• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আগন্তুক বিশ্বকাপৰ বাবে এমবাপেৰ নেতৃত্বত ফ্ৰান্সৰ ২৬ জনীয়া দল ঘোষণা; বাদ পৰিল কামাভিংগা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2026 1:22 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্সে আগন্তুক বিশ্বকাপৰ বাবে চূড়ান্ত ২৬ জনীয়া দল ঘোষণা কৰিছে। বিশ্বকাপৰ অন্যতম প্ৰিয় দল হিচাপে প্ৰতিযোগিতাখনত প্ৰৱেশ কৰা দলটোত আছে এটা ডাঙৰ চমক। এইবাৰৰ দলটোৰ আটাইতকৈ ডাঙৰ আচৰিত কথাটো হ’ল ৰিয়েল মাদ্রিদৰ মিডফিল্ডাৰ এডুয়াৰ্ডো কামাভিংগাৰ অনুপস্থিতি।

যোৱা বছৰৰ ৰানাৰ্ছ আপ ফ্ৰান্সে শক্তিশালী দল লৈ বিশ্বকাপলৈ গৈ আছে। দলটোত আছে কাইলিয়ান এমবাপে, অউছমেন ডেম্বেলে, মাইকেল অলিছেহ, অৰেলিয়ান চোয়ামনি, এন’গ’লো কণ্টে, উইলিয়াম ছালিবা আৰু থিও হাৰ্নাণ্ডেজৰ দৰে তাৰকা। গোলৰক্ষকৰ দায়িত্বত আছে মাইক মিগনন।

Apply Now

২০২২ চনৰ বিশ্বকাপত ৰানাৰ্ছ আপ স্থান দখল কৰা ফ্ৰান্স দলৰ সদস্য আছিল কামাভিংগা। সেই ফাইনেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধেও তেওঁ বিকল্প হিচাপে খেলিছিল। অৱশ্যে এইবাৰ অন্তৰ্ভুক্ত কৰা নহ’ল ২২ বছৰীয়া মিডফিল্ডাৰগৰাকীক।

ডেশ্বাম্পছে কামাভিংগাক বাদ দিয়াৰ কাৰণ ব্যাখ্যা কৰি কয় যে, “তেওঁৰ বাবে এইটো এটা কঠিন ছিজন আছিল। তেওঁ কম খেলিছিল আৰু আঘাতৰ সন্মুখীন হৈছিল। তেওঁ অতি কম বয়সতে আমাৰ দললৈ আহিছিল, তেওঁ এতিয়াও এজন যুৱ খেলুৱৈ।”

ৰয়টাৰ্ছক দিয়া এক বিবৃতিত ডেশ্বাম্পছে লগতে কয় যে, “মই দলটোৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লগা হৈছে। মই ডিফেন্স, মিডফিল্ড আৰু আক্ৰমণৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লগা হৈছে। আজি নিশা তেওঁ কিমান হতাশ হৈছে সেয়া মই বুজি পাওঁ।”

ফ্ৰান্সৰ আক্ৰমণ বিভাগ এইবাৰ ঈৰ্ষণীয়। অধিনায়ক এমবাপে, বেলন ডি অৰ বিজয়ী অউছমেন ডেম্বেলেৰ লগতে যুৱ প্ৰতিভা ডেজিৰী ডু, মাইকেল অলিছেহ, ৰিয়ান চেৰকি আৰু মেগনেছ আকালিউছও আছে।

এই বিশ্বকাপ ফ্ৰান্সৰ প্ৰশিক্ষক হিচাপে ডিডিয়েৰ ডেশ্বাম্পছৰ অন্তিমখন প্ৰতিযোগিতা হ’ব। ২০১২ চনত দায়িত্ব লোৱাৰ পিছত ২০১৮ চনত ফ্ৰান্সক বিশ্বকাপ জয়ী কৰিছিল। ২০২২ চনত তেওঁ দলটোক ফাইনেললৈও লৈ যায়।

𝟐𝟔 𝐩𝐥𝐚𝐲𝐞𝐫𝐬, 𝟏 𝐭𝐞𝐚𝐦, 𝟏 𝐧𝐚𝐭𝐢𝐨𝐧 🇫🇷

Together, we head to the World Cup! 👊🌎#FiersdetreBleus pic.twitter.com/mFhNUB60wI

— French Team ⭐⭐ (@FrenchTeam) May 14, 2026

ফ্ৰান্সৰ সংবাদ মাধ্যমৰ মতে, বিশ্বকাপৰ পিছত দেশৰ উত্তৰাধিকাৰী হিচাপে জিনেদিন জিদানে দায়িত্ব ল’ব পাৰে।

১৯৯৮ চনত ঘৰুৱা মাটিত আৰু ২০১৮ চনত ৰাছিয়াত ফ্ৰান্সে বিশ্বকাপ জয় কৰিছিল। এইবাৰ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত তৃতীয়টো খিতাপ দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব ‘লেছ ব্লুছ’।

বিশ্বকাপৰ বাবে ফ্ৰান্সৰ দলটো

গ’লৰক্ষক : মাইক মিগনন, ব্ৰাইচ চাম্বা, ৰবিন ৰিছাৰ।

ডিফেণ্ডাৰ : লুকা ডিগনে, মালো গুষ্টো, লুকাছ হাৰ্নাণ্ডেজ, থিও হাৰ্নাণ্ডেজ, ইব্ৰাহীমা ক’নাটে, হুৱেলছ কুণ্ডে, মেক্সেন্স লেক্ৰ’ইছ, উইলিয়াম চালিবা আৰু দায়’ট উপমেকানো।

মিডফিল্ডাৰ : এন’গ’লো কণ্টে, মানু ক’নো, এড্ৰিয়েন ৰাবিঅ’ট, অ’ৰেলিয়ান চৌমানে আৰু ৱাৰেন জাইৰে-এমেৰী।

আক্ৰমণ: মেগনাছ আকালিউছ, ব্ৰেডলি বাৰ্কোলা, ৰিয়ান শ্বাৰকি, অউছমেন ডেম্বেলে, ডেজিৰী ড’ৱে, জিন-ফিলিপ মেটেটা, কাইলিয়ান এমবাপে, মাইকেল অলিচে আৰু মাৰ্কছ থুৰাম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd