• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত প্ৰদূষণ দিনটোত ১০-১১টা চিগাৰেট খোৱাৰ সমান! বিদ্যালয়ৰ বাহিৰত খেলা-ধূলা বন্ধ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2025 4:16 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদূষণ আৰু দিল্লী বৰ্তমান এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। দীপাৱলীৰ পৰা প্ৰতি বছৰে ৰাজধানী দিল্লীক প্ৰদূষণৰে আবৃত কৰি পেলাই। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল। দীপাৱলীৰ পৰা বহুদিন পাৰ হোৱাৰ পাছতো প্ৰদূষণৰ মাত্ৰা এতিয়াও ‘বিপজ্জনক’ মাত্ৰাত আছে। এনে পৰিস্থিতিত ৰাজধানীৰ সকলো বিদ্যালয়তে ‘বাহিৰৰ কাম-কাজ’ বন্ধ কৰি দিয়া হৈছে।

এদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে ‘বায়ুৰ গুণাগুণ ব্যৱস্থাপনা’ক নিৰ্দেশ দিছিল যে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত দিল্লীত বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা বা আন কোনো ধৰণৰ ‘বাহিৰৰ কাম-কাজ’ অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব। এইবাৰ সেই নিৰ্দেশ অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ আছে যে দিল্লী-এনচিআৰৰ কোনো বিদ্যালয়তে ক্ৰীড়া সম্পৰ্কীয় কোনো অনুষ্ঠান আয়োজন কৰিব নালাগে।

Apply Now

এই সপ্তাহত দিল্লীৰ বায়ুৰ গুণাগুণ বিপজ্জনক মাত্ৰালৈ হ্ৰাস পাইছে। যিটো ‘অতি নিম্ন’ আৰু ‘গুৰুতৰ’ৰ মাজত আছে। শুকুৰবাৰে দিল্লীত গড় AQI আছিল ৩৭৩, যিটো দিনটোত প্ৰায় ১০-১১ টা চিগাৰেট খোৱাৰ সমতুল্য। প্ৰসংগক্ৰমে দিল্লীৰ বতাহ বিষাক্ত হৈ পৰিছে দীপাৱলীৰ পৰা। সেইবাবেই দিল্লী চৰকাৰে ‘ক্লাউড ছিডিং’ৰ ব্যৱস্থা কৰিলে। শেহতীয়াকৈ ইয়াৰ পৰীক্ষাও কৰা হৈছিল। কিন্তু বৰষুণ হোৱা নাছিল। অৱশ্যে তিনিটা বিফল পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰায় ১.০৭ কোটি টকা ব্যয় কৰা হৈছে। কিন্তু লাভ হোৱা নাই। ইয়াৰ বিপৰীতে প্ৰদূষণ বাঢ়িছে। দেওবাৰেও দিল্লীৰ বায়ুৰ গুণাগুণ ‘অতি বেয়া’ স্তৰত আছিল। দিল্লীবাসীৰ ‘শ্বাসৰুদ্ধকৰ’ অৱস্থা। আৰু এই পৰিবেশত বেমাৰ বাঢ়িছে। উদ্বিগ্নতা বাঢ়িছে। কিছুদিন পূৰ্বে দিল্লীৰ এটা অংশই ইণ্ডিয়া গেটৰ সন্মুখত প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰে বহুকেইজনকো আটক কৰে আৰক্ষীয়ে। অনুমতি নথকা সত্ত্বেও তাত প্ৰতিবাদ সাব্যস্ত কৰা বুলি অভিযোগ উত্থাপন কৰে আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd