• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“পত্নী পৰিচাৰিকা নহয়”, বিবাহ বিচ্ছেদ গোচৰত স্বামীক কঠোৰ বাৰ্তা দিলে উচ্চতম ন্যায়ালয়ে  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2026 4:11 pm
ফটোঃ এ আই।

ফটোঃ এ আই।

46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়াৰ পিছত পত্নীয়ে ৰন্ধাবঢ়া কৰিব বিচৰা নাছিল। এই অভিযোগ লৈ বিবাহ বিচ্ছেদ বিচাৰি আদালতলৈ গৈছিল এজন ব্যক্তি। সেই গোচৰত এতিয়া উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আদালতে স্পষ্ট কৰি দিছে যে ঘৰুৱা কাম কেৱল পত্নীৰ দায়িত্ব নহয়, সেই দায়িত্ব স্বামীয়েও ভাগ কৰি ল’ব লাগিব।

শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ গোচৰত স্বামীয়ে অভিযোগ কৰিছিল যে বিয়াৰ মাত্ৰ এসপ্তাহৰ পিছত পত্নীৰ আচৰণ সলনি হৈছিল। তেওঁ ৰন্ধা-বঢ়া কৰিবলৈ অস্বীকাৰ কৰিছিল, আনকি তেওঁৰ লগত বেয়া আচৰণ কৰা আৰু মাক-দেউতাকক অপমান কৰা বুলিও অভিযোগ কৰিছিল। এই অভিযোগৰ ভিত্তিত তেওঁ বিবাহ বিচ্ছেদ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

Apply Now

শুনানিৰ সময়ত ন্যায়াধীশসকলে স্পষ্টকৈ কয় যে পত্নী কোনো কাৰণতে পৰিচাৰিকা নহয়। ন্যায়াধীশ সন্দীপ মেহতাই মন্তব্য কৰে যে, “আপুনি পৰিচাৰিকাক বিয়া কৰা নাই, আপুনি জীৱন সংগীক বিয়া কৰাইছে।”

 একে সময়তে ন্যায়াধীশ বিক্ৰমনাথেও কয় যে সময় সলনি হৈছে। এতিয়া পুৰুষ আৰু নাৰী সমান। গতিকে স্বামীয়েও ৰন্ধা-বঢ়া, বাচন ধোৱা বা আন ঘৰুৱা কাম-কাজ কৰি পত্নীৰ কাষত থিয় দিব লাগে।

উল্লেখ্য যে এই দম্পতীয়ে ২০১৭ চনত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ এটা আঠ বছৰীয়া পুত্ৰ সন্তান আছে। সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে পৰিয়াল আদালতত বিবাহ বিচ্ছেদ হয়। তাত স্বামীয়ে পত্নীৰ বিৰুদ্ধে ‘নিষ্ঠুৰতা’ৰ অভিযোগ আনে। কিন্তু পত্নীয়ে উচ্চ ন্যায়ালয়ত আবেদন জনোৱাত বিবাহ বিচ্ছেদৰ ৰায় খাৰিজ কৰা হয়। তাৰ পাছত ৰায়দানত অসন্তুষ্ট হৈ স্বামীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

আনহাতে, শহুৰেকৰ পৰিয়ালৰ সন্মতি সাপেক্ষে সন্তান জন্ম দিবলৈ পিতৃৰ ঘৰলৈ যোৱা বুলি দাবী কৰে পত্নীয়ে। কিন্তু শিশুটিৰ অন্নপ্ৰাশনত তেওঁৰ স্বামী উপস্থিত নাছিল। ইয়াৰ উপৰিও তেওঁৰ পিতৃৰ পৰা সোণ আৰু নগদ যৌতুক দাবী কৰা বুলি অভিযোগ আনিছে।

ইয়াৰ পূৰ্বে এই গোচৰত মধ্যস্থতাৰ বাবে প্ৰেৰণ কৰা হৈছিল দম্পতীহালক। কিন্তু সেই প্ৰচেষ্টা সফল নহ’ল। শেষত গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে স্বামীৰ ‘নিষ্ঠুৰতা’ৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰি তাৰ পৰিৱৰ্তে তেওঁক ককৰ্থনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd