• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডুত আস্থা ভোটত জয়ী নতুন মুখ্যমন্ত্ৰী বিজয়, জয়াললিতাৰ দলৰ ২৫ জন বিধায়কৰ সমৰ্থন!

by
May 13, 2026 1:26 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা হৈছে। তামিলাগা ভেট্ৰি কাঝাগম বা চমুকৈ টিভিকে দলৰ নেতা বিজয়ে ৰাজ্যিক বিধানসভাত আস্থা ভোটত জয়লাভ কৰিছে। তেওঁ আই ইউ এম এল, কংগ্ৰেছ, ভি চি কে, চি পি আই, চি পি আই (এম) আৰু এ আই এ ডি এম কেৰ একাংশ বিধায়কৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। সোমবাৰ আৰু মঙলবাৰে মিত্ৰদল, বিৰোধী এ আই এ ডি এম কে, ডি এম কে আৰু সমালোচক সীমানৰ সৈতে ধাৰাবাহিক বৈঠক অনুষ্ঠিত কৰাৰ পিছত এই আস্থা ভোট গ্ৰহণ কৰা হয়। আই ইউ এম এল, ভি চি কে আৰু কংগ্ৰেছে তেওঁক ৰাজ্যখনত নিজৰ প্ৰথমখন চৰকাৰ গঠন কৰাত পূৰ্ণ সমৰ্থন আগবঢ়ায়।

আনহাতে, এ আই এ ডি এম কেৰ মুৰব্বী এডাপ্পাডী কে পালানীস্বামীৰ জন্মদিনৰ দিনাই দলটোৰ বাবে এক বেয়া খবৰ আহে। দলটো বিভাজনৰ দিশে আগবঢ়া দেখা গৈছে কাৰণ প্ৰায় ৩০ জন বিধায়কে বিজয় নেতৃত্বাধীন চৰকাৰলৈ সমৰ্থন আগবঢ়াইছে। জ্যেষ্ঠ নেতা এছ পি ভেলুমণি আৰু চি ভি সন্মুগমৰ নেতৃত্বত এই বিধায়কসকলে পালানীস্বামীৰ বিৰুদ্ধে ডি এম কেৰ সৈতে মিত্ৰতা কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। বিধানসভা নিৰ্বাচনত দলৰ বেয়া প্ৰদৰ্শনৰ পিছত তেওঁলোকে পালানীস্বামীৰ নেতৃত্বক লৈয়ো প্ৰশ্ন উত্থাপন কৰাৰ লগতে নতুন টিভিকে চৰকাৰক সমৰ্থন জনায়।

Apply Now

ৰাজনীতিৰ এই নাটকীয় পৰিৱেশৰ মাজতে ভি চি কেৰ মুৰব্বী থোল থিৰুমাভালাভানে এক ডাঙৰ দাবী কৰিছে। তেওঁ কয় যে টিভিকে দলক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ ডি এম কে আৰু এ আই এ ডি এম কেয়ে মিত্ৰতা কৰাৰ কথা ভাবিছিল। এই সম্ভাৱ্য মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী হ’বলৈ তেওঁলোকে থিৰুমাভালাভানক প্ৰস্তাৱ দিছিল যদিও তেওঁ সেই প্ৰস্তাৱ পোনচাতেই নাকচ কৰে।

মুখ্যমন্ত্ৰী হিচাপে নিজৰ দ্বিতীয়টো দিনত বিজয়ে ৰাজ্যখনত ৭০০ তকৈয়ো অধিক চৰকাৰী সুৰা বিপণী বন্ধ কৰাৰ কথা ঘোষণা কৰে। এই সুৰা বিপণীসমূহ মন্দিৰ, বিদ্যালয় আৰু বাছ আস্থানৰ ৫০০ মিটাৰৰ ভিতৰত অৱস্থিত আছিল। অৱশ্যে, তেওঁ নিজৰ জ্যোতিষী ৰাধন পণ্ডিত ভেট্ৰিভেলক মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া বা অ’ এছ ডি হিচাপে নিযুক্তি দিয়াৰ বাবে সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে। উল্লেখ্য যে, এইগৰাকী জ্যোতিষীয়েই নিৰ্বাচনত বিজয়ৰ বিপুল জয়লাভৰ ভৱিষ্যতবাণী কৰিছিল।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd