• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যুদ্ধ নহয়, আলোচনাই হে সমাধান কৰিব সমস্যা : প্ৰতিক্ৰিয়া নৰেন্দ্ৰ মোদীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 3:51 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধ নহয় আলোচনা আৰু কূটনৈতিক পদক্ষেপেৰেহে সমস্যা সমাধান সম্ভৱ বুলি মন্তব্য কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। শেহতীয়াকৈ ইৰানৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ সংঘাতৰ মাজতে প্রধানমন্ত্রীগৰাকীয়ে শান্তিৰ বাবে এই বিশেষ বার্তা প্ৰেৰণ কৰিছে।

দিল্লীত ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে হোৱা এক বৈঠকত মোদীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতে সদায় যুদ্ধৰ বিপৰীতে শান্তি আৰু আইনৰ শাসনক সমর্থন কৰে। তেওঁ কয় যে পশ্চিম এছিয়াৰ পৰা ইউক্রেইনলৈকে যিকোনো জটিল সমস্যা কেৱল আলোচনা আৰু বুজাবুজিৰ জৰিয়তেহে সমাধান কৰিব পৰা যায়।

Apply Now

প্রধানমন্ত্রীয়ে পোনপটীয়াকৈ কোনো দেশৰ নাম উল্লেখ কৰা নাই যদিও তেওঁৰ এই মন্তব্যই ইৰানৰ শাসন ব্যৱস্থালৈ এক ইংগিত বহন কৰিছে বুলি চৰ্চা চলিছে। ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ইৰানৰ ধৰ্মীয় নেতাৰ মৃত্যুৰ পাছত দেশখনৰ আভ্যন্তৰীণ পৰিস্থিতি আৰু ধৰ্মীয় ফতোৱাক লৈ জনসাধাৰণৰ মাজত যি অসন্তুষ্টি আছিল, তাৰ পৰিপ্ৰেক্ষিততে মোদীয়ে আইনৰ শাসনৰ ওপৰত গুৰুত্ব দিয়া বুলি ধাৰণা কৰা হৈছে। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পেও ইৰানৰ শাসন ব্যৱস্থা সলনি কৰাৰ কথা উল্লেখ কৰিছিল আৰু প্রধানমন্ত্রীৰ এই মন্তব্যই সেই দিশটোকো স্পৰ্শ কৰিছে।

এক কূটনৈতিক মহলৰ মতে প্রধানমন্ত্রীয়ে আলোচনাৰ পথ খোলা ৰখাৰ পৰামৰ্শ দি আমেৰিকাকো এক বিশেষ বাৰ্তা দিছে। বিশেষকৈ ইৰানৰ পাৰমাণৱিক অস্ত্রক লৈ আলোচনা চলি থকাৰ মাজতে ইজৰাইল আৰু আমেৰিকাই কৰা আক্ৰমণৰ পাছত মোদীয়ে সামৰিক সংঘাতক একমাত্র পথ হিচাপে গণ্য নকৰিবলৈ আহ্বান জনাইছে। তেওঁৰ মতে বন্দুকৰ গুলীতকৈ মেজত বহি কৰা আলোচনাহে বেছি ফলপ্রসূ হ’ব পাৰে।

ইফালে চৌদি আৰৱ, ওমান আৰু কুৱেইটত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰানে কৰা আক্ৰমণৰো বিৰোধিতা কৰিছে ভাৰতে। যদিও মোদীয়ে ইৰানৰ নাম লোৱা নাই, তথাপিও অন্য দেশৰ সাৰ্বভৌমত্ব উলংঘা কৰি কৰা এনে আক্ৰমণৰ তেওঁ নিন্দা কৰিছে। এই সন্দৰ্ভত তেওঁ ইতিমধ্যে আক্রান্ত হোৱা দেশসমূহৰ ৰাষ্ট্ৰপ্রধানসকলৰ সৈতে টেলিফোনত কথা পাতি ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

October 30, 2026 7:45 am
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

October 30, 2026 7:45 am
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd