• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথক বড়োলেণ্ড : আজি নতুন দিল্লীত এনডিএফবি(প্ৰ)ৰ সৈতে কেন্দ্ৰৰ মধ্যস্থতাকাৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 25, 2018 11:42 am
Bodoland-570x320-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

87
VIEWS
Share on FacebookShare on Twitter

পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখা এনডিএফবি(প্ৰ)ৰ সৈতে আজি কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব।

প্ৰথমবাৰৰ বাবে মধ্যস্থতাকাৰী এবি মাথুৰৰ সৈতে হ’বলগীয়া বহু প্ৰতিক্ষিত এই আলোচনাক আদৰণি জনাই তথা আলোচনা ফলপ্ৰসু হোৱাৰ কামনাৰে ২৪ জুনত সন্ধিয়া কোকৰাঝাৰ চহৰত বহুতো লোকৰ অংশগ্ৰহণেৰে হাতে হাতে জোঁৰ লৈ সমদল উলিওৱা হয়৷

এনডিএফবি(প্ৰ), পিজেএচিবিএম আৰু এবছুৰ যৌথ উদ্যোগত সন্ধিয়া ৬ বজাত কোকৰাঝাৰ চহৰৰ আসাম অইলৰ পৰা আৰম্ভ হোৱা এই বিশাল জোঁৰ সমদলটোৰ অন্ত পৰে বিটিচি সচিবালয় খেলপথাৰত৷

মূলত: কেন্দ্ৰীয় চৰকাৰৰ হৈ মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে এনডিএফবি(প্ৰ)ৰ আলোচনা ফলপ্ৰসু হোৱাৰ কামনাৰে উলিওৱা জোঁৰ সমদলত তিনি সংগঠনৰ কেইবাশতাধিক কৰ্মী,সদস্যই অংশগ্ৰহণ কৰাৰ লগতে সমদলত পিজেএচিবিএমৰ মূখ্য আহ্বায়ক গৌৰ্জন মুছাহাৰী, এবছু নেতা সৌমদন বসুমতাৰী আৰু এনডিএফবিৰ(প্ৰ)ৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷

Recent News

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

‘আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা’; ভাৰতক দেখি বিদেশ যাবলৈ পাকিস্তানেও উলিয়ালে প্ৰতিনিধিৰ দল

‘আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা’; ভাৰতক দেখি বিদেশ যাবলৈ পাকিস্তানেও উলিয়ালে প্ৰতিনিধিৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd