• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়, আশাৰাম বাপুৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল, শীঘ্ৰেই কৰিব লাগিব আত্মসমৰ্পণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 3:00 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জোধপুৰ বিঞ্চে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ গোচৰত বিতৰ্কিত ধৰ্মগুৰু আশাৰাম বাপুক কোনো ধৰণৰ সকাহ দিবলৈ অস্বীকাৰ কৰিছে। আদালতে তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছে। বুধবাৰে বিচারপতি অৰুণ মোংগা আৰু বিচারপতি যোগেন্দ্ৰ কুমাৰ পুৰোহিতৰ সংমণ্ডল বিঞ্চে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। আদালতে আশাৰামকে ধৰি তিনিগৰাকী অভিযুক্তৰ আপিলৰ শুনানি গ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে নিম্ন আদালতে প্ৰদান কৰা শাস্তিত কোনো সালসলনি কৰা নহয়। অৱশ্যে আদালতে তেওঁক দলবদ্ধ ধৰ্ষণৰ ধাৰাৰ পৰা দোষমুক্ত কৰিছে যদিও অন্যান্য গুৰুতৰ অভিযোগসমূহ বাহাল ৰাখিছে। ইয়াৰ লগতে আদালতে আশাৰামক অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।

বৰ্তমান সময়ত আশাৰাম চিকিৎসাৰ বাবে লাভ কৰা অন্তৱৰ্তীকালীন জামিনৰ অধীনত জেলৰ বাহিৰত আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ে তেওঁক স্বাস্থ্যজনিত কাৰণত এই ৰেহাই দিছিল আৰু ইয়াৰ সময়সীমা কেইবাবাৰো বৃদ্ধি কৰা হৈছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ এই নতুন ৰায়ৰ পিছত তেওঁ এতিয়া পুনৰ জেল কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব। সুৰক্ষা আৰু আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদালত চত্বৰতো অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰা হৈছে।

Apply Now

এই সমগ্ৰ গোচৰটো ২০১৩ চনৰ আগষ্ট মাহৰ আছিল, যেতিয়া জোধপুৰত অৱস্থিত আশ্ৰমখনত পঢ়ি থকা এগৰাকী নাবালিকা ছাত্ৰীয়ে আশাৰামৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। গোচৰৰ শুনানিৰ পিছত বিশেষ পকচো আদালতে ২০১৮ চনৰ ২৫ এপ্ৰিলত আশাৰামক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল। ইয়াৰ বিৰুদ্ধে আশাৰামে ৰাজস্থান উচ্চ ন্যায়ালয়ত আপিল কৰিছিল। উচ্চ ন্যায়ালয়ত ২০^^২৬ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ এপ্ৰিললৈকে এই গোচৰৰ দৈনিক শুনানি চলিছিল আৰু ইয়াৰ পিছতে আদালতে নিজৰ ৰায় সুৰক্ষিত ৰাখিছিল।

শুনানিৰ সময়ত প্ৰতিৰক্ষা পক্ষই এই গোচৰটোক মিছা আৰু সাজি উলিওৱা বুলি দাবী কৰিছিল আৰু ভুক্তভোগী তথা তেওঁৰ পৰিয়ালৰ ভাষ্যত অমিল থকাৰ কথা দোহাৰিছিল। আনহাতে চৰকাৰী পক্ষই যুক্তি দিছিল যে পকচো গোচৰত ভুক্তভোগীৰ ভাষ্যই আটাইতকৈ ডাঙৰ প্ৰমাণ হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও আশাৰামে ২০২৩ চনৰ জানুৱাৰী মাহত গুজৰাটৰ গান্ধীনগৰ আশ্ৰমত এগৰাকী মহিলা অনুগামীক ধৰ্ষণ কৰা আন এটা গোচৰতো যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ভোগ কৰি আছে। ৮৬ বছৰীয়া আশাৰামে নিজৰ বৰ্ধিত বয়স আৰু অসুস্থতাৰ দোহাই দি কেইবাবাৰো ৰেহাই বিচাৰিছিল যদিও ৰাজস্থান উচ্চ ন্যায়ালয়ে এতিয়া স্পষ্ট কৰি দিলে যে তেওঁৰ শাস্তি বাহাল থাকিব আৰু তেওঁ আইনী প্ৰক্ৰিয়া মানি আত্মসমৰ্পণ কৰিবই লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd