• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভগ্নীৰ বিয়াত উপস্থিত থাকিবলৈ ওমৰ খালিদৰ দুসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2025 2:41 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ এখন আদালতে বৃহস্পতিবাৰে (১১ ডিচেম্বৰ) জেএনইউৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদক চলিত মাহৰ শেষৰ ফালে ভগ্নীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ দুসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। ২০২০ চনৰ দিল্লী সংঘৰ্ষ গোচৰৰ শুনানিৰ সময়ত কাৰ্কাৰডুমা আদালতত এই নিৰ্দেশ দিয়া হয়।

উল্লেখ্য যে ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ সৈতে জড়িত ওমৰ খালিদ ইউএপিএৰ অধীনত ৫ বছৰতকৈ অধিক সময় কাৰাগাৰত বন্দী হৈ আছে।

Apply Now

ন্যায়াধীশ সমীৰা বাজপেয়ীয়ে খালিদক ২০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড আৰু একে পৰিমাণৰ ধনৰ দুখন জামিন প্ৰদান কৰাৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। এই জামিন ১৬ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে বৈধ থাকিব।

আদালতে খালিদৰ ওপৰতো কিছুমান চৰ্ত আৰোপ কৰিছে– তাৰ ভিতৰত তেওঁক কোনো সাক্ষী বা গোচৰৰ সৈতে জড়িত কোনো লোকৰ সৈতে যোগাযোগ নকৰিবলৈ কোৱা হৈছে, তদন্তকাৰী বিষয়াক তেওঁৰ মোবাইল নম্বৰ দিবলৈ কোৱা হোৱাৰ লগতে জেললৈ ঘূৰি অহালৈকে তেওঁৰ ফোনটো চুইচ অন কৰি ৰাখিবলৈ কোৱা হৈছে।

লাইভ ল’ৰ মতে, আদালতে কয় যে, “অন্তৱৰ্তীকালীন জামিনৰ সময়ছোৱাত আবেদনকাৰীয়ে ছ‘চিয়েল মিডিয়া ব্যৱহাৰ নকৰে। এই সময়ছোৱাত তেওঁ কেৱল পৰিয়ালৰ সদস্য, আত্মীয়, আৰু বন্ধু-বান্ধৱীকহে লগ পাব। তেওঁ নিজৰ ঘৰত বা বিয়াৰ অনুষ্ঠান অনুষ্ঠিত হ‘বলগীয়া স্থানত থাকিব।”

ইয়াৰ পূৰ্বে যোৱা বছৰৰ ডিচেম্বৰ মাহত ওমৰক পৰিয়ালৰে এখন বিয়াত অংশগ্ৰহণ কৰিবলৈ কাৰ্কাৰডুমা আদালতে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

উল্লেখ্য যে ২০২০ চনত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষৰ “বৃহত্তৰ ষড়যন্ত্ৰ”ৰ সৈতে জড়িত ইউএপিএ (বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন)ৰ অধীনত ওমৰ খালিদ, শ্বাৰ্জিল ইমাম, গুলফিছা ফাতিমা, আৰু মীৰণ হাইদৰৰ বিৰুদ্ধে পাঁচ বছৰতকৈ অধিক সময় কাৰাগাৰত বন্দী হৈ আছে।

ইফালে, উচ্চতম ন্যায়ালয়ত বুধবাৰে দিল্লী আৰক্ষীয়ে যুক্তি সম্পূর্ণ কৰাৰ পাছত অভিযুক্তৰ জামিন আবেদন সন্দর্ভত বিচাৰপীঠে নিজৰ সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখিছে৷ আদালতে কয় যে ১৯ ডিচেম্বৰত শীতকালীন ছুটীৰ পূৰ্বে নিজৰ সিদ্ধান্ত দাখিল কৰিব বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd