মুকলি আকাশত অভিযুক্ত সকলে বিচৰণ কৰি আছে ,সেই প্ৰশ্ন ও এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে উথ্থাপন কৰিছে।

এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে দাবী জনাই যে খুটঁ নথকাকৈ নিখুঁত ভাৱে তদন্ত প্ৰক্ৰিয়া সমাপন হোৱাৰ উদ্দেশ্য অনতিপলমে চৰকাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি অভিযুক্ত আটাইকেইজন ব্যক্তিক আটক কৰক।

Apply Now

তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলকে ধৰি প্ৰতিবাদকাৰী শিক্ষকসকল আৰু কৰ্মচাৰী সকলক এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীৰ পদত্যাগ আৰু এখন সুস্থ স্বতন্ত্ৰ ছাত্ৰ একতা সভাৰ দাবী ৰে এই প্ৰতিবাদ চলি আহিছে। এছ এফ আই এ প্ৰত্যক্ষ কৰিছে যে বছব বছৰ ধৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তেজপুৰ বিশ্ববিদ্যালয়ৰ কেম্পাছৰ গণতান্ত্ৰিক ব্যৱস্থাটোক হত্যা কৰি আহিছে। এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে দাবী জনাই যে-

ক) অসমৰ আৱেগক অসন্মান কৰা, ছাত্ৰ ছাত্ৰীৰ দাবী সমূহৰ সন্মুখীন হ‘বলৈ অপাৰগ পলাতক উপাচাৰ্য শম্ভু নাথ সিঙে অতিশীঘ্ৰেই পদত্যাগ কৰক।

খ) এক সুস্থ শৈক্ষিক বাতাবৰণৰ বাবে আৰু সমালোচনাত্মক চিন্তাধাৰাৰ বিকাশৰ বাবে এক সুস্থ গণতান্ত্ৰিক স্বতন্ত্ৰ ছাত্ৰ একতা সভাৰ দাবী অতি সোনকালেই কৰ্তৃপক্ষই কাৰ্যকৰী কৰক।

উপাচাৰ্য শম্ভু নাথ সিঙৰ ওপৰত ইমানবোৰ দুৰ্নীতিৰ অভিযোগ থকাৰ পাছতো কিহৰ তাড়নাত চৰকাৰ খনে তেনে এজন ব্যক্তিক তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে, সেই উত্তৰ চৰকাৰে অতি তাৎক্ষণিকভাৱে প্ৰদান কৰক।

জিএনবি উৰণীয়া সেতুখন ৰবীন্দ্ৰ ভৱনত  বন্ধ হ’ব বুলি আদালতক আশ্বাস দিয়াৰ পাছতো এতিয়া ইয়াক জিলা পুথিভঁৰাল পইণ্টলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।  এই সম্প্ৰসাৰণে দীঘলীপুখুৰীত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱাৰ লগতেই অতিৰিক্ত গছ কটাৰ আশংকা নমাই আনিছে। শিল্পী জুবিন গাৰ্গে দীঘলী পুখুৰীৰ গছ কটাৰ বিৰূদ্ধে সংঘটিত সংগ্ৰাম খনত প্ৰত্যক্ষভাৱে জড়িত হৈছিল আৰু চৰকাৰক গছ নাকটিবৰ বাবে দাবী জনাইছিল। অথচ জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ নহওঁতেই অতিৰিক্ত গছ কটাৰ চৰকাৰে যি ষড়যন্ত্ৰ কৰিছে, সেয়া অগণতান্ত্ৰিক, প্ৰকৃতি বিৰোধী আৰু জুবিন গাৰ্গৰ প্ৰতি অসন্মানজনক। এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে এই বিষয় সম্পৰ্কত তীক্ষ্ণ দৃষ্টি ৰাখিব আৰু কোনো অতিৰিক্ত গছ কাটিলে এক তীব্ৰ আন্দোলন গঢ়ি তুলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd