• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত জন্ম, কোভিডত প্ৰব্ৰজন; পাঁচবাৰৰ বিশ্ব বিজয়ী দলৰ জাৰ্চিত খেলিব ‘ভাৰতীয়’ নিখিল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2026 9:46 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্ম ৰাজধানী দিল্লীত। কিন্তু তেওঁ অষ্ট্ৰেলিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ ওলাইছে! ৬২ বছৰৰ পাছত ভাৰতত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰ এজনক অষ্ট্ৰেলিয়াৰ দললৈ আমন্ত্ৰণ জনোৱা হৈছে। জানিব পৰা মতে নিখিল চৌধুৰী নামৰ এই ক্ৰিকেটৰক বাংলাদেশৰ বিৰুদ্ধে দলত ৰখা হৈছে।

সদ্য সমাপ্ত আই পি এলত ‘হোমলেণ্ড’ দিল্লী কেপিটেলছতো আছিল নিখিল। জানিব পৰা মতে, ভাৰতত জন্মগ্ৰহণ কৰা এইগৰাকী ক্ৰিকেটাৰক ট্ৰেভিছ হেডৰ পৰিৱৰ্ত খেলুৱৈহিচাপে মাতি অনা হৈছে।

Apply Now

নিখিলে এতিয়াও অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব লাভ কৰা নাই। কোভিডৰ পূৰ্বে তেওঁ পঞ্জাৱৰ হৈ ক্ৰিকেট খেলিছিল। তেওঁ ১৪ খন লিষ্ট এ-ৰ মেচ খেলিছিল। ২০২০ চনত অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত থকা এজন আত্মীয়ৰ ঘৰলৈ গৈ অতিমাৰীৰ বাবে আবদ্ধ হৈ পৰে। অষ্ট্ৰেলিয়াত বিভিন্ন কাম কৰিবলৈ বাধ্য হৈছিল।

এসময়ত তেওঁ ডাকোৱালৰ কামো কৰিছিল। তেওঁ ক্ৰিকেটো অব্যাহত ৰাখিছিল। আগতে স্থানীয় লীগত মেচ খেলিছিল। সৌভাগ্যক্ৰমে নিখিলে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেমছ হোপছৰ দৃষ্টি আকৰ্ষণ কৰে।

লাহে লাহে বিগ বেছত নিখিলে হোবাৰ্ট হাৰিকেনছৰ দলত স্থান লাভ কৰে। এই স্পিনাৰগৰাকীয়ে দলটোক চেম্পিয়ন কৰি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেটত তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। এইবাৰৰ আই পি এলৰ বাবেও তেওঁ দল পাইছিল। দিল্লী কেপিটেলছে তেওঁক দললৈ লৈ আনে। ৩০ বছৰ বয়সত তেওঁ ৰাষ্ট্ৰীয় দলত অভিষেক ঘটোৱাৰ পথত। কিন্তু নিজৰ গৃহভূমি ভাৰতৰ বাবে নহয়, ‘শত্ৰু’ অষ্ট্ৰেলিয়াৰ বাবে। শুকুৰবাৰে ঢাকাত অষ্ট্ৰেলিয়া ব্ৰিগেডত যোগদান কৰিব।

মন কৰিবলগীয়া যে ১৯৬৪ চনত গুজৰাটত জন্মগ্ৰহণ কৰা ৰেক্স চেলাৰ্ছে অষ্ট্ৰেলিয়াৰ জাৰ্চি পিন্ধি খেলিছিল। কলকাতাত ভাৰতৰ বিৰুদ্ধে টেষ্ট খেলিছিল। সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অষ্ট্ৰেলিয়ান মহিলা ক্ৰিকেটাৰ লিজা ষ্টেলেকাৰৰ জন্ম হৈছিল পুনেত। ১০ বছৰ ধৰি তেওঁ বেগী গ্ৰীণ জাৰ্চি পিন্ধি খেলিছিল। নিখিলে এতিয়াও অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব লাভ কৰা নাই। অৱশ্যে তেওঁৰ স্থায়ী বাসস্থানৰ অনুমতিপত্ৰ আছে। সেই ভিত্তিতে নিখিলে ৰাষ্ট্ৰীয় দলত প্ৰৱেশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৭০ টকাৰ বিৰিয়ানীক লৈ কৰা মন্তব্যৰ বাবে কমেডিয়ান প্ৰণিত ম’ৰেৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

৩৭০ টকাৰ বিৰিয়ানীক লৈ কৰা মন্তব্যৰ বাবে কমেডিয়ান প্ৰণিত ম’ৰেৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

June 12, 2026 9:47 am
দিল্লীত জন্ম, কোভিডত প্ৰব্ৰজন; পাঁচবাৰৰ বিশ্ব বিজয়ী দলৰ জাৰ্চিত খেলিব ‘ভাৰতীয়’ নিখিল!

দিল্লীত জন্ম, কোভিডত প্ৰব্ৰজন; পাঁচবাৰৰ বিশ্ব বিজয়ী দলৰ জাৰ্চিত খেলিব ‘ভাৰতীয়’ নিখিল!

June 12, 2026 9:46 am
নীতি-আদৰ্শহীন ৰাজনীতি! আধুনিক সময়ৰ মিৰজাফৰবোৰ কোন?

নীতি-আদৰ্শহীন ৰাজনীতি! আধুনিক সময়ৰ মিৰজাফৰবোৰ কোন?

June 12, 2026 9:19 am
FIFA World Cup 2026: দুটা গ’ল, ৩খন ৰঙা কাৰ্ড! নাটকীয় উদ্বোধনী মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিজয়ী মেক্সিকো

FIFA World Cup 2026: দুটা গ’ল, ৩খন ৰঙা কাৰ্ড! নাটকীয় উদ্বোধনী মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিজয়ী মেক্সিকো

June 12, 2026 8:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৭০ টকাৰ বিৰিয়ানীক লৈ কৰা মন্তব্যৰ বাবে কমেডিয়ান প্ৰণিত ম’ৰেৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

৩৭০ টকাৰ বিৰিয়ানীক লৈ কৰা মন্তব্যৰ বাবে কমেডিয়ান প্ৰণিত ম’ৰেৰ বিৰুদ্ধে চাইবাৰ আৰক্ষীৰ গোচৰ

June 12, 2026 9:47 am
দিল্লীত জন্ম, কোভিডত প্ৰব্ৰজন; পাঁচবাৰৰ বিশ্ব বিজয়ী দলৰ জাৰ্চিত খেলিব ‘ভাৰতীয়’ নিখিল!

দিল্লীত জন্ম, কোভিডত প্ৰব্ৰজন; পাঁচবাৰৰ বিশ্ব বিজয়ী দলৰ জাৰ্চিত খেলিব ‘ভাৰতীয়’ নিখিল!

June 12, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd