• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিনেমাৰ নায়কে দেশ চলাব নোৱাৰে! বিজয়ৰ ৰাজনৈতিক অভিষেকক লৈ বিস্ফোৰক প্ৰকাশ ৰাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2026 3:05 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত  হৈ পৰিছে দক্ষিণৰ ৰাজনীতি। এইবাৰ সেই বিতৰ্কত ইন্ধন যোগাইছে প্ৰবীণ অভিনেতা প্ৰকাশ ৰাজে। মেগাষ্টাৰ বিজয়ৰ (থালাপতি বিজয়) ৰাজনীতিত প্ৰৱেশক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি তেওঁ স্পষ্ট কৰি দিলে যে পৰ্দাৰ জনপ্ৰিয়তা আৰু বাস্তৱ জীৱনৰ নেতা হোৱাটো দুটা সম্পূৰ্ণ বেলেগ কথা।

শেহতীয়াকৈ পালানীত চি পি আই (এম)ৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাওঁতে প্ৰকাশ ৰাজে তামিলনাডুৰ বৰ্তমানৰ ৰাজনৈতিক ধাৰাটোক দ্ৰাবিড় মডেল, দাস বা নিৰ্ভৰশীল মডেল আৰু চিনেমা মডেল হিচাপে তিনিটা ভাগত বিভক্ত কৰিব বিচাৰিছে।

Apply Now

তেওঁ পোনপটীয়াকৈ বিজয়ৰ নাম উল্লেখ কৰা নাই যদিও প্ৰকাশে ‘চিনেমা মডেল’ৰ কথা উল্লেখ কৰি কয়, “চিনেমাত যিকোনো ব্যক্তিয়ে মুখ্যমন্ত্ৰী বা ডাক্তৰ সাজিব পাৰে, কিন্তু বাস্তৱ ৰাজনীতিত এনে নহয়। দেশ চলোৱাৰ দায়িত্ব কেৱল আৱেগৰ বশত এজন অভিনেতাৰ হাতত তুলি দিব নোৱাৰি।”

আমোদজনক কথাটো হ’ল প্ৰকাশ ৰাজ আৰু বিজয় পৰ্দাত অতি পৰিচিত যুটি। ‘ঘিল্লী’ৰ পৰা আৰম্ভ কৰি ‘ৱাৰিছু’লৈকে কেইবাখনো ব্লকবাষ্টাৰ ছবিত একেলগে অভিনয় কৰিছে। প্ৰকাশ ৰাজে এসময়ত বিজয়ক ‘চেল্লাম’ বুলি মৰমেৰে মাতিছিল। কিন্তু প্ৰকাশে আজি স্পষ্ট কৰি দিলে যে সেই ব্যক্তিগত সম্পৰ্ক ৰাজনৈতিক ক্ষেত্ৰখনত কোনো কামত নাহিব।

প্ৰকাশ ৰাজে বিজয়ৰ বাবে ৩টা কঠিন প্ৰশ্ন উত্থাপন কৰিছে। এক, আপুনি কেতিয়াবা ৰাইজৰ সমস্যাৰ কথা কৈছেনে? দুই, আপুনি কেতিয়াবা ভাষা, সংস্কৃতি বা আত্মসন্মান ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিছেনে? তিনি, পোষ্টাৰ লগাই মানুহে আপোনাক মৰম দিছে, কিন্তু সেই মৰমেৰে দেশ চলোৱা সম্ভৱনে?

#PrakashRaj, #JanaNayagan villain takes a dig on #ThalapathyVijay in real life mentions you can become doctor, engineer, chief minister in cinema but not in politics people shower love on you because of your talent not politics, your model is cinema model pic.twitter.com/h77ZzAkplu

— Movies Singapore (@MoviesSingapore) April 17, 2026

থালাপাতি বিজয়ে ২০২৬ চনৰ নিৰ্বাচনত নিজৰ দল তামিলাগা ভেট্টি কাঝাগাম (টিভিকে)ৰ জৰিয়তে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। তেওঁৰ বিশাল অনুৰাগীৰ ভিত্তি আৰু জনপ্ৰিয়তাই তামিল ৰাজনীতিত প্ৰতিষ্ঠিত দলসমূহক চিন্তাত পেলাইছে। কিন্তু প্ৰকাশ ৰাজৰ দৰে সমাজ সচেতন অভিনেতাৰ এই সমালোচনা বিজয়ৰ ‘ৰাজনৈতিক ভাবমূর্তি’ৰ প্রতি এক ডাঙৰ প্রত্যাহবান হ’ব পাৰে৷

এতিয়া চিনেমাৰ ভাবমূর্তি আৰু বাস্তৱ যুঁজ – শেষত তামিলনাডুৰ ভোটাৰে কাক বাছি ল’ব সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd