• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

MBA পঢ়াৰ খৰচ যোগাৰ কৰিবলৈ কিডনি বিক্ৰী! ছাত্ৰৰ সূত্ৰ ধৰি জালত গোটেই চক্ৰ; গ্ৰেপ্তাৰ ৫ চিকিৎসক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:43 am
ফটো সৌজন্যঃ এ আই।

ফটো সৌজন্যঃ এ আই।

37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন এম বি এ ছাত্ৰই নিজৰ শিক্ষাৰ খৰচ বহন কৰিবলৈ কিডনী বিক্ৰী কৰিছিল! কিডনী হেৰুৱাই আৰ্থিকভাৱে প্ৰতাৰিত হৈ আৰক্ষীৰ কাষ চাপিছিল। সেই তথ্যৰ ভিত্তিত কানপুৰ আৰক্ষীয়ে দেশত এটা বিশাল কিডনি সৰবৰাহ চক্ৰৰ সন্ধান লাভ কৰিছে। ৫জন চিকিৎসককে ধৰি মুঠ ৬জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, কানপুৰ, লক্ষ্ণৌ, দিল্লী, মুম্বাই, কলকাতা আৰু নেপালত এই বিশাল কিডনি সৰবৰাহৰ চক্ৰটো বিয়পি আছে।

আৰক্ষীৰ তথ্য অনুসৰি, ডেৰাডুনৰ এখন প্ৰখ্যাত মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ এম বি এ ছাত্ৰ এজনে নামভৰ্তি মাচুল দিব নোৱাৰাৰ বাবে কিডনি বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। তেনেকৈয়ে ছ’চিয়েল মিডিয়াত সৰবৰাহ চক্ৰ এটাৰ সৈতে তেওঁৰ যোগাযোগ হ’ল। চুক্তি আছিল যে তেওঁক কিডনিৰ বিনিময়ত ১০ লাখ টকা দিয়া হ’ব। অপাৰেচন কৰি কিডনী উলিওৱাৰ পিছত ছাত্ৰজনক ৫০ হাজাৰ টকা কমকৈ দিয়া হয়। ঠগ খাই ছাত্ৰজনে আৰক্ষীৰ কাষ চাপে।

Apply Now

যুৱকজনৰ দাবী অনুসৰি ৫-৬ মাহ পূৰ্বে তেওঁ টেলিগ্ৰামত কিডনী ডোনাৰ গ্ৰুপৰ সৈতে যোগাযোগ কৰিছিল। তাতে কিডনি বিক্ৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰাত দুজন ডাক্তৰ আফজল আৰু বৈভৱে ছাত্ৰজনক কানপুৰলৈ লৈ আহে।  অস্ত্ৰোপচাৰৰ পিছত কিডনীটো লোৱা হৈছিল যদিও চুক্তি অনুসৰি ধন দিয়া হোৱা নাছিল।

আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি চিকিৎসক দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশজুৰি বিয়পি থকা এটা ভয়ংকৰ কিডনি বিক্ৰী চক্ৰৰ তথ্য পোহৰলৈ আহে। জানিব পৰা মতে এই চক্ৰৰ লগত কেইবাজনো চিকিৎসক জড়িত হৈ আছে। অকল এই চক্ৰটোৱে এই পৰ্যন্ত ৪০-৫০ জন লোকৰ কিডনি অবৈধভাৱে সৰবৰাহ কৰিছে।

কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে কয়, কেৱল কানপুৰতে নহয়, লক্ষ্ণৌ, দিল্লী, মুম্বাই, কলকাতা আৰু নেপালতো এই চক্ৰ বিয়পি আছে। এই ঘটনাৰ তদন্তৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে যৌথ দল গঠন কৰা হৈছে।

আৰক্ষীৰ নিৰীক্ষণত আছে মহানগৰীখনৰ তিনিখন ব্যক্তিগত চিকিৎসালয়, আহুজা হাস্পতাল, প্ৰিয়া হাস্পতাল আৰু মেড লাইফ হাস্পতাল। সাধাৰণ জনতাৰ অসহায়তাৰ সুযোগ লৈ এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি এই কু-কাণ্ড সংঘটিত কৰি আহিছে বুলি আৰক্ষীৰ দাবী।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd