• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বংগৰ বাবৰি মছজিদৰ বাবে ধন সংগ্ৰহ: ২৪ ঘণ্টাত সংগ্ৰহ ৩ কোটিৰো অধিক ধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2025 9:30 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ বেলডাঙাত নিৰ্মাণ হ’বলগীয়া ‘বাবৰি মছজিদ‘ৰ বাবে মুছলমান সম্প্ৰদায়ে মুকলি কৰা পুঁজি সংগ্ৰহৰ কাৰ্যসূচীত অভূতপূৰ্ব সহাঁৰি দেখিবলৈ পোৱা গৈছে। মছজিদৰ আধাৰশিলা স্থাপনৰ পিছতে অনুদানৰ বাবে ধন আগবঢ়াবলৈ ধৰিছে বিভিন্নজন লোকে। যাৰ ফলত  মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সংগ্ৰহ হৈছে ৩ কোটিৰো অধিক ধন।

জানিব পৰা মতে সোমবাৰে সন্ধিয়ালৈকে অনলাইন UPI যোগে ২.৪৭ কোটিৰো অধিক টকা সংগ্ৰহ হৈছে। ইপিনে সেই সময়ছোৱাত সংগ্ৰহ হোৱা নগদ ধনৰ পৰিমাণ হৈছে ৫৭ লাখৰো অধিক। উল্লেখ্য যে, যোৱা ৬ ডিচেম্বৰত মছজিদৰ আধাৰশিলা স্থাপন কৰি অনুদানৰ বাবে আবেদন জনাইছিল তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰে। এই হুমায়ুন কবীৰে হৈছে পুঁজি সংগ্ৰহৰ মূল হোতা। তেওঁৰ আহ্বানৰ পিছতে হাজাৰ হাজাৰ লোকে প্ৰস্তাৱিত মছজিদৰ বাবে আগবাঢ়াইছে ধন। বেলডাঙাত স্থাপন কৰা ১১ টা দানৰ বাকচ ক্ষন্তেকতে নগদ ধনেৰে ভৰি পৰে। কেৱল নগদেই নহয়, ছ’চিয়েল মিডিয়াত বিয়পি পৰা QR ক’ডৰ জৰিয়তেও সমগ্ৰ দেশৰ পৰা অনলাইন অনুদান প্ৰবাহিত হয়।

Apply Now

হুমায়ুন কবীৰৰ প্ৰকাশ অনুসৰি, সোমবাৰ সন্ধিয়ালৈকে কেৱল অনলাইন UPI-ৰ জৰিয়তেই সংগ্ৰহ হোৱা ধনৰ পৰিমাণ ২.৪৭ কোটি টকা অতিক্ৰম কৰিছে। আনহাতে, প্ৰথম পৰ্যায়ত গণণা কৰা ছয়টা বাকচৰ নগদ ধনৰ পৰিমাণ আছিল ৫৭ লাখ টকা। মঙলবাৰেও মেচিনৰ জৰিয়তে ধন গণনাৰ কাম চলি আছে। বিধায়ক কবীৰে এই বাবৰি মছজিদ নিৰ্মাণৰ বাবে ৩৮ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে। ৬ ডিচেম্বৰত আধাৰশিলা স্থাপনৰ পিছতে ইটা আৰু নগদ ধন লৈ মানুহ বেলডাঙাত উপস্থিত হৈছিল। অনুদানৰ বাবে ৰখা ডাঙৰ ডাঙৰ তীখাৰ বাকচত নগদ ধন জমা কৰিবলৈ মানুহৰ মাজত হেতা-ওপৰা লাগে। মানুহে নোটৰ বাণ্ডিলবোৰ বাকচবোৰলৈ দলিয়াইও দিছিল। এই অভূতপূৰ্ব জনসমৰ্থন দেখি শেষত হুমায়ুন কবীৰে নিজেই মানুহক ধন আগনবঢ়াবলৈ আবেদন কৰিবলগীয়া হয়। কিয়নো বেংকত নগদ ধন জমা কৰাৰ সীমা অতিক্ৰম কৰা হৈছিল।

প্ৰকাশ পোৱা অনুসৰি দেওবাৰে নিশা কবীৰে নিজৰ বেহৰমপুৰ বাসগৃহত নগদ ধন গণনা কৰিবলৈ স্থানীয় মাদ্ৰাছাৰ ৩০ গৰাকী শিক্ষকক নিযুক্তি দিয়ে। চিচিটিভিৰ চাৰ্ভিলেন্সৰ জৰিয়তে হিচাপ-নিকাচৰ সমগ্র প্রক্রিয়াটো ছ’চিয়েল মিডিয়াত লাইভ ষ্ট্ৰীম কৰি স্বচ্ছতা বজাই ৰাখিছিল বিধায়ক কবীৰে৷ কবীৰ মতে এই জনসমৰ্থন তেওঁৰ বাবে কল্পনাতীত। ভাৰতৰ বাহিৰৰ পৰাও অনুদান আহিছে বুলিও তেওঁ দাবী কৰে। কবীয়ে কয় যে মছজিদৰ বাবে মানুহে স্বেচ্ছাই অনুদান আগবঢ়াইছে। সেই ধন সঠিকভাৱে ব্যৱহাৰ কৰাটো তেওঁলোকৰ দায়িত্ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd