• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপন্ন ৰূপান্তৰকামীৰ অধিকাৰ! সংসদত গৃহীত হ’লেও আইনী ‘বাধা’ৰ সন্মুখীন কেন্দ্রৰ নতুন বিধেয়কখন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 26, 2026 2:39 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে প্ৰায় বিৰোধীশূন্য লোকসভাত ৰূপান্তৰকামীৰ অধিকাৰ সংশোধনী বিধেয়কখন গৃহীত হয়। কংগ্ৰেছকে ধৰি বিৰোধী দলৰ তীব্ৰ আপত্তিৰ মাজত মাত্ৰ ডেৰ ঘণ্টাৰ আলোচনাৰ অন্তত মঙলবাৰে লোকসভাত ধ্বনিভোটত বিধেয়কখন গৃহীত হয়। এই সংশোধনী বুধবাৰে ৰাজ্যসভাতো বাধা নোহোৱাকৈ গৃহীত হয়। কিন্তু সংসদৰ বাধা আঁতৰিলেও অনাগত দিনত বিধেয়কখনে আইনী বাধাৰ সন্মুখীন হ’ব পাৰে। অন্ততঃ বুধবাৰে সেইটোৱেই ইংগিত পোৱা গৈছে।

মঙলবাৰে লোকসভাত গৃহীত হোৱাৰ পাছত বুধবাৰে ৰাজ্যসভাত বিধেয়কখন দাখিল কৰা হয়। ডি এম কেৰ সাংসদ তিৰুচি শিৱাই বিধেয়কখন বিবেচনাৰ বাবে নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। কিন্তু সেয়া নাকচ কৰা হয়।

Apply Now

লোকসভাৰ দৰে ৰাজ্যসভাতো বিধেয়কখন ধ্বনি ভোটৰ জৰিয়তে গৃহীত কৰা হয়। বিৰোধীৰ আপত্তি অতিক্ৰম কৰি কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে দাবী কৰে যে এই বিধেয়কখন আচলতে সমাজৰ সকলো শ্ৰেণীকে একত্ৰিত কৰাৰ প্ৰয়াস। এই বিধেয়কখনে কেৱল জৈৱিক ভিত্তিত বৈষম্যৰ সন্মুখীন হোৱাসকলক সুৰক্ষা প্ৰদান কৰিব।

কিন্তু যিদিনা বিধেয়কখনে সংসদত বাধা অতিক্ৰম কৰিলে, সেইদিনাই উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া সমিতিখনে বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ পৰামৰ্শ আগবঢ়ায়। উচ্চতম ন্যায়ালয়ে গঠন কৰা পৰামৰ্শদাতা সমিতিয়ে কয় যে এই বিধেয়কখনে নিজৰ লিংগ পৰিচয় নিৰ্ধাৰণৰ অধিকাৰ কৰ্তন কৰিছে।

কমিটীৰ মতে, এইখন ২০১৪ চনত উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক নালছা ৰায়দানৰ বিৰোধী। বিধেয়কখনৰ জৰিয়তে আত্মপৰিচয়ৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। ২০১৪ চনত এটা গোচৰত উচ্চতম ন্যায়ালয়ে ৰূপান্তৰকামীৰ আত্মপৰিচয়ৰ অধিকাৰক স্বীকৃতি দিছিল। কিন্তু নতুন সংশোধনীৰ জৰিয়তে সেই অধিকাৰ বিলুপ্ত কৰি চিকিৎসা ব’ৰ্ডৰ জৰিয়তে পৰিচয় নিৰ্ণয়ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, যিটো অন্যায়।

উল্লেখ্য যে কেন্দ্ৰৰ নতুন বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে। যদিও চৰকাৰে দাবী কৰিছে যে ইয়াৰ জৰিয়তে আইনৰ অপব্যৱহাৰ ৰোধ কৰা সম্ভৱ হ’ব। বিধেয়কখন গৃহীত হোৱাৰ পিছতে বিভিন্ন ৰূপান্তৰকামী সংগঠন আৰু মানৱ অধিকাৰ কৰ্মীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ইতিমধ্যে বিধেয়কখনক লৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd