• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 8:27 pm
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিতৃ আছিল জাতীয় দলৰ অভেদ্য দেৱাল। এইবাৰ তেওঁৰ ল’ৰাৰ পাল। ৰাহুল দ্ৰাবিড়ৰ উত্তৰাধিকাৰক আগুৱাই লৈ গৈ তেওঁৰ পুত্ৰ অনভয়ে ভাৰতীয় দলত স্থান দখল কৰিছে। অহা মাহত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলে শ্ৰীলংকা ভ্ৰমণ কৰিব। সেই দলটোৰ বাবে সোঁহতীয়া বেটছমেন অনভয়ক লোৱা হৈছে। সদ্যহতে তেওঁক এদিনীয়া দলত ৰখা হৈছে। ‘দ্য ৱালৰ’ পুত্ৰৰ সফলতাত সুখী ক্ৰিকেট অনুৰাগী।

দ্ৰাবিড়ৰ দুই পুত্ৰ সমিত আৰু অনভয়ে সৰুৰে পৰাই বয়সভিত্তিক ক্ৰিকেট খেলি আহিছে। কৰ্ণাটকৰ ১৯ বছৰ অনুৰ্ধ দলৰ হৈ খেলিছে সমিতে। কিন্তু তেওঁ এতিয়াও ৰাষ্ট্ৰীয় দলৰ হৈ খেলা নাই। অৱশ্যে ভাতৃ অনভয়ে ককায়েকৰ আগতে নীলা জাৰ্চি পিন্ধিব পাৰিলে।

Apply Now

শেহতীয়াকৈ অনভয়ে কৰ্ণাটকৰ ১৯ বছৰ অনুৰ্ধ দলক বিনু মানকাড ট্ৰফীত নেতৃত্ব দিছিল। এই ১৭ বছৰীয়া বেটছমেনেগৰাকী বেটিঙত যথেষ্ট সফলো হৈছে। অনভয়ে মূলতঃ মধ্যম ক্ৰমত খেলে। দ্ৰাবিড়পুত্ৰই ৬ টা ইনিংছত ২২০ ৰান সংগ্ৰহ কৰে। ইয়াৰ ভিতৰত আছে হিমাচল প্ৰদেশৰ বিৰুদ্ধে ৮২ ৰানত অপৰাজিত ইনিংছ।

দুবছৰৰ পাছত আহি আছে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ। সেই কথা মনত ৰাখি ভাৰতীয় দলটোৱে আগন্তুক শ্ৰীলংকা ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাব। ১৯ বছৰ অনুৰ্ধ বিশ্বকাপতো খেলিব পাৰিব ৰাহুলপুত্ৰই। অনভয়ে পিতৃৰ দৰে উইকেটকিপিঙো কৰে।

শ্ৰীলংকালৈ গ’লেই তেওঁ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুযোগ পাব। অহা মাহৰ ৪ তাৰিখৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ শ্ৰীলংকা ভ্ৰমণ। বয়ছ ইন ব্লুৱে তিনিখন এদিনীয়া খেলিব। অৱশ্যে ৰেডবল দলত ৰখা হোৱা নাই দ্ৰাবিড় পুত্ৰক।

মন কৰিবলগীয়া যে দ্ৰাবিড়ৰ জ্যেষ্ঠ পুত্ৰ সমিতকো ১৯ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় দলৰ বাবে মতা হৈছিল। ২০২৪ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা দ্বিপাক্ষিক শৃংখলাৰ বগা আৰু ৰঙা বলৰ দলত আছিল।কিন্তু আঁঠুৰ আঘাতৰ বাবে তেওঁ খেলিব নোৱাৰিলে।

অৱশ্যে ঘৰুৱা ক্ৰিকেটত সমিতে বিভিন্ন প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন আগবঢ়াইছে। ৰাহুল দ্ৰাবিড়ৰ ডাঙৰ পুত্ৰও ৰাষ্ট্ৰীয় দলৰ ৰাডাৰত আছে। ক্ৰিকেট অনুৰাগীসকলে আশা কৰিছে যে অনভয়ে আগন্তুক শ্ৰীলংকাৰ শৃংখলাত দ্ৰাবিড় বেটিঙৰ ঐতিহ্যক আগুৱাই নিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

June 11, 2026 8:27 pm
পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

June 11, 2026 7:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd