• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিগনিয়ে খালে উৎকোচৰ টকা’, উচ্চতম ন্যায়ালয়ত সকাহ পালে বিহাৰৰ মহিলা বিষয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:50 am
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে উৎকোচ গ্ৰহণৰ অপৰাধত দোষী সাব্যস্ত হোৱা বিহাৰৰ চৰকাৰী বিষয়াৰ শাস্তি স্থগিত ৰাখিছে উচচতম ন্যায়ালয়ে। স্থগিতাদেশ দিয়াৰ সময়ত আদালতে বিস্ময় প্ৰকাশ কৰি কয় যে গোচৰৰ কেন্দ্ৰবিন্দুত থকা আৰু জব্দ কৰা নোটবোৰ নিগনিয়ে খাই (আদালতৰ নিজৰ ৰেকৰ্ড অনুসৰি) নষ্ট কৰি পেলাইছে।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে চৰকাৰী বিষয়া অৰুণা কুমাৰীক জামিন মঞ্জুৰ কৰি দোষী সাব্যস্ত কৰা ৰায় স্থগিত ৰাখে। ঘটনাৰ সময়ত অৰুণা কুমাৰীয়ে বিহাৰত ‘শিশু উন্নয়ন কাৰ্যসূচী বিষয়া’ হিচাপে কৰ্মৰত আছিল। পৰৱৰ্তী সময়ত বিষয়টোৰ সবিশেষ শুনানি গ্ৰহণ কৰা হ’ব বুলি উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে।

Apply Now

বিচাৰপীঠে মন্তব্য কৰে যে, “জব্দ কৰা নোটসমূহ নিগনিয়ে কুটি নষ্ট কৰা বুলি জানি আমি স্তম্ভিত হৈছো। এয়া ৰাজ্যৰ ৰাজহৰ বাবে ডাঙৰ ক্ষতি আৰু এনে কাণ্ডই স্বাভাৱিকতে বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰে।”

আদালতে লগতে কয় যে নোটসমূহ নষ্ট হোৱাৰ বাবে যি ব্যাখ্যা দিয়া হৈছে সেয়া তেওঁলোকৰ বাবে বিশ্বাসযোগ্য বুলি মনে ধৰা নাই।

তদানীত্বন ‘শিশু উন্নয়ন কাৰ্যসূচী বিষয়া’ কুমাৰীৰ বিৰুদ্ধে দহ হাজাৰ টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে ‘দুৰ্নীতি প্ৰতিৰোধ আইন’ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। নিম্ন আদালতে তেওঁক দোষমুক্ত কৰে যদিও পাটনা উচ্চ ন্যায়ালয়ে সেই ৰায় বাতিল কৰি কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

পাটনা উচ্চ ন্যায়ালয়ে নিজৰ ৰায়দানত মানি লৈছিল যে জব্দ কৰা নোটবোৰ নিগনিয়ে ধ্বংস কৰি পেলোৱাৰ বাবে আদালতত প্ৰমাণ হিচাপে দাখিল কৰিব নোৱাৰিলে। কিন্তু আদালতে মতামত ব্যক্ত কৰে যে ‘প্ৰপাৰ্টি ৰুম ৰেজিষ্টাৰ’ বা ভঁৰালৰ ৰেকৰ্ডত জমা হোৱা উৎকোচৰ ধনৰ উল্লেখ বিষয়াজনক দোষী সাব্যস্ত কৰিবলৈ যথেষ্ট। উৎকোচৰ নোটৰ অনুপস্থিতিয়ে ন্যায়পালিকাত গোচৰটো দুৰ্বল নহয় বুলিও উল্লেখ কৰে আদালতে।

উচ্চতম ন্যায়ালয়ে এতিয়া সম্পূৰ্ণ শুনানিৰ অপেক্ষাত উচ্চ ন্যায়ালয়ৰ সেই সিদ্ধান্তৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd