• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

এপিএছচি কেলেংকাৰী: ২০ৰো অধিক বিষয়াৰ বিৰুদ্ধে তদন্ত বিচাৰি এছআইটিক আবেদন

মহেশ ডেকা by মহেশ ডেকা
January 24, 2026 9:15 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাজ্যজুৰি তুলপাৰ লগোৱা এপিএছচি কেলেংকাৰীৰ তদন্তত এইবাৰ পুনৰ নতুন পাক! ২০১৩ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সংঘটিত হোৱা ব্যাপক অনিয়ম আৰু লুণ্ঠনৰ বিৰুদ্ধে যুঁজি থকা এক সংগঠনে এই বৃহৎ নগদ ধনৰ কেলেংকাৰীৰ তদন্ত অধিক সম্প্ৰসাৰণৰ বাবে বিশেষ তদন্তকাৰী দলক আবেদন জনাইছে।

বিশেষ তদন্তকাৰী দলৰ মুৰব্বী তথা অতিৰিক্ত আৰক্ষী অধীক্ষক (চিআইডি) মুন্না প্ৰসাদ গুপ্তালৈ প্ৰেৰণ কৰা এখন সবিশেষ পত্ৰত মানস প্ৰতিম বৰুৱাৰ নেতৃত্বত মঞ্চখনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই সংগঠনৰ মতে, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি.কে. শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনত নাম থকা কেইবাজনো “হিতাধিকাৰী আৰু অপৰাধী” এতিয়াও তদন্তৰ পৰিসৰৰ বাহিৰত আছে আৰু তেওঁলোকে উচ্চপদস্থ প্ৰশাসনিক পদত অধিষ্ঠিত হৈ আছে।

Apply Now

আবেদনখনত উল্লেখ কৰা হৈছে যে বহু ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰা হৈছে যদিও “সন্দেহজনক” পটভূমিৰ কেইবাজনো বিষয়া এতিয়াও সেৱাত বাহাল আছে। মঞ্চখনে বিশেষভাৱে মিতালী লহকৰ (ACS) আৰু নয়নমণি বৰ্মনক (APS) “উত্তৰ বহি সন্ধানহীন হোৱা বিতৰ্ৰক” সৈতে জড়িত বুলি উল্লেখ কৰে।

তদন্তৰ আওতালৈ নহা আন কেইগৰাকীমান বিষয়া হ’ল— অভিজ্ঞান নাথ (সহকাৰী নিয়োগ বিষয়া), মুকুল চেতিয়া (আবকাৰী পৰিদৰ্শক), স্নেহা ডেকা (সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক), মিনাৰ্ভা দেৱী আৰামবাম (ACS), আৰু বীৰবল ব্ৰহ্ম (কৰ পৰিদৰ্শক) আদি।

এই সংগঠনে তেওঁলোকৰ অভিযোগত একেটা পৰীক্ষাতে নিৰ্বাচিত হোৱা কেইবাযোৰো ভাই-ভনী আৰু দম্পতীৰ নিযুক্তিৰ ওপৰতো আলোকপাত কৰিছে। তেওঁলোকে আঙুলিয়াই দিয়ে যে এনে বহু ক্ষেত্ৰত পৰিয়ালটোৰ এজন সদস্যক গ্ৰেপ্তাৰ বা নিলম্বন কৰা হৈছে যদিও আনজন সদস্যই এতিয়াও নিৰ্বিঘ্নে নিজৰ চাকৰি অব্যাহত ৰাখিছে।

এইসকলৰ ভিতৰত আছে— নবনীতা শৰ্মা আৰু প্ৰিয়ংকু জ্যোতি শৰ্মা, মিতালী লহকৰ আৰু দিপাংকৰ দত্ত লহকৰ, আসীমা কলিতা আৰু মুনমী কলিতা, অৰুণ কুমাৰ বৰা আৰু নিৰ্মালী বৰা, ৰাজ বৰুৱা আৰু বিৰাজ বৰুৱা, অনিতা হাজৰিকা আৰু মৃদুল হাজৰিকা, নিতুমণি দাস আৰু নিৰঞ্জনা চলিহা, হৃতুৰাজ গগৈ আৰু অনিতা কোঁৱৰ, আৰু ৰশ্মি ৰেখা দেৱী আৰু কংকন শৰ্মা। মঞ্চৰ মতে, নবনীতা শৰ্মা, দিপাংকৰ দত্ত লহকৰ, আসীমা কলিতা, মৃদুল হাজৰিকা, নিতুমণি দাস আৰু হৃতুৰাজ গগৈ ইতিমধ্যে অভিযুক্ত হৈছে যদিও তেওঁলোকৰ আত্মীয়সকলৰ বিৰুদ্ধে কোনো তদন্ত হোৱা নাই।

তদুপৰি তেতিয়াৰ পৰীক্ষাৰ প্ৰধান নিয়ন্ত্ৰক নন্দ বাবু সিংহৰ কন্যা মিনাৰ্ভা দেৱী আৰামবাম (ACS) আৰু সহকাৰী নিয়ন্ত্ৰক পবিত্ৰ কৈৱৰ্তৰ জোঁৱাই অজিত কলিতাৰ (ACS) বাছনি সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। অভিযোগ অনুসৰি, মিনাৰ্ভা দেৱী আৰামবামে তেওঁৰ ঘনিষ্ঠ সহযোগী সুষ্মিতা পেগুৰ জৰিয়তে পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত লাভ কৰিছিল।

ইয়াৰ উপৰিও সংগঠনটোৱে এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পলৰ বাসগৃহৰ পৰা জব্দ কৰা ৯খন “লুজ টেবুলেচন শ্বীট”ত (Loose Tabulation Sheets) নাম থকা প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে সম্পূৰ্ণ তদন্ত চলোৱাৰ দাবী জনাইছে।

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd