• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একেৰাহে তিনিখন মেচত পৰাস্ত ৰিয়ান পৰাগৰ ৰাজস্থান; দিল্লীত ৫ উইকেটত জয় কাঢ়ি নিলে অক্ষৰ বাহিনীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2026 8:08 am
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলত এতিয়া চলি আছে ‘ৰেচ টু প্লে অফ’ উইক। দেওবাৰে ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছ এখন খেলত মুখামুখি হয়। ৰাজধানীত অনুষ্ঠিত এই খেলখনত অক্ষৰ পেটেল বাহিনীয়ে ৪টা বল বাকী থকা অৱস্থাত ৫ উইকেটত জয়লাভ কৰে।

ৰাজস্থানে এতিয়া প্লে অফলৈ যাবলৈ আগন্তুক মেচসমূহৰ ফলাফললৈ চাব লাগিব। ইয়াৰ লগে লগে দিল্লীয়ে ১৩খন খেলৰ পৰা ১২ পইণ্ট লাভ কৰি সপ্তম স্থানলৈ উন্নীত হৈছে।

Apply Now

দেওবাৰে টছত জয়ী হৈ দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি ৰাজস্থানে ৮টা উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্ৰহ কৰে। ইয়াত সৰ্বাধিক অৱদান আগবঢ়ায় ধ্ৰুৱ জোৰেলে (৫৩)। ইয়াৰ উপৰিও অধিনায়ক ৰিয়ান পৰাগ (২৬ বলত ৫১) আৰু বৈভৱ সূৰ্যবংশী (২১ বলত ৪৬) দলৰ হৈ প্ৰশংসনীয় ইনিংছ খেলে।

কিন্তু বাকীসকলৰ ইনিংছ সন্মানজনক নাছিল। যশস্বীয়ে ১২ ৰান কৰি ড্ৰেছিং ৰুমলৈ উভতি যায়। দৰাচলতে ৰাজস্থানৰ বেটিঙৰ পৰা আৰু অধিক ৰোমাঞ্চকৰ ইনিংছ আশা কৰিছিল দৰ্শকে।

আনহাতে, দুই অ’পেনাৰ অভিষেক পোৰেল আৰু কে এল ৰাহুলে প্ৰথমে পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল আৰু দলটোক লক্ষ্যৰ বহু ওচৰলৈ লৈ গৈছিল। ৪২ বলত ৫৬ ৰান সংগ্ৰহ কৰা লোকেশ ৰাহুলৰ ইনিংছ আছিল সৰ্বোচ্চ স্ক’ৰ। অভিষেকেও দ্বিতীয় সৰ্বাধিক স্ক’ৰ – ৩১টা বলত ৫১ ৰান সংগ্ৰহ কৰে।

ইয়াৰ উপৰিও অধিনায়ক অক্ষৰে ১৮টা বলত ৩৬ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। আশুতোষ শৰ্মা (১৮), ডেভিড মিলাৰ (৯), চাহিল পৰাখ (৯) আৰু ট্ৰিষ্টান ষ্টাবছে ৪ ৰান সংগ্ৰহ কৰে।

বলিংত শক্তিশালী ৰাজস্থানক নিষ্প্ৰভ কৰি তোলে দিল্লীয়ে। দিল্লীৰ বলাৰসকলে বিপক্ষৰ মুঠ ৮টা উইকেট দখল কৰে। মিচেল ষ্টাৰ্কে অকলে ৪টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। লুংগী ঙিদি আৰু মুকেশ কুমাৰেও ২টাকৈ উইকেট দখল কৰে।

আনহাতে, ৰাজস্থানৰ বলাৰসকলে দিল্লীতকৈ কম উইকেট দখল কৰে৷ বৃজেশ শৰ্মা আৰু জোফ্ৰা আৰ্চাৰে ২টাকৈ উইকেট দখল কৰে। তদুপৰি দাসুন শানাকাই মাত্ৰ ১টা উইকেটহে দখল কৰে। বাকীবোৰ বিফল হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd