• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোমবাৰে মনোনয়ন দাখিল কৰিব গৌৰৱ গগৈ, মীৰা বৰঠাকুৰসহ কংগ্ৰেছৰ কেইবাগৰাকীও শক্তিশালী প্ৰাৰ্থীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2026 9:11 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে বিধানসভা নিৰ্বাচনৰ উছাহ। সোমবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগতে বিৰোধী ঐক্যমঞ্চৰ কেইবাগৰাকীও সমৰ্থিত প্ৰাৰ্থীয়ে ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব। অৱশ্যে, সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাজনৈতিক মহলৰ সৰ্বাধিক দৃষ্টি নিৱদ্ধ হৈছে যোৰহাট সমষ্টিৰ ওপৰত, কিয়নো সোমবাৰেই মিত্ৰজোঁটৰ হৈ এই সমষ্টিটোৰ পৰা আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰিব কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে।

প্ৰাপ্ত খবৰ অনুসৰি, কাইলৈ দিনৰ ঠিক ১১ বজাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত তথা মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাট ষ্টেডিয়ামৰ পৰা এক বিশাল সমদল উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হ’ব আৰু নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। তেওঁৰ মনোনয়ন দাখিলক কেন্দ্ৰ কৰি যোৰহাটত দলীয় কৰ্মীসকলৰ মাজত ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

Apply Now

কেৱল যোৰহাটেই নহয়, ৰাজধানী গুৱাহাটীৰো কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীসকলে কাইলৈ মনোনয়ন দাখিল কৰিব। দিছপুৰ বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে পুৱা ৯ বজাত নিজৰ বাসভৱনৰ পৰা যাত্ৰা আৰম্ভ কৰিব। তেওঁ গণেশ মন্দিৰত আশীৰ্বাদ গ্ৰহণ কৰি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত হ’ব আৰু তাৰ পৰাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা হ’ব।

আনহাতে, নিউ গুৱাহাটী সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী শান্তনু বৰাই মনোনয়ন দাখিলৰ পূৰ্বে পুৱা ১০ বজাত ৰাজীৱ ভৱনত সমবেত হ’ব। গড়চুকস্থিত নিজৰ বাসগৃহৰ পৰা সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ মনোনয়ন পত্ৰ দাখিল কৰিব জালুকবাৰী সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিদিশা নেওগে।

মহানগৰীৰ বাহিৰত শোণিতপুৰ জিলাৰো তিনিটা সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীসকলে কাইলৈ মনোনয়ন দাখিল কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰঙাপৰা সমষ্টিৰ বাবে কাৰ্তিক কুৰ্মী, ঢেকীয়াজুলি সমষ্টিৰ বাবে বাতাছ ওৰাং আৰু নদুৱাৰ সমষ্টিৰ বাবে সুনীল ছেত্ৰীয়ে পুৱা ১১ বজাত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। উল্লেখ্য যে, ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে কাইলৈ দিনৰ ১২ বজাৰ পূৰ্বেই নিজ নিজ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে প্ৰস্তুতি চূড়ান্ত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd