• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বাণিজ্য

এয়াৰটেলৰ ডাঙৰ উপহাৰ : মাত্ৰ এটা ৰিচাৰ্জতেই চলিব পাৰিব সম্পূৰ্ণ এবছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 2:54 pm
511
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত এজন ব্যক্তিৰ এটাতকৈ অধিক মোবাইল নম্বৰ থকাটো কোনো আচৰিত কথা নহয়। কিন্তু ৰিচাৰ্জ প্লেনৰ খৰচ দিনক দিনে বৃদ্ধি পোৱাৰ বাবে প্ৰতিটো নম্বৰ সক্ৰিয় কৰি ৰাখিবলৈ পকেটৰ পৰা বহুত টকা খৰচ কৰিবলগীয়া হয়। সকলো নম্বৰ সমানে ব্যৱহাৰ নকৰিলেও কেৱল নম্বৰটো সক্ৰিয় কৰি ৰাখিবলৈকে ৰিচাৰ্জ কৰাটো জৰুৰী হৈ পৰে। এই কথা মনত ৰাখিয়েই এয়াৰটেলে এতিয়া এক নতুন প্লেন লৈ আহিছে। যিসকলে কেৱল কলিং আৰু নম্বৰ চালু ৰাখিবলৈ কম খৰচী প্লেন বিচাৰি আছিল, তেওঁলোকৰ চিন্তা এতিয়া দূৰ হ’ব।

এয়াৰটেলৰ আটাইতকৈ কম খৰচী এক বছৰীয়া নতুন প্লেনটোৰ মূল্য হৈছে ১,৮৪৯ টকা। এই কম টকাৰ ৰিচাৰ্জ প্লেনটোত গ্ৰাহকসকলে ৩৬৫ দিনৰ ভেলিডিটি পাব। ইয়াৰ লগতে ব্যৱহাৰকাৰীসকলে যিকোনো নেটৱৰ্কলৈ গোটেই বছৰটো আনলিমিটেড কল কৰিব পাৰিব। অৰ্থাৎ নম্বৰ বন্ধ হৈ যোৱাৰ কোনো ভয় নাথাকিব। এই নিৰ্দিষ্ট প্লেনটো বিশেষকৈ সেইসকল গ্ৰাহকৰ বাবে অনা হৈছে যিসকলে কেৱল ভইচ কলিং কৰে, কিয়নো ইয়াত কোনো ইণ্টাৰনেট ডেটাৰ সুবিধা নাই।

Apply Now

কিন্তু যদি কাৰোবাৰ ইণ্টাৰনেট ডেটাৰ প্ৰয়োজন হয়, তেন্তে তেওঁলোকে ২,২৪৯ টকাৰ আন এটা প্লেন বাছি লব পাৰে। এই প্লেনটোৰ বৈধতাও ৩৬৫ দিন। ইয়াৰ সৈতে আনলিমিটেড ভইচ কলিঙৰ লগতে মুঠ ৩০ জিবি ডেটা পোৱা যাব। গোটেই বছৰটোত যাৰ ইণ্টাৰনেট ডেটাৰ প্ৰয়োজন খুব কম হয়, তেওঁলোকৰ বাবে এই প্লেন অতি উপযোগী হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে জোচেফ বিজয়ৰ প্ৰথমটো মাহ: সাধাৰণ জনগণৰ বাবে কি কৰিলে?

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে জোচেফ বিজয়ৰ প্ৰথমটো মাহ: সাধাৰণ জনগণৰ বাবে কি কৰিলে?

June 9, 2026 4:12 pm

Why Australians Prefer PayID for Online Casino Payments

June 9, 2026 3:46 pm

Best PayID Casinos in Australia 2026: Top 5 Aussie Pokies Sites for Fast Withdrawals and Easy Deposits

June 9, 2026 3:41 pm
টেবুলৰ ওপৰত দুয়োখন ভৰি তুলি আৰাম কৰিলে মন্ত্ৰীয়ে! সমুখত নীৰৱে বহি ৰ’ল জনসাধাৰণ

টেবুলৰ ওপৰত দুয়োখন ভৰি তুলি আৰাম কৰিলে মন্ত্ৰীয়ে! সমুখত নীৰৱে বহি ৰ’ল জনসাধাৰণ

June 9, 2026 3:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে জোচেফ বিজয়ৰ প্ৰথমটো মাহ: সাধাৰণ জনগণৰ বাবে কি কৰিলে?

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে জোচেফ বিজয়ৰ প্ৰথমটো মাহ: সাধাৰণ জনগণৰ বাবে কি কৰিলে?

June 9, 2026 4:12 pm

Why Australians Prefer PayID for Online Casino Payments

June 9, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd