• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্মাৰ্ট আৰক্ষীৰ বিলৈ! দুৰ্বৃত্তই আক্ৰমণ কৰি পলুৱাই নিলে নকল সোণৰ বেপাৰীক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 28, 2025 4:43 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ জিলাৰ বঙালমৰাত পোহৰলৈ আহিছে শনিবাৰে নিশা সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। এজন নকল সোণৰ বেপাৰীক কৰায়ত্ত কৰিবলৈ যোৱা আৰক্ষীৰ এটা দলৰ ওপৰত শতাধিক লোকে আক্ৰমণ চলাই অভিযুক্তজনক পলুৱাই নিয়ে। এই আক্ৰমণত কেইবাজনো আৰক্ষী বিষয়াৰ লগতে আৰক্ষীৰ বাহনখনৰ চালকজনো গুৰুতৰভাৱে আহত হয়।

ঘটনাটো বঙালমৰাৰ সোণাপুৰ ৰমজান তিনিআলিত সংঘটিত হয়। আৰক্ষী সূত্ৰ অনুসৰি, বাহাৰুল ওৰফে “আম্বানী” নামৰ এজন কুখ্যাত নকল সোণৰ বেপাৰীৰ উপস্থিতিৰ আগতীয়া খবৰ লাভ কৰাৰ পিছত বঙালমৰা আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰাৰ পৰিকল্পনা কৰে। অভিযুক্তজনে পলায়ন কৰিব পাৰে বুলি আশংকা কৰি আৰক্ষীয়ে সাধাৰণ পোছাকত ব্যক্তিগত বাহন (নম্বৰ AR-08-A-7192) ব্যৱহাৰ কৰি অভিযান চলাইছিল।

Apply Now

আৰক্ষীয়ে বাহাৰুলক আটক কৰাৰ কিছুক্ষণ পিছতেই হঠাতে শতাধিক লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়। আক্ৰমণকাৰীসকলে আৰক্ষীক মাৰপিট কৰাৰ লগতে আৰক্ষীৰ ব্যৱহৃত বাহনখন ভাঙি পেলায় আৰু অভিযুক্তজনক পলুৱাই নিয়ে।

এই আক্ৰমণত বঙালমৰা আৰক্ষী চকীৰ এছআই গকুল জয়শ্ৰীসহ কেইবাজনো আৰক্ষী বিষমভাৱে আহত হয়। লগতে বাহনখনৰ চালকজনো গুৰুতৰভাৱে আহত হয়। তেওঁক প্ৰথমে বঙালমৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু অৱস্থাৰ অৱনতি ঘটাত নিশাই লখিমপুৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

ঘটনাৰ পাছত আৰক্ষীৰ আন এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও তেতিয়ালৈ আক্ৰমণকাৰীসকল পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, বঙালমৰা অঞ্চলত দীৰ্ঘদিন ধৰি নকল সোণ, জালনোট আৰু ড্ৰাগছৰ দৰে অবৈধ ব্যৱসায় চলি আহিছে। পূৰ্বে এই ধৰণৰ অপৰাধ কিছু পৰিমাণে নিয়ন্ত্ৰণত আহিছিল যদিও সাম্প্ৰতিক সময়ত পুনৰ অপৰাধী চক্ৰ সক্ৰিয় হৈ উঠাৰ অভিযোগ উঠিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd